●দিল্লীত কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী
●বেৰিকেড ,কন্দুৱা গেছ আৰু পানীৰ যোগেদি প্ৰতিবাদী দলক নিয়ন্ত্ৰণৰ চেষ্টা আৰক্ষীবাহিনীৰ ।
●হাতত লাঠী জোং আৰু তৰোৱাল লৈ আগবাঢ়ি আহিছে প্ৰতিবাদী দল।
● ৫০ হাজাৰতকৈও অধিক কৃষকে যোগদান কৰে প্ৰতিবাদী কায্যসূচীত
●পাঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজনৈতিক নেতা সকলে ৰাজনৈতিক যুদ্ধ আৰম্ভ কৰি দিছে।
ADVERTISEMENT





























