Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এইবাৰ ৰহস্যময়ী নাৰীৰ সন্ধান

publisher by publisher
October 19, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
কোটি টকাত বিক্ৰী হৈ গৈছিল এছ পি:জুলাইতে প্ৰশ্নকাকত ফাদিলৰ পৰিকল্পনা
1
SHARES
10
VIEWS
ShareShareShareShare

আৰক্ষীৰ উপ-পৰিদর্শক (এছ আই) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গােচৰত আত্মসমর্পণ কৰাৰ পূর্বে এগৰাকী ৰহস্যময়ী নাৰীৰ লগতে তিনিজন ঘনিষ্ঠ ব্যক্তিক অতি সংগােপনে সাক্ষাৎ কৰিছিল আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই। চোৰাংচোৱা সংস্থাই এই তথ্য নিশ্চিত কৰাৰ পাছতে শনিবাৰৰ নিশাৰ পৰা সংশ্লিষ্ট সকলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে চি আই ডিয়ে।

ADVERTISEMENT

চি আই ডিৰ সূত্ৰই এই কথা সদৰী কৰি জনােৱা মতে, প্রশ্নকাকত ফাদিলৰ বিনিময়ত মেছাৰ্ছ অক্ষয় টেলিকমিউনিকেছনৰ অন্যতম অংশীদাৰ ৰুবুল হাজৰিকা বাহিনীৰ পৰা আগধন হিচাপে ৪০ লাখ টকা আদায় লােৱাৰ পাছত সমগ্র বিষয়টো এৰাই চলিছে অভিযুক্ত সঞ্জীত কৃষ্ণই।এইক্ষেত্ৰত পৃথকে পৃথকে চলােৱা জেৰাৰ সময়ত ধৃত ৰুবুল হাজৰিকাই একেখিনি কথাকে দোহাৰিছে যদিও আগধন হিচাপে আদায় লােৱা নগদ ৪০ লাখ টকাৰ সন্ধান উলিয়াব পৰা নাই ।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

তদন্তকাৰী সংস্থাটোৱে। বাৰম্বাৰ চলােৱা জেৰাৰ সময়ত ধৃত আৰক্ষী অধীক্ষকজনে মৌনতা অৱলম্বন কৰাক কেন্দ্ৰ কৰিয়ে তদন্তকাৰী সংস্থাটোৱে বিপাঙত পৰিছে। এনেবােৰ বিষয়ক লৈ চি আই ডিৰ আভ্যন্তৰত চৰ্চা অব্যাহত থকাৰ সময়তে সংশ্লিষ্ট গােচৰত আত্মসমর্পণৰ পূর্বে এগৰাকী ৰহস্যময়ী নাৰীসহ তিনিজন ঘনিষ্ঠ ব্যক্তিক মহানগৰীৰ পাৰ্শ্বৱর্তী অঞ্চলত অতি সংগােপনে পৃথকে পৃথকে সঞ্জীত কৃষ্ণই সাক্ষাৎ কৰাৰ তথ্য লাভ কৰে চোৰাংচোৱা সংস্থাই।

উক্ত সময়ছােৱাতে ধৃত আৰক্ষী অধীক্ষকজনে ৰহস্যময়ী নাৰী গৰাকীৰ লগতে আন তিনি ঘনিষ্ঠ ব্যক্তিৰ ভিতৰত যিকোনাে এজনৰ ওচৰত উক্ত ধনৰাশি লুকুৱাই ৰখা বুলি চি আই ডিয়ে সন্দেহ কৰিছে। ইয়াৰ ভিত্তিতে ৰহস্যময়ী নাৰীগৰাকীৰ লগতে সংশ্লিষ্ট তিনি ঘনিষ্ঠ ব্যক্তিৰ সন্ধানত চি আই ডিয়ে অভিযান অব্যাহত ৰখা বুলি সূত্ৰটোৱে জনায়। সংশ্লিষ্টসকলৰ সন্ধান ওলালেই সঞ্জীত কৃষ্ণই লুকুৱাই ৰখা নগদ ৪০ লাখ টকা উদ্ধাৰৰ সম্ভাৱনা থকা বুলিও চি আই ডিৰ সূত্ৰটোৱে উল্লেখ কৰে ।

কেতিয়া সাক্ষাৎ কৰিলে?

