Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিৰোধীৰ উত্তপ্ত পৰিবেশৰ মাজত সংসদত গৃহীত হ’ল কৃষি বিধেয়ক

publisher by publisher
September 20, 2020
in India, News
Reading Time: 1 min read
0
বিৰোধীৰ উত্তপ্ত পৰিবেশৰ মাজত সংসদত গৃহীত হ’ল কৃষি বিধেয়ক
1
SHARES
9
VIEWS
ShareShareShareShare

ৰাজ্যসভাত কৃষি বিধেয়কক লৈ বিৰোধীৰ বিৰোধিতাৰ মাজতে আজি কৃষিখণ্ডৰ লগত জড়িত দুখন বিধেয়ক সংসদত গৃহীত হয় । এই সময়ত বিৰোধীয়ে বিভিন্ন শ্ল’গানত উত্তপ্ত হৈ পৰে সংসদ । যাৰ কাৰণে ১০ মিনিটৰ কাৰণে ৰাজ্যসভাৰ কাম-কাজ স্থগিত ৰখা হয় ।

ADVERTISEMENT

আনহাতে কৃষি বিধেয়কৰ সন্দৰ্ভত বিৰোধীৰ মত অনুসৰি বিধেয়কখন চৰ্চাৰ কাৰণে নিৰ্বাচন কমিটীৰ ওচৰলৈ প্ৰেৰণ কৰিব লাগে ৷ ইয়াৰ বিপৰীতে চৰকাৰৰ দাবী যে কৃষি বিধেয়ক ঐতিহাসিক ৷ এই বিধেয়কে কৃষকসকলৰ জীৱন পৰিৱৰ্তন কৰিব ।

RelatedPosts

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

ইপিনে কৃষি বিধেয়কক বিগত সপ্তাহত লোকসভাত গৃহীত কৰা হয় । কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা কৃষক কল্যাণ মন্ত্ৰীয়ে আজি কৃষি বিধেয়কক ৰাজ্যসভাত উত্থাপন কৰে ৷ কৃষি বিধেয়কক লৈ বিজেপিৰ সহযোগী দল শিৰোমণি আকালী দলে পোনে পোনে চৰকাৰক সকীয়াই দিয়ে ৷

দলে সাংসদ নৰেশ গুজৰালে বিধেয়কখনৰ সন্দৰ্ভত কয় যে বিধেয়কখনক প্ৰথমে নিৰ্বাচনী কমিটিলৈ প্ৰেৰণ কৰা যাওক । যাতে কৃষি বিধেয়কক হিতাধিকাৰীৰ তালিকা প্ৰস্তুত হয় । গুজৰালে চৰকাৰক হুংকাৰ দিয়ে যে চৰকাৰক দুৰ্বল বুলি ভাবিব নালাগে ।

আনহাতে তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ’ ব্ৰায়নৰ মতে চৰকাৰে সংসদীয় গণতন্ত্ৰৰ হত্যা কৰিছে ৷ ৰূপা গাংগুলীৰ মতে কৃষি বিধেয়ক দুখনত কৃষকৰ বিৰুদ্ধে এটা শব্দও নাই । আপোনালোক সকলোৱে এই বিধেয়কখন পঢ়ক । তেতিয়া জানিবলৈ পাব যে এই বিধেয়ক দুখনক কৃষকৰ বিৰোধ একোৱেই নাই ।

ইপিনে কেৱল সংসদতে যে কৃষি বিধেয়কৰ বিৰোধিতা হৈছে এনে নহয় ৷ দেশৰ বিভিন্ন প্ৰান্তত এই বিধেয়কৰ বিৰোধিতা হৈছে ৷ হাৰিয়ানাতো কৃষি বিধেয়কৰ বিৰোধিতাৰে ৰাজপথ কপাঁই তোলে লোকসকলে ৷ প্ৰতিবাদকাৰী সকলে নিজৰ নিজৰ ট্ৰেক্টৰ লৈ পথ বন্ধ কৰি দিয়ে ৷ যাৰ কাৰণে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে । কাষৰীয়া ৰাজ্যসমূহত হোৱা প্ৰতিবাদৰ ভিত্তিত দিল্লী আৰক্ষীও সষ্টম হৈ আছে ৷

কৃষকসকলে বিৰোধিতা কৰা তিনিওখন বিল হ’ল- The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill. কৃষকসকলে ফচলৰ নূন্যতম মূল্য নোপোৱা আৰু ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত এই বিলৰ বিৰোধিতা কৰিছে ।

তেওঁলোকৰ ধাৰণা-বজাৰৰ পৰা উঠি যাব চৰকাৰী নিয়ন্ত্ৰণ । আনহাতে চৰকাৰৰ মত যে, ‘প্ৰস্তাৱিত বিলকেইখন ক্ষুদ্ৰ আৰু প্ৰান্তিক কৃষকসকলৰ সহায়ৰ বাবেহে । কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্য বা সামগ্ৰী অন্য কোনো দেশলৈ প্ৰতিযোগিতামূলক দামত বিক্ৰী কৰিব পাৰিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Agri BillindiaMonsoon SessionParliament
publisher

publisher

Related Posts

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d