অৱশেষত জামিন লাভ কৰিলে ৰিপাব্লিক টিভি মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে ৷
ADVERTISEMENT
আজি উচ্চতম ন্যায়ালয়ে গোস্বামীৰ জামিন আবেদন মঞ্জুৰ কৰে ৷
৫০ হাজাৰ টকাৰ Furnish Bonds দি জামিন লাভ অৰ্ণৱ গোস্বামীৰ ৷
উল্লেখযোগ্য যে ৪ নবেম্বৰত আনভয় নাইক আৰু তেওঁৰ মাতৃক আত্মহত্যা কৰাৰ প্ৰৰোচনা আৰু টকাৰ লেনদেনৰ পৰিপেক্ষিতত গ্ৰেপ্তাৰ কৰা হৈছিল গোস্বামীক।