Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

হেৰি প’টাৰৰ ঝাৰু দণ্ডৰ দৰেই ব্ৰুমষ্টিক স্কুটাৰ

publisher by publisher
November 17, 2020
in News, world
Reading Time: 1 min read
0
হেৰি প’টাৰৰ ঝাৰু দণ্ডৰ দৰেই ব্ৰুমষ্টিক স্কুটাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

বহুগামিতাৰ জয়গান গাই সমস্যাত ব্রাজিলৰ মডেল

২৭ কোটি বছৰৰ পুৰণি ‘জীৱন্ত ফচিল’ উদ্ধাৰ

হেৰি প’টাৰৰ জগতৰ দৰেই এক ঘটনা ঘটি গ’ল ব্ৰাজিলৰ চাও পাওল’ত । কল্পনা যেন লগা ঝাৰু দণ্ডৰ ওপৰত বহি দুজনকৈ লোকে পৰিক্ৰমা কৰিলে দক্ষিণ আমেৰিকাৰ চহৰখনত । উল্লেখ্য যে হেৰি প’টাৰৰ জগতত ঝাৰু দণ্ডৰ ওপৰত বহি ঘূৰি ফুৰাৰ দৃশ্যৰ কম-বেছিভাৱে নতুন প্ৰজন্মৰ অধিক সংখ্যকেই পৰিচিত । হেৰি প’টাৰৰ পৰা অণুপ্ৰাণিত হৈয়ে ব্ৰাজিলৰ ৪০ বছৰ বয়সীয়া ভিনিচিয়াছ চেস্কটাচ আৰু ২৮ বছৰ বয়সীয়া আলছান্দ্ৰো ৰুছু’ৱে চাও পাওল’ৰ ৰাজপথত একে কাম কৰি দেখুৱালে ।

ADVERTISEMENT

দুয়োৱে ৰূপকথাৰ জগতৰ ঘটনাটোক বাস্তৱায়িত কৰিছে ‘ব্ৰুমষ্টিক স্কুটাৰ’ নাম দিয়া বাহনখনৰে । ক’বলৈ গ’লে দুয়োৱে লগ লাগি এক অসাধ্যকে সাধন কৰিলে । হেৰি প’টাৰৰ দৰে স্বৰ্গ-পাতালত ভ্ৰমণ কৰিব নোৱাৰিলেও মৰ্ত্যত ভ্ৰমণ কৰি কিন্তু সকলোকে চমক দিবলৈ সক্ষম ঘৈছে । ঘটনাটো ইতিমধ্যে ছবি তথা ভিডিঅ’ৰ ৰূপত ছ’চিয়েল মিডিয়াত বিস্তাৰ লাভ কৰিছে । আজি কীৰ্তি-কলাপৰ বাবে দুয়ো প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে ।

ব্ৰুমষ্টিক স্কুটাৰখন সম্প্ৰতি চাও পাওল’ৰ চহৰবাসীৰ মাজত পৰিচিত হৈ পৰিছে । দেখিলে সকলোৰে হেৰি প’টাৰৰ ঝাৰু দণ্ডৰ ওপৰত বহি থকা যেনেই অনুভৱ কৰে । উদ্ভাৱনকাৰী দুজনৰ বহাৰ ধৰণটোও ঠিক হেৰি প’টাৰৰ দৰেই । স্কুটাৰখনত যন্ত্ৰৰ লগত এটি চকা সংলগ্ন হৈ আছে । যন্ত্ৰৰ শক্তিতেই চলে চকাটো । এনেদৰেই নিজৰ গন্তব্য স্থানলৈ আগবাঢ়ি যায় স্কুটাৰখন ।

ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে ঝাৰুৰ সন্মুখৰ অংশটোৰে স্কুটাৰখনৰ নিয়ন্ত্ৰণ কৰা হয় । ঝাৰুৰ সন্মুখৰ অংশটোৰেই স্কুটাৰখনৰ গতিপথৰ পৰিৱৰ্তন কৰা হয় । ব্ৰুমষ্টিক স্কুটাৰে ঘণ্টাত সৰ্বোচ্চ ৬০ কিলোমিটাৰ পৰ্যন্ত গতি লাভ কৰিব পাৰে । ভিনিচিয়াছ আৰু আলছান্দ্ৰোৱে এই স্কুটাৰখনৰে কাৰ্যালয়লৈকো অহা-যোৱা কৰে ।

দুয়োৱে আশা কৰা অনুসৰি আগন্তুক দিনত হেৰি প’টাৰ ভক্তসকলে স্কুটাৰখনক লৈ অধিক উৎসাহ প্ৰদৰ্শন কৰিব । স্কুটাৰখনৰে দুয়োৱে ৰাজপথৰ যান-জঁট ফালি আগবাঢ়ি যোৱাৰ লগতে বৰ্তমানৰ কৰ’না কালত সামাজিক দূৰত্ব পালন কৰাটো সফল হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BrazilHarry Potter
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d