Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথান নিৰ্বাচনী সভা

publisher by publisher
September 10, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
তামুলপুৰত হাগ্ৰামা মহিলাৰীৰ মাৰাথান নিৰ্বাচনী সভা
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

হেলিকপ্টাৰৰ তেল শেষ, গাড়ী ভাড়াত লৈ মিটিঙত উপস্থিত হাগ্ৰামা মহিলাৰী

Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

“এইবাৰ বিটিচি নিৰ্বাচনত ৩০ৰ পৰা ৪০ খন আসন লাভ কৰি দূৰ্গা পূজাৰ আগে আগে আমি চৰকাৰ গঠন কৰিম”, এই ভাষ্য বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী ৷ তামুলপুৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত বিপিএফৰ এক মাৰাথান নিৰ্বাচনী সভাত এনেদৰে কয় হাগ্ৰামা মহিলাৰীয়ে ৷ আজি দিনৰ বাৰ বজাত তামুলপুৰ সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবিন্দ্ৰ বিশ্বাসৰ সমৰ্থনত নাগ্ৰিজুলী ব্লক বিপিএফৰ উদ্যোগত অনুষ্ঠিত নিৰ্বীচনী সভাত অংশগ্ৰহণ কৰি হাগ্ৰামা মহিলাৰীয়ে পুনৰ কয়, “এইবাৰ নিৰ্বাচনত আমি কোনোটো সমষ্টিত হাৰিম সেইটো বিচাৰিয়েই উলিয়াব পৰা নাই ৷”

ADVERTISEMENT

আমি নিৰ্বাচনত ইতিমধ্যে জিকিছো বুলি কৈ মহিলাৰীয়ে বিটিচিৰ পাচনৈ চেৰফাংৰ পৰা শ্ৰীৰামপুৰ সমষ্টিলৈ বিপিএফৰ প্ৰাৰ্থী নিৰ্বাচনত জয়ী হ’ব বুলি ঘোষণা কৰে। হাগ্ৰামা মহিলাৰীয়ে কয় নিৰ্বাচনৰ মাত্ৰ আনুষ্ঠানিকতাহে বাকী ৷ নিৰ্বাচনত জিকাৰ পিছত আমি কি কাম কৰিম তাৰো পৰিকল্পনা কৰিছো ৷ চৰকাৰ গঠন কৰিয়েই আমি প্ৰথমতে বিটিচিত মাটিৰ জৰীপ কৰি পট্টা দিয়াৰ ব্যৱস্থা কৰিম , বিটিচিত বসবাস কৰা কোচ-ৰাজবংশী, বঙালী, ৰাভা, আদিবাসী, গাৰো, গোৰ্খাকে আদি কৰি ১৪ টা জনগোষ্ঠীৰ উন্নয়ন পৰিষদ গঠন কৰিম ৷

বিটিচিত বসবাস কৰা সকলো ধৰ্মাৱলম্বী লোকৰ বাবে বড়োলেণ্ড মিৰ’ৰ নামেৰে এক আঁচনি গ্ৰহণ কৰিম ৷ এই আঁচনিৰ জৰিয়তে বিটিচিত বসবাস কৰা সকলো ধৰ্মৰ লোকৰে নিজ নিজ উপাসনাথলী সমূহৰ উন্নয়ন সাধন কৰা হ’ব ৷ আনহাতে এইবাৰ নিৰ্বাচনত যি সকল বিপিএফৰ প্ৰাৰ্থী জিকি আহিব প্ৰত্যেককে কাৰ্যবাহী সদস্যৰ পদ দিয়া হ’ব ৷ মুখ্য কাৰ্যবাহী সদস্য আৰু উপ-মুখ্য কাৰ্যবাহী পদৰ বাহিৰে বাকী ১৪ টা কাৰ্যবাহী সদস্য হ’ব । প্ৰথমতে তিনি বছৰ আৰু পৰবৰ্তী দুই বছৰৰ বাবে ২৮ গৰাকীয়ে কাৰ্যনিৰ্বাহক সদস্যৰ পদবী লাভ কৰিব ৷

হাগ্ৰামা মহিলাৰীয়ে পুনৰ কয় যে, বিপিএফ দলে বিগত পোন্ধৰে বিটিচিত ৰাষ্টা-ঘাট, দলঙকে আদি কৰি বিভিন্ন উন্নয়ন মূলক কাম কৰিলে ৷ বিটিচিত কত কি সমস্যা আছে বিপিএফেহে ভালদৰে জানে ৷ বিজেপি, ইউপিপিএল বা জেএছপি দলে একো নাজানে ৷ বিপিএফে দলে কৰা চকুত লগা উন্নয়নৰ বাবে বিটিচিবাসী ৰাইজে চতুৰ্থ বাৰৰ বাবে বিপিএফ দলক বিটিচিৰ ৰাজপাটত বহুৱাব ৷

আনহাতে নিজৰ ভাষণত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰি মহিলাৰীয়ে কয় যে, বিটিচিৰ জনসাধৰণক আন্ধাৰত ৰাখি প্ৰমোদ বড়োৱে কেৱল বড়ো জাতিৰ উন্নয়নৰ স্বাৰ্থত বিটিআৰ চুক্তি স্বাক্ষৰিত কৰিছে ৷ ই বড়ো জাতিক নিশেষ কৰিব ৷ সেই প্ৰমোদ বড়োৱে এতিয়া সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা কৈ নিৰ্বাচনী বৈতৰনী পাৰ হ’ব বিচাৰে ৷ আনহাতে তামুলপুৰৰ বিধায়ক ইমানুৱেল ম’ছাহাৰীক কটাক্ষ কৰি মহিলাৰীয়ে কয় যে, অতি শীঘ্ৰে ইমানুৱেল ম’ছাহাৰীয়ে খ্ৰীষ্টান ধৰ্ম এৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিব ৷

আমি কিন্তু খ্ৰীষ্টান ধৰ্মৰ মানুহে হিন্দু ধৰ্ম গ্ৰহণ কৰা কেতিয়াও দেখা নাই ৷ ম’ছাহাৰীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পাছতহে গম পাব তেওৰ ৰাজনৈতিক ভৱিষ্যত কোন দিশে গতি কৰে ৷ তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ বিশ্বাসৰ সমৰ্থনত নাগাপুৰত, ২৬ নম্বৰ দৰংগাজুলী পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী বিজিত গৌড়া নাৰ্জাৰীৰ সমৰ্থনত আঙাৰকাটাত আৰু ২৮ নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী চণ্ডী বসুমতাৰীৰ সমৰ্থনত মাডাৰবাৰীত আজি অনুষ্ঠিত তিনিখনকৈ বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে ৷

আজিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মহিলাৰীক সংগ দিয়ে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী, সাধাৰণ সম্পাদক উপেন বসুমতাৰী, প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, যুৱ বিপিএফৰ কেন্দ্ৰীয় সম্পাদক সোমনাথ বসুমতাৰী, প্ৰাক্তন এমচিএল বনমালী বড়ো, মদন মোহন ম’ছাহাৰীৰ লগতে ভালেকেইজন বিপিএফৰ নেতা কৰ্মীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BTADBTCHagrama Mohilary
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d