Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

    Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

লাডাখত ব্যৰ্থ হৈ স্বদেশত তীব্ৰ প্ৰত্যাহ্বানৰ মুখত ৰাষ্ট্ৰপতি জিনপিং

publisher by publisher
September 16, 2020
in India, News
Reading Time: 1 min read
0
সীমান্তৰ বন্ধু ৰাষ্ট্ৰৰে ভাৰতৰ দূৰত্ব বৃদ্ধিৰ কূটকৌশল চীনৰ

China Vice-President Xi Jinping stands during a trade agreement ceremony between the two countries at Dublin Castle in Dublin, Ireland February 19, 2012. REUTERS/David Moir (IRELAND - Tags: POLITICS BUSINESS HEADSHOT) - RTR2Y43M

2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

 Sonam Wangchuk:লাডাখৰ লেহত সোনম ৱাংচুকৰ মমবাতি সমদল

লাডাখৰ জোজিলাত হিমস্খলনত সাতজনৰ মৃত্যু!

লাডাখত ভাৰত চীন সীমান্তত বিগত কে’বামাহ ধৰি অব্যাহত থকা সংঘৰ্ষমুখৰ পৰিস্থিতিৰ আঁৰত আছে চীনা ৰাষ্ট্ৰপতি জি জিনপিঙৰ কূট কৌশল ।চীনৰ সম্প্ৰসাৰণবাদী মনোভাৱৰ ধ্বজাবাহী জিনপিঙে লাডাখত আগ্ৰাসন চলাই ভাৰতৰ ভূমি বেদখল কৰিবলৈ বিগত মাহবোৰত চেষ্টা চলাই আছে যদিও সষ্টম ভাৰতীয় সেনাৰ আক্ৰমণাত্মক প্ৰতিৰোধৰ বাবে মুখ থেকেচা খাবলগীয়া হৈছে ।ফলত নিজ দেশতে ভেটি হেৰুওৱাৰ উপক্ৰম ঘটিছে জিনপিঙৰ ৷এয়া কোনো ভাৰতীয় বিশেষজ্ঞৰ মন্তব্য নহয় ৷এই ভাষ্য আমেৰিকাৰ নিবাসী চীনা অধিবক্তা,সাংবাদিক গৰ্ডন জি চাঙে ।
লাডাখত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰতীয় সেনাক পিছলৈ ঠেলি পঠিয়াবলৈ চীনৰ ব্যৰ্থতাই এই কথা প্ৰমাণ কৰিছে যে চীনা ৰাষ্ট্ৰপতি জি জিন পিঙৰ কাৰোবাক আতংকিত কৰাৰ ক্ষমতা হ্ৰাস পাইছে । ভাৰত চীন সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ অধিক অঞ্চলত অনুপ্ৰবেশৰ হাইপ্ৰফাইল অপচেষ্টাই চীনা ৰাষ্ট্ৰপতিৰ ভৱিষ্যতলৈ সংকট কঢ়িয়াইছে বুলি মন্তব্য কৰিছে ৷ তেওঁ কয় যে চীনা বাহিনীয়ে অপ্ৰত্যাশিতভাৱে মুখ থেকেচা খোৱা আৰু ভাৰতৰ বিৰুদ্ধে গ্ৰহণ কৰা এইসমূহ আগ্ৰাসী পদক্ষেপৰ মূল পৰিকল্পনাকাৰী হৈছে ৰাষ্ট্ৰপতি জিনপিং ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনা সেনাৰ ব্যৰ্থতাৰ ফলত তেওঁ ভূগিব লাগিব ৷
ইয়াৰ ফলত অৱশ্যে জিনপিঙে আন এক সুযোগ লাভ কৰিব যাৰ জৰিয়তে তেওঁ চীনা সেনাবাহিনীত অনুগতক নিযুক্তি দি শত্ৰু ভাবাপন্নসকলক আঁতৰাব পাৰিব ৷অৱশ্যে চীনা কমিউনিষ্ট পাৰ্টিৰ চেন্ট্ৰেল মিলিটেৰী কমিছনৰ অধ্যক্ষ আৰু পি এল এৰ নেতা জিনপিঙে এই ব্যৰ্থতাৰ ফলত ভাৰতীয় অৱস্থান বিৰুদ্ধে অধিক আগ্ৰাসী পদক্ষেপ ল’বলৈ উৎসাহিত হ’ব ৷এইদৰে চাঙে কয় ।
