Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

    CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গাড়ীক লৈ হতাশা : আঢ়ৈ কোটিৰ মাৰ্চিডিজ জ্বলাই দিলে স্বয়ং গৰাকীয়ে

publisher by publisher
November 6, 2020
in News
Reading Time: 1 min read
0
গাড়ীক লৈ হতাশা : আঢ়ৈ কোটিৰ মাৰ্চিডিজ জ্বলাই দিলে স্বয়ং গৰাকীয়ে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

গাড়ী এখন ক্ৰয় কৰাৰ পাছত প্রচণ্ডভাৱে ভুগিবলগীয়া হৈছিল । মেৰামতি কৰাৰ পাছতাে কোনাে কাম হােৱা নাছিল । খং উঠিছিল ছাৰ্ভিচ চেণ্টাৰৰ ওপৰত; কিন্তু এনে কাৰণতে নিজৰ মাৰ্চিডিজ গাড়ীখনত কোনােবাই জুই লগাই দিব পাৰেনে? এনে এক অবিশ্বাস্য কামেই কৰিলে ৰাছিয়াৰ মিখাইল লিটভিন নামৰ এজন লােকে।

ADVERTISEMENT

মিখাইল বৃত্তিত এজন ইউটিউবাৰ । গাড়ীত জুই লগাই প্রস্তুত কৰা ভিডিঅ’ মিখাইলে নিজৰ চেনেলত আপলােড কৰিছে। স্বাভাৱিকতে ভিডিঅ’টোৱে কম সময়তে বিস্তাৰ লাভ কৰে । একমাত্র গাড়ীখনলৈয়ে নহয়, নিজৰ ইউটিউব চেনেলত অধিক দর্শন লাভ নকৰাত তীব্র হতাশাতাে ভুগিছিল মিখাইলে । সেয়েহে গাড়ীখন জুলাই দিয়াৰ লগতে ইউটিউবত ঘটনাৰ এটি ভিডিঅ’ দি দর্শক লাভৰ চেষ্টা কৰে ।

https://dainikagradoot.in/wp-content/uploads/2020/11/ГОРИ-ГОРИ-ЯСНО-.mp4

ভিডিঅ’টোৰ বাবে বৃহৎ সংখ্যাত লাইক আৰু মন্তব্যও লাভ কৰিবলৈ সক্ষম হয় মিখাইলে । মিখাইলৰ মাৰ্চিডিজখন আছিল এ এম জি ৬৩এ মডেলৰ । ভাৰতীয় মুদ্ৰাত মূল্য প্রায় আঢ়ৈ কোটি টকা । গাড়ীখন ক্ৰয়ৰ পাছৰে পৰা বহুবাৰ বিকল হৈ পৰিছিল । বিতৰকৰ ওচৰলৈকো পাঁচবাৰকৈ প্ৰেৰণ কৰা হৈছিল গাড়ীখন ।

বিতৰকৰ পৰা উভতাই অনাৰ পাছত গাড়ীখন কেইদিনমানলৈ সঠিকভাৱে চলে যদিও অতি কম দিনৰ ভিতৰতে পুনৰ সমস্যাৰ আৰম্ভ হয় । এনেদৰেই প্ৰায় ডেৰ মাহ যােৱাৰ পাছত গাড়ীখনক লৈ বিৰক্ত হৈ পৰে মিখাইলে ।

ইয়াৰ পাছতে গাড়ীখন জ্বলাই দিয়াৰ  সিদ্ধান্ত লয় মিখাইলে । সাত মিনিট ৩৮ ছেকেণ্ডৰ ভিডিঅ’টোত দেখিবলৈ পােৱা গৈছে প্রথমে এখন খালী পথাৰলৈ গাড়ীখন লৈ যােৱা হৈছে । গাড়ীখনত কে’বাটাও পেট্র’লৰ গেলানাে ৰখা হৈছিল । এটা-এটাকৈ গেলান বিলাকৰ পৰা গাড়ীখনত পেট্রল ঢালি গৈছিল মিখাইলে । পাছত লাইটাৰৰ দ্বাৰা অগ্নিসংযােগ কৰে গাড়ীখনত । এটা সময়ত দাউ দাউকৈ জুলি উঠে মাৰ্চিডিজখন।

বহু দূৰত থাকি মিখাইলে প্রত্যক্ষ কৰি গৈছিল জ্বলি থকা গাড়ীখনৰ । গাড়ীখন সম্পূৰ্ণৰূপে ভস্মীভূত হােৱাৰ পাছত এখন সেউজীয়া ৰঙৰ গাড়ীত উঠি পথাৰত উপস্থিত হয় মিখাইলে । গাড়ীখনৰ কিন্তু ষ্টার্ট হােৱা নাছিল । ঠেলিবলৈ আগবাঢ়ি আহিছিল বহু কেইজন । সমগ্র ঘটনাৰ দৃশ্য গ্রহণ কৰিবলৈ পূর্বৰে পৰা যে সকলাে ব্যৱস্থা কৰি ৰখা হৈছিল সেই কথাও ভিডিঅ’টোত স্পষ্ট ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CarsRussiaViral Video
publisher

publisher

Related Posts

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য
India

September 24, 2026
Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক
India

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

September 24, 2026
CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ
India

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

September 24, 2026
Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d