প্রশ্নকাকত ফাদিলৰ গােচৰত যােৱা ১২ অক্টোবৰৰ পৰা ধাৰবাহিকভাৱে জেৰাৰ সন্মুখীন অভিযুক্ত আৰক্ষী অধীক্ষক কৃষ্ণই ৰহস্যজনকভাৱে ১৩ অক্টোবৰৰ নিশাৰ পৰা আত্মগােপন কৰে। ফলত তলব কৰা সত্ত্বেও যােৱা ১৪ অক্টোবৰত চি আই ডিৰ মুখ্য কার্যালয়ত উপস্থিত থকাৰ পৰা বিৰত থাকে অভিযুক্ত কৃষ্ণই।

ইয়াকে লৈ ৰাজ্য চৰকাৰৰ গৃহ বিভাগত হাহাকাৰৰ সৃষ্টি হােৱাৰ পাছত যােৱা ১৫ অক্টোবৰত কৃষ্ণই ডি জি পিৰ কাৰ্যালয়ত আত্মসমর্পণ কৰে। সম্প্রতি চি আই ডিৰ জিম্মাত থকা ধৃত কৃষ্ণই যােৱা ১১ অক্টোবৰৰ নিশাই কৰিমগঞ্জৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয়। অৱশ্যে যােৱা ১৩ অক্টোবৰৰ নিশাৰ পৰা ১৪ অক্টোবৰৰ নিশাৰ ভিতৰতে অভিযুক্ত আৰক্ষী অধীক্ষকজনে ৰহস্যময়ী নাৰীৰ লগতে তিনি ঘনিষ্ঠ ব্যক্তিক মহানগৰীৰ পাৰ্শ্বৱর্তী অঞ্চলত কেউজনকে পৃথকে পৃথকে সাক্ষাৎ কৰা বুলি সূত্ৰটোৱে জনায়। সংশ্লিষ্টসকলক সাক্ষাতৰ বাবে যােৱাৰ সময়ত কৃষ্ণই মহানগৰীৰ উলুবাৰীৰ কছাৰীবস্তিত বাসগৃহৰ পৰা খােজ কাঢ়িয়ে ওলাই যােৱাৰ তথ্যও চোৰাংচোৱা সংস্থাই নিশ্চিত কৰা বুলি সূত্ৰটোৱে জনায়।

খেনােক দেখি ৰন্ধা-বঢ়া চলিছে নেকি?

খেনােক দেখি ৰন্ধা-বঢ়া আৰু খেনাে দেখি দুৱাৰ মৰা নীতি গ্রহণ কৰিছে নেকি প্রশ্নকাকত ফাদিলৰ ঘটনা সম্পৰ্কত ৰুজু হৈ থকা গােচৰৰ তদন্তৰ দায়িত্বত নিয়ােজিত তদন্তকাৰী সংস্থাসমূহে? কৰিমগঞ্জ জিলাৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্রশান্ত দত্তৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাক কেন্দ্ৰ কৰিয়ে এই প্রশ্ন উত্থাপিত হৈছে।

চি আই ডিৰ এক সূত্রই জনােৱা মতে, প্রশ্নকাকত ফাদিল কৰা চক্ৰটোৰে প্রত্যক্ষ যােগসূত্র থকাৰ অভিযােগত যােৱা ২২ ছেপ্টেম্বৰৰ পৰা অসুস্থতাৰ অজুহাত দি জিলা সদৰৰ বাহিৰত থকা অতিৰিক্ত আৰক্ষী অধীক্ষক প্রশান্ত দত্তক যােৱা ১২ অক্টোবৰত চি আই ডিয়ে জেৰা চলায়। মহানগৰীৰ গীতানগৰস্থিত বাসগৃহত বাহৰ পাতি থকা দত্তই অসুস্থতাৰ অজুহাত দি আৰু কিছুদিনৰ বাবে গুৱাহাটীতে থকাৰ বাবে আগ্রহ প্রকাশ কৰি যােৱা ১৫ অক্টোবৰত কৰিমগঞ্জ জিলাৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক মায়ংক কুমাৰ ঝাৰে যােগাযােগ কৰে। কিন্তু এই ক্ষেত্ৰত প্রয়ােজনীয় অনুমতি দিয়াৰ পৰা আৰক্ষী অধীক্ষকে বিৰত থাকে। লগতে অতি কমসময়ৰ ভিতৰতে কর্তব্যত যােগদানৰ বাবে দত্তক আৰক্ষী অধীক্ষক ঝাই নির্দেশ দিয়ে। ইয়াৰ ভিত্তিতে যােৱা ১৬ অক্টোবৰত অতিৰিক্ত আৰক্ষী অধীক্ষক দত্তই কর্তব্যত যােগদান কৰে।

