Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চিবিআইৰ জিম্মাৰ পৰা নোহোৱা হ’ল এক কুইণ্টল সোণ

publisher by publisher
December 13, 2020
in India, News
Reading Time: 1 min read
0
চিবিআইৰ জিম্মাৰ পৰা নোহোৱা হ’ল এক কুইণ্টল সোণ
2
SHARES
19
VIEWS
ShareShareShareShare

কেন্দ্ৰীয় তদন্তৰ সংস্থা (চি বি আই)ৰ ইতিহাসত এক লজ্জাজনক ঘটনা সংঘটিত হ’ল । ইতিপূৰ্বে নোহোৱা এক কলংক সংঘটিত কৰিলে তদন্তকাৰী সংস্থাটোৱে । উল্লেখ্য যে চি বি আইৰ হাতত থকা‌ অৱস্থাত এক কুইন্টলতকৈও অধিক পৰিমাণৰ বাজেয়াপ্ত কৰা পোষণ হঠাতে নোহোৱা হৈ পৰিছে । এই সোণৰ বজাৰ মূল্য প্ৰায় ৪৫ কোটি টকা হ’ব ।

ADVERTISEMENT

২০১২ত সুৰাণা কৰ্প’ৰেচন নামৰ চেন্নাইৰ এটা প্ৰতিষ্ঠানৰ পৰা এই সোণ বাজেয়াপ্ত কৰিছিল চি বি আয়ে । সুৰাণা কৰ্প’ৰেচনে বিদেশৰ পৰা সোণ-ৰূপ আমদানি কৰিছিল । বিধিবহিৰ্ভূত ভাৱে প্ৰতিষ্ঠানটোৱে বিদেশৰ পৰা প্ৰচুৰ পৰিমাণৰ গহনা আমদানি কৰিছিল । প্ৰতিষ্ঠানটোৰ পৰা মুঠতে চি বি আয়ে মুঠতে চাৰিশ কিলোগ্ৰাম সোণ বাজেয়াপ্ত কৰিছিল । এই সোণ চিঠি আইৰ ‘ভল্ট’ত ৰখা হৈছিল । এই সোণ গহনা তথা টুকুৰাৰ আকাৰত আছিল ।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

সেই সময়ত এই বিশাল পৰিমাণৰ সোণ চি বি আইৰ জিম্মাত নিৰাপদে থকা বুলি সংস্থাৰ বিষয়াসকলে দাবী কৰিছিল । পোষণ থকা ভল্টৰ চাবি চেন্নাইস্থিত চি বি আইৰ বিশেষ আদালতত জমা দিয়া হৈছিল; কিন্তু এই চাবি আদালতত সঠিকভাৱে আদালতত জমাই দিয়া হৈছিল নে নাই সেই কথা চি বি আয়ে জনাব পৰা নাই । যোৱা বছৰ কেইটাত এই বিশাল পৰিমাণৰ সোণক লৈ গোচৰ প্ৰক্ৰিয়া চলি আছে ।

অৱশ্যে সোণ ভল্টত সঠিকভাৱে আছে নে নাই সেই কথা জানিবলৈ কোনেও প্ৰয়োজন বোধ নকৰিলে । ইয়াৰ মাজতে যোৱা বছৰ ডিচেম্বৰত নেচনেল কোম্পানী আইন ন্যায়াধিকৰণে উক্ত সোণৰে সুৰাণা কৰ্প’ৰেচনৰ ঋন পৰিশোধ হোৱাকৈ ভাৰতীয় ষ্টেট বেংককে ধৰি ছটা বেংকত ভাগ কৰি দিয়াৰ নিৰ্দেশ দিয়ে কিন্তু বেংকৰ বিষয়াসকলৰ সন্মুখত সোণ থকা ভল্টৰ দুৱাৰ খোলাৰ সময়তে চকু কপালত উঠে সকলোৰে ।

কাৰণ মুঠ সোণৰ পৰা ১০৩ কিলোগ্ৰাম সোণ ইতিমধ্যে উধাও হৈ পৰিছিল । ফলত সোণ নোহোৱা হোৱা গোচৰ‌এটা ন্যায়ালয়ত পঞ্জীয়ন হয় । গোচৰটোত তদন্ত বিচৰা হয় উধাও হোৱা সোণৰ । চি বি আইৰ অধিবক্তাৰ যুক্তি অনুসৰি জব্দ কৰাৰ সময়ত সকলো সোণ এবাৰতে ওজন কৰা হৈছিল ।

কিন্তু পৰৱৰ্তী পৰ্যায়ত সোণ পৃথকভাৱে ওজন কৰা হয় । এনে কাৰণত পোষণ কমকৈ পোৱা হয় । চি বি আইৰ এনে যুক্তিত অৱশ্যে ন্যায়ালয়ে পতিয়ন নগ’ল । ন্যায়াধীশে স্পষ্টভাৱে জনাই দিয়ে যে সোণ গাঞ্জা নহয় যে উৰি যাব । মাদ্ৰাছা উচ্চ ন্যায়ালয়ে কালি গোচৰটোৰ শুনানি লোৱাৰ সময়ত পোষণ নোহোৱাৰ তদন্তৰ ভাৰ চি আই ডিৰ ওপৰত অৰ্পণ কৰে ।

ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত যথেষ্ট অসন্মানবোধ কৰে চি বি আয়ে । চি আই ডিৰ পৰিৱৰ্তে কোনো কেন্দ্ৰীয় সংস্থাৰ দ্বাৰাহে গোচৰৰ তদন্ত বিচাৰে চি বি আয়ে । ন্যায়ালয়ে চি বি আইৰ এই আবেদনো খাৰিজ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CBICIDgold missingindia
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d