Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’নাৰ তদন্তঃউহানলৈ নগ’লেই হুৰ বিশেষজ্ঞৰ দল

publisher by publisher
August 29, 2020
in COVID-19, News, Uncategorized, world
Reading Time: 1 min read
0
কৰ’নাৰ তদন্তঃউহানলৈ নগ’লেই হুৰ বিশেষজ্ঞৰ দল
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

চীনৰ উহানৰ পৰাই যে সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছ বিয়পি পৰিছিল তাক লৈ আৰু কোনো দ্বিমত নাই। মাৰ্কিন যুক্তৰাষ্ট্ৰকে ধৰি প্ৰায় সকলো দেশেই কৰ’না ভাইৰাছ বিশ্বত বিয়পাই দিয়াৰ বাবে চীনকে অভিযুক্ত কৰিছে ৷আনকি এই ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই চীনৰ হৈ কাম কৰি অহাৰো অভিযোগ উত্থাপন কৰিছে ড’নাল্ড ট্ৰাম্পে ৷এই অভিযোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ হুৱে এটা বিশেষজ্ঞৰ দল গঠন কৰি তদন্তৰ বাবে চীনলৈ প্ৰেৰণ কৰে।

ADVERTISEMENT

কিন্তু লক্ষ্যণীয় কথা হ’ল বিশেষজ্ঞৰ দলটো কৰ’না ভাইৰাছৰ উৎসস্থল উহানলৈ নোযোৱাকৈ চীন ভ্ৰমণ সমাপ্ত কৰি উভতি আহে ৷তদন্ত সম্পূৰ্ণ নকৰাকৈ বিশেষজ্ঞৰ দলটোৱে জেনেভাস্থিত মুখ্য কাৰ্যালয়ত এক প্ৰতিবেদন দাখিল কৰি নিজৰ দায়িত্ব সম্পূৰ্ণ কৰে ।নিজকে অভিযোগমুক্ত কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ এনে অসম্পূৰ্ণ প্ৰতিবেদনক লৈ এতিয়া আলোড়নৰ সৃষ্টি হৈছে। ইয়াৰ দ্বাৰা বিশ্ব স্বাস্থ্য সংস্থাই নিজৰ বিশ্বাসযোগ্যতা হেৰুৱাই পেলাইছে বুলি বিভিন্ন মহলৰ পৰা মন্তব্য কৰিছে ৷

ফাইনেন্সিয়েল টাইমছত এই সম্পৰ্কীয় প্ৰকাশিত বাতৰিত বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষজ্ঞই মন্তব্য কৰিছে যে সোঁশৰীৰে হুবেই প্ৰদেশৰ ৰাজধানী তথা কৰ’না ভাইৰাছৰ উৎসস্থল উহানলৈ তেওঁলোক নোযোৱাটো সত্য। অৱশ্যে তদন্তৰ স্বাৰ্থত ভিডিঅ’ কলৰ মাধ্যমৰে উহান ইনষ্টিটিউট অৱ ভাইৰ’লজিৰ শীৰ্ষ বিজ্ঞানীসকলৰে আলোচনা কৰা হৈছে ৷উল্লেখযোগ্য যে উহান ইনষ্টিটিউটত অৱ ভাইৰ’লজি নামৰ এই প্ৰতিষ্ঠানৰ পৰাই বিশ্বত কৰ’না ভাইৰাছ বিয়পি পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

কিন্তু ইয়াৰ মাজতে উত্থাপন হোৱা অভিযোগ অনুসৰি তদন্তকাৰী বিশেষজ্ঞৰ দলটোৱে চীনত উপস্থিত হোৱাৰ পূৰ্বেই বেইজিং প্ৰশাসনে নিজৰ সপক্ষে এক অনুকূল পৰিবেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল ৷স্বাভাৱিকতে এনে প্ৰয়াসৰ পাছত উহানলৈ নোযোৱাকৈ তদন্তকাৰী বিশেষজ্ঞৰ দলটোৱে চীন এৰি উভতি আহে।

যোৱা জুলাইতে বিশ্ব স্বাস্থ্য সংস্থাৰ দুজনীয়া তদন্তকাৰী দলটোৰ দ্বাৰা সম্পন্ন কাৰ্যৰ পৰিণতি কি হ’ব পাৰে সকলোৰে বাবে ই বোধগম্য ৷সংক্ৰমণ বিয়পোৱাৰ যি অৱশিষ্ট প্ৰমাণ আছিল বিশেষজ্ঞৰ দলটোৰ ভ্ৰমণৰ পাছত সেয়াও নষ্ট কৰা হ’ল বুলি এতিয়া অভিযোগ উঠিছে। লগতে তদন্তকাৰী দলে উহানলৈ নোযোৱাকৈ তদন্ত সম্পূৰ্ণ কৰাত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰপেক্ষতাক লৈও এতিয়া প্ৰশ্নৰ উদ্ভৱ হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCHAINA-WUHANCorona Viruscovid19
publisher

publisher

Related Posts

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য
Assam

নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

September 28, 2026
লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক
Assam

লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d