মনকৰিবলগীয়া যে ক্ষমতা কুক্ষিগত কৰি ৰাখিবলৈ মাও জে ডঙৰ দিনৰে পৰা বন্দুকৰ ওপৰতে ভৰসা কৰি আহিছে চীনা কমিউনিষ্ট পাৰ্টিয়ে ৷বেইজিঙৰ টিয়েনমেন স্কোৱেৰত বুলডেজাৰেৰে ছাত্ৰ আন্দোলনক মষিমূৰ কৰাৰ পৰা আৰম্ভ কৰি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গালোৱান উপত্যকাত ভাৰতীয় ভূমি দখলৰ অপচেষ্টালৈ আগ্ৰাসী চীনৰ একে নীতিৰ প্ৰতিফলন ঘটিছে ।অৱশ্যে এইবাৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত অধিক তৎপৰ হৈছে ৰাষ্ট্ৰপতি জিনপিং । সীমান্তত সমুখ সমৰত নামি অৱশেষত শ’লঠেকত পৰিছে জিনপিং ৷ভাৰতে এইদৰে সামৰিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বুলি অনুমান কৰিব পৰা নাছিল চীনে ৷সেয়েহে তেওঁ ৰাজনৈতিক দল বিপদাপন্ন হোৱাৰ পথত ৷
প্ৰাক্তন ভাৰতীয় চোৰাংচোৱা বিষয়া জয়দেৱ ৰাণাডেই কয় যে জিনপিঙৰ বাবে এতিয়া প্ৰয়োজন “বিজয়” আৰু সেয়েহে তেওঁ লাডাখত অধিক সংঘৰ্ষৰ সূচনা কৰিব পাৰে ৷সম্প্ৰতি ৰাণাডেই নতুন দিল্লীস্থিত চেন্টাৰ ফৰ চাইনা এনালাইছিছ এণ্ড ষ্ট্ৰেটেজীৰ মুৰব্বী ৷ৰাণাডেৰ মতে”ভাৰতৰ উচ্চ পৰ্যায়ৰ প্ৰস্তুতি,ভাৰতীয় সেনাৰ সমাবেশৰ সন্মুখত তেওঁ বিচৰা মতে সফলতা লাভ কৰিবনে নাই সেই বিষয়ে জিনপিং আশ্বস্ত নহয় ৷
ইপিনে ভাৰ্জিনিয়াৰ এজন আন্তৰ্জাতিক বিশেষজ্ঞ ৰিচাৰ্ছ ফিছাৰে কয় যে জিনপিঙৰ আভ্যন্তৰীণ সন্ত্ৰাসৰ বলি হোৱাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ পি এল এৰ নেতৃত্বত হাতত আক্ৰমণাত্মক সামৰিক কাৰ্যকলাপ হাতত লোৱাৰ বাহিৰে আন উপায় নাই। আনহাতে চাঙে কয়” দুৰ্ভাগ্যজনকভাৱে এনেবোধ হৈছে যে চীনৰ নেতাজন,যাক অজেয় যেন লাগিছিল এতিয়া তেওঁ আৰু কিবা প্ৰমাণ কৰিব লাগিব৷ফলত তেওঁ ভাৰতক বিচ্ছিন্ন কৰিবলৈ আন এক প্ৰচেষ্টা হাতত ল’বলৈ দৃঢ় ।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHAINAIndia Chaina BorderJinPingLadakh
publisher

publisher

Related Posts

Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ
Assam

Padmashri Gopiram Bargayan Budhabhakat passes away:সত্ৰীয়া সংস্কৃতিৰ কাণ্ডাৰী পদ্মশ্রী গোপীৰাম বৰগায়ন বুঢ়াভকতৰ প্ৰয়াণ

September 15, 2026
Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ
Assam

Kamakhya Train Station:সাতখন ট্ৰাকৰে চোৰে লুটি নিলে কামাখ্যা জংছনত মজুত কৰা এলুমিনিয়ামৰ তাঁৰ

September 15, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
Assam

Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

September 15, 2026
Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ
Assam

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d