প্রশ্নকাকত ফাদিল কৰা চক্ৰৰে প্রত্যক্ষ যােগাযােগত থকাৰ পাছতাে অতিৰিক্ত আৰক্ষী অধীক্ষক দত্তক সােধপোছৰ বাবে চি আই ডিয়ে দ্বিতীয়বাৰলৈ তলব কৰিব নােৱাৰাটোৱে স্বাভাৱিকতে ৰহস্যৰ সৃষ্টি কৰিছে বুলি সূত্ৰটোৱে জনায় । কাৰ হেঁচাত চি আই ডিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক দত্তৰ কাষ চাপিব পৰা নাই সেয়া এই মুহূর্তত বৃহৎ প্রশ্ন হিচাপে চিহ্নিত হােৱা বুলিও সূত্ৰটোৱে উল্লেখ কৰে । অৱশ্যে সংশ্লিষ্ট গােচৰত অতিৰিক্ত আৰক্ষী অধীক্ষক প্রশান্ত দত্তক তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীত কৃষ্ণৰ বিৰুদ্ধে ৰাজসাক্ষী হােৱাৰ বাবে দিছপুৰৰ এক প্ৰভাৱশালী চক্রই পৰামর্শ আগবঢ়োৱা বুলিও সূত্ৰটোৱে অৱগত কৰে।

সঞ্জীত কৃষ্ণলৈ কাৰ দৰদ?

প্রশ্নকাকত ফাদিলৰ গােচৰত জড়িত থকাৰ অভিযােগত গ্রেপ্তাৰ হােৱা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই বৃহৎ পৰিমাণৰ নগদ ধন তথা বিভিন্ন মনােৰঞ্জনৰ সমল আদায়ৰ বিনিময়তে এই কুকার্য সংঘটিত কৰিছিল। মেছাৰ্ছ অক্ষয় টেলি কমিউনিকেছন প্রাইভেট লিমিটেডৰ অন্যতম অংশীদাৰ ধৃত ৰুবুল হাজৰিকাই জেৰাৰ সময়ত স্বীকাৰ কৰা তথ্যৰ আধাৰতে যােৱা ১৫ অক্টোবৰত চি আই ডিয়ে ২১/২০২০ নম্বৰ গােচৰত অভিযুক্ত কৃষ্ণক গ্রেপ্তাৰ কৰে।

চি আই ডিৰ জিম্মাত থকা আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ গ্রেপ্তাৰ হােৱাৰ চাৰিদিন উকলি গ’ল। অথচ আজি পর্যন্ত অভিযুক্ত আৰক্ষী অধীক্ষক কৃষ্ণক চাকৰিৰ পৰা নিলম্বন কৰা নাই ৰাজ্য চৰকাৰৰ গৃহ বিভাগে। দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ হেঁচাৰ বাবেই সঞ্জীত কৃষ্ণক নিলম্বনৰ পৰা বিৰত থকা গৃহ বিভাগে অনাগত দিনত আৰক্ষী অধীক্ষকজনৰ বিৰুদ্ধে সংশ্লিষ্ট গােচৰত বিচাৰ প্রক্রিয়া চলােৱাৰ বাবে অনুমতি দিব নে বুলিও এই মুহূর্তত প্রশ্ন উত্থাপিত হৈছে । যােৱা ১১ অক্টোবৰত দেওবাৰ হােৱা সত্ত্বেও কুমাৰ সঞ্জীত কৃষ্ণৰ বদলিৰ নির্দেশনা জাৰি কৰা গৃহ আৰু ৰাজনৈতিক বিভাগে গ্রেপ্তাৰ হােৱাৰ পাছতে আৰক্ষী অধীক্ষকজনক আজি পর্যন্ত কিয় নিলম্বনৰ নির্দেশ দিয়া নাই তাকে লৈ দিছপুৰৰ ভিতৰে-বাহিৰে ব্যাপক চর্চা চলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamSI Exam
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d