Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিআৰ চুক্তিৰ আধাৰত আজি মুকলি হ’ল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়

samimsultana by samimsultana
September 5, 2020
in Assam, News
Reading Time: 1 min read
0
বিটিআৰ চুক্তিৰ আধাৰত আজি মুকলি হ’ল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

নিখিল বড়ো ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত আজি বিটিআৰ চুক্তিৰ আধাৰত মুকলি হ’ল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় । এবছুৰ উপ সভাপতি জয়ন্ত বসুমতাৰীয়ে কয় যে বিটিআৰ চুক্তিৰ প্ৰথমটো ৬.৪ নং দফাৰ বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয় আজি মুকলি কৰাত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।

ADVERTISEMENT
https://dainikagradoot.in/wp-content/uploads/2020/09/WhatsApp-Video-2020-09-05-at-8.17.18-PM.mp4

নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো জাতীয় সকলো দল সংগঠন আদি একত্ৰিত হৈ আনন্দ কৰে । ইয়াৰ দ্বাৰা অসমৰ বড়ো মাধ্যমৰ এক প্ৰধান সমস্যা দূৰ হোৱা বুলিও কয় ছাত্ৰ নেতাজনে। সুকীয়া শিক্ষা সঞ্চালকালয়ৰ পিছত সকলো দফা ৰূপায়নৰ দাবী জনায় ।

হাগ্ৰামা মহিলাৰীয়ে কোৱাৰ দৰে যে বিটিআৰ চুক্তিত একো নাই । কিন্ত বিটিআৰৰ ২৩ টা জনগোষ্ঠীৰ লোকে আকোৱালি লৈছে বিটিআৰ চুক্তি আৰু ইয়াক আমি শান্তি চুক্তি বুলি কৈছিলো । ইয়াৰ দফাবোৰ আজিৰে পৰা ৰূপায়ন আৰম্ভ হ’ল । আজিৰ এই শিক্ষা সঞ্চালকালয়ৰ মুকলি অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্মও থকাৰ কথা আছিল যদিও অনুষ্ঠানত উপস্থিত নাথাকে । মুঠতে এই চুক্তিক হাগ্ৰামা মহিলাৰীয়ে নস্যাৎ কৰিলেও ইয়াত কি কি আছে আমি সকলোৱে জানো । জয়ন্ত বসুমতাৰীয়ে এনেদৰে ব্যক্ত কৰি কয় যে হাগ্ৰামাৰ কথাত কোনেও গুৰুত্ব নিদিয়ে ।

চিৰাং জিলা সদৰ কাজলগাঁওস্থিত জিলা এবছুৰ কাৰ্যালয়ত বিয়লি ৪ বজাত বড়ো শিক্ষক, বুদ্ধিজীৱি তথা অন্যান্য বিভিন্ন দল সংগঠনৰ নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হয় এক আদৰণি সভা । তাৰপিছতে সন্ধিয়া শিক্ষক দিৱস উপলক্ষে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন, বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত বন্তিপ্ৰজ্বলন, স্মৃতি তৰ্পন আৰু বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়ক আদৰণি ফটকা ফুটাই আনন্দোৎসৱ উদযাপন কৰে ।

চিৰাং জিলা এবছুৰ সভাপতি খনিন্দ্ৰ বসুমতাৰীকে ধৰি জিলাখনৰ বহুকেইটা বড়ো জাতীয় সংগঠনৰ সহস্ৰাধিক লোকে কাজলগাঁওৰ এই আনন্দ উৎসৱত অংশগ্ৰহণ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBTRCHIRANG
samimsultana

samimsultana

Related Posts

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d