Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Betala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

    HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

    Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

ভাৰতত ক’ভিড ভেকচিনৰ পৰীক্ষণৰ ড’জৰ মাত্ৰাৰ পৰিৱৰ্তন নহয়ঃ ছেৰাম ইনষ্টিটিউট

publisher by publisher
December 2, 2020
in COVID-19, Health, News
Reading Time: 1 min read
0
ভাৰতত ক’ভিড ভেকচিনৰ পৰীক্ষণৰ ড’জৰ মাত্ৰাৰ পৰিৱৰ্তন নহয়ঃ ছেৰাম ইনষ্টিটিউট
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ব্ৰিটেইনত অক্সফোৰ্ড-এষ্ট্ৰাজেনেকাৰ ভেকচিনৰ পৰীক্ষণত কম ড’জ ব্যৱহাৰ কৰিও ৯০ শতাংশ সাফলতা লাভ কৰিছে । ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া (এছ আই আই)এ কয় যে, এই ফলাফল লাভৰ পাছতো পৰীক্ষা-নিৰীক্ষাৰ সময়ত ব্যৱহাৰ কৰা ড’জৰ মাত্ৰাৰ পৰিৱৰ্তন কৰা নহ’ব । এছ আই আই-এ পুনৰ জনায়, ‘পৰীক্ষণ স্বেচ্ছাসেৱীসকলক পূৰ্ণ মাত্ৰাত দুটা ড’জ দিয়া হ’ব। ভেকচিনৰ পৰীক্ষণ চলি থকাৰ সময়ত ড’জৰ মাত্ৰাৰ পৰিৱৰ্তন কৰিলে সময়ৰ অপব্যয় হ’ব সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’ আনহাতে ছেৰামৰ ভেকচিনৰ প্ৰস্তুতি চলি থকাৰ সময়তে ৰাছিয়াৰ গৱেষকসকলে প্ৰস্তুত কৰা স্পুটনিক ভি-ৰ পৰীক্ষণ আৰম্ভ কৰিছে হায়দৰাবাদৰ সংস্থা ডক্তৰ ৰেড্ডিজে ।

ADVERTISEMENT

এষ্ট্ৰাজেনেকাৰ দাবী অনুসৰি, ব্ৰিটেইনত পৰীক্ষণৰ সময়ত তেওঁলোকে প্ৰস্তুত কৰা ক’ভিড ভেকচিন Covishieldৰ প্ৰথমে অৰ্ধাংশ ড’জ দিয়াৰ পাছত দ্বিতীয় ড’জ পূৰ্ণমাত্ৰাত দিয়া হয় যদিও ৯০ শতাংশ ফলপ্ৰসূ হয় । বিশ্বজুৰি চিকিৎসা কেন্দ্ৰসমূহত চলি থকা পৰীক্ষণত দেখা গৈছে যে, দুটা ড’জ পূৰ্ণমাত্ৰাত দিলে ৬২ শতাংশ সফলতা পোৱা যায় । মূলতঃ ব্ৰাজিল আৰু ব্ৰিটেইনৰ অধিক সংখ্যক স্বেচ্ছাসেৱীৰ পৰীক্ষণৰ পাছত এই ফলাফল পোৱা গৈছে । ভেকচিনৰ ড’জ কম কৰিলে কেনেধৰণৰ ফলাফল পোৱা যাব তাৰো পুনৰ নিৰীক্ষণ কৰা হ’ব । কিন্তু ভাৰতত পৰীক্ষণৰ কোনো পৰিৱৰ্তন কৰা নহয় । সংস্থাটোৰ পুনেৰ কাৰ্যবাহী সঞ্চালক সুৰেশ যাদৱে কয়, ‘পৰীক্ষণৰ সময়ত ৫০ শতাংশ সাফল্যতা লাভ কৰিলেও ই ইতিবাচক হ’ব ।’ লগতে তেওঁলোকে কয় যে, এনে জটিল পৰিস্থিতিত দুটা ভিন্ন প্ৰকাৰৰ ড’জ দিলে সময়ৰ অপব্যয় হ’ব ।

এই সন্দৰ্ভত সুৰেশে কয়, ‘একেই মাত্ৰাৰ ড’জ ব্যৱহাৰ কৰিলে ফলাফল সহজতে পোৱা যায় । কাৰণ প্ৰথম ড’জেই থাকক বা দ্বিতীয় ফলাফলৰ মাত্ৰা একেই থাকে ।’ছেৰামে ক’ভিড ভেকচিনৰ পৰীক্ষা-নিৰীক্ষা চলাই থকাৰ সময়তে ডক্তৰ ৰেড্ডিজে ভেকচিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণ আৰম্ভ কৰিছে ।ৰুছৰ স্বাস্থ্য মন্ত্ৰণালয় গামেলেয়া ৰিচাৰ্ছ চেণ্টাৰ আৰু ৰাছিয়ান ডিৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড (আৰ ডি আই এফ)ৰ যৌথ প্ৰয়াসত প্ৰস্তুত কৰা ভেকচিনৰ পৰীক্ষণৰ বাবে চেণ্ট্ৰেল ড্ৰাগছ্ লেবৰেটৰীৰ প্ৰশংসা পত্ৰ লাভ কৰিছে ৰেড্ডিজে । আৰ ডি আই এফৰ দাবী অনুসৰি, পৰীক্ষণত প্ৰথম ড’জ প্ৰয়োগৰ ২৮ দিন পাছত ৯১.৪ শতাংশ সফলতা পোৱা গৈছে । ৪২ দিনৰ পাছত দ্বিতীয় ড’জ ব্যৱহাৰ কৰাত ৯৫ শতাংশ । বৰ্তমান ৪০ হেজাৰ স্বেচ্ছাসেৱীয়ে স্পুটনিক ভি-ৰ তৃতীয় পৰীক্ষণত অংশগ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত ২২ হেজাৰজনক ভেকচিনৰ প্ৰথম ড’জ দিয়া সম্পন্ন হৈছে । আনহাতে ১৯ হেজাৰৰো অধিক লোকে দুটা ড’জেই লাভ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BritainCovid-19 VaccineCovishieldindiaoxford astrazenecaserum institute
publisher

publisher

Related Posts

Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

September 8, 2026
ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 
Assam

ভূপেন হাজৰিকাৰ কুঠৰীৰ বাসগৃহ আজি অনাদৃত-অৱহেলিত 

September 8, 2026
HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ
Assam

HD has ordered an investigation against Cosmo Medical:মহানগৰীৰ কচমো মেডিকেলৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ স্বাস্থ্য বিভাগৰ

September 8, 2026
Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন
Assam

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

September 8, 2026
২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি
News

২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

September 8, 2026
বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে
International

বৃক্ক সংৰোপণৰ নতুন ইতিহাস, এই ব্যক্তিজনে গাহৰিৰ বৃক্ক লৈ জীয়াই থকাৰ অভিলেখ ভংগ কৰিলে

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d