Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

 আমেৰিকাত ২৪ ঘণ্টাত দুই লাখৰো অধিক অতিক্ৰম কৰিলে কৰ’না আক্রান্তৰ সংখ্যা

publisher by publisher
November 28, 2020
in COVID-19, News
Reading Time: 1 min read
0
 আমেৰিকাত ২৪ ঘণ্টাত দুই লাখৰো অধিক অতিক্ৰম কৰিলে কৰ’না আক্রান্তৰ সংখ্যা
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

আমেৰিকাত একেদিনাই সংক্ৰমণৰ হাৰ বৃদ্ধি পালে প্ৰায় দৈনিক সংক্ৰমণৰ দুগুণ ।  বিগত ২৪ ঘণ্টাত দুই লক্ষ্যৰো অধিক লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে । জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ ৰিপ’ৰ্ট অনুসৰি, শনিবাৰে নতুনকৈ দুই লাখ পাঁচ হেজাৰ ২৪ জনকৈ লোক ক’ৰোনাত সংক্ৰমিত হৈছে । বৰ্তমান মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১,৩০,৮৮,২৮২ জন । আমেৰিকাত সংক্ৰমণৰ হাৰ বৃদ্ধিৰ লগে লগে সমগ্ৰ বিশ্বতে কৰ’না ৰুগীৰো হাৰ বৃদ্ধি‌ পাইছে । বিশ্বত মুঠ আক্ৰান্তৰ সংখ্যা ৬,১৫,৯,২৯৫ জন ।দিন পূৰ্বে ক’ভিড ট্ৰেকাৰ প্ৰ’জেক্টৰ সমীক্ষাত পোৱা যায় যে, আমেৰিকাৰ হাৰ্টলেণ্ড ৰাজ্যসমূহ যেনে – চাউথ ডাকোটা, নেব্রাস্কা, কানচাছ, উইছকনছিনসহ বহুকেইখন ৰাজ্যত পৰিস্থিতি ক্ৰমে ভয়াবহ হৈ পৰিছে ।

ADVERTISEMENT

বিশেষজ্ঞই কয়, ইমান দিনে সংক্ৰমণ‌ কেৱল ডাঙৰ চহৰসমূহতে সীমাবদ্ধ আছিল । কিন্তু এতিয়া সংক্ৰমণ ক্ৰমে গ্ৰাম্য অঞ্চলৰ লগতে প্ৰান্তৱৰ্তী অঞ্চলসমূহতো বৃদ্ধি পাইছে । ফলত আক্ৰান্তৰ হাৰো বৃদ্ধি পাইছে । দ্ৰুত হাৰত সংক্ৰমণ বৃদ্ধিৰ পোৱাৰ ফলত চিকিৎসালয়বোৰত বিছনাৰ নাটনিৰো সৃষ্টি হৈছে । কেৱল সেয়ে নহয় চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা পৰিসেৱাৰ লগত জড়িত লোকসকল কৰ’নাত আক্ৰান্ত হোৱাৰ ফলত পৰিসেৱা আগবঢ়োৱাত‌ বাধাৰ সৃষ্টি হৈছে ।  সৰু চহৰবোৰে সূচনীয় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে । বিশেষজ্ঞসকলে আগতেই সতৰ্কবাণী দিছিলে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী লৈকে অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ । কিন্তু দেখা গৈছে যে মধ্য-পশ্চিমীয়া ৰাজ্যসমূহত  ক’ভিডক লৈ অনীহাৰ সৃষ্টি  হৈছে । বিশেষজ্ঞসকলে দাবী কৰে যে, বাৰে বাৰে সকীয়াই দিয়াৰ পাছতো কোনো লোকেই মাস্কৰ ব্যৱহাৰ কৰা নাই । সামাজিক দূৰত্ব পালন নকৰে  আমেৰিকাত সংক্ৰমণ বৃদ্ধিৰ এইবোৰেই অন্যতম কাৰণ ।

‘থ্যেংকছগিভিং দ্যে’ৰ পাছত ‘বৰদিন’ আহি আছে  এনে পৰিস্থিতিত সংক্ৰমণৰ হাৰ অধিক বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে । দ্য চেন্টাৰ ফৰ ডিজিচ কন্ট্র’ল এণ্ড প্রিভেনচন (চিডিচি)য়ে এই আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণক ঘৰতেই উৎসৱ পালন কৰিবলৈ সতৰ্কবাণী দিছে । চিডিচিৰ এজন অধিকাৰীয়ে জনায় যে, যদি জনসাধাৰণে সতৰ্কতা অৱলম্বন নকৰে তেন্তে এই উৎসৱেই হ’ব ‘দ্য মাদাৰ অৱ অল চুপাৰ স্প্ৰেদাৰ ইভেণ্টচ’ । সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ সংখ্যাও ক্ৰমে বৃদ্ধি পাইছে । জন্স হপকিন্স বিশ্ববিদ্যালয়ৰ ৰিপ’ৰ্ট অনুসৰি, ইতিমধ্যে আমেৰিকাত মৃত্যু হৈছে ২,৬৪,৮৫৮ জনকৈ লোকৰ । সমগ্ৰ বিশ্বত মৃত্যুৰ হাৰ হৈছে ১৪,৪২,৬৬৪ জন । মৃতকৰ সংখ্যা ৰোধ কৰিবলৈ যদি কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে এই হাৰ তিনি লাখো অতিক্ৰম কৰিব পাৰে বুলিও জনায় চিডিচিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaCorona
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d