Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে

    প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে যিকোনো ধৰণৰ নিৰ্বাচনী কাৰ্যসূচীত নিষেধাজ্ঞা

    কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে

    জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

নেপালৰ তিনি হেজাৰ মিটাৰ উচ্চতাত টেকীয়াপতীয়া

publisher by publisher
December 14, 2020
in News
Reading Time: 1 min read
0
নেপালৰ তিনি হেজাৰ মিটাৰ উচ্চতাত টেকীয়াপতীয়া
8
SHARES
82
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

প্ৰকৃতিৰ ৰুদ্ৰৰূপত নেপাল, বানত ৩১ জনৰ মৃত্যু, ৪০০ জন সন্ধানহীন

আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

নেপালত তিনি হেজাৰ মিটাৰ উচ্চতাত এইবাৰ দেখিবলৈ পােৱা গৈছে বাঘ। কৰ’না সংক্রমণক বাধা দিবলৈ চলিত বৰ্ষত দীর্ঘ সময় ধৰি বিশ্বত ঘােষণা কৰা তলাবন্ধৰ ফলত পৰিৱেশৰ উন্নতি হৈছিল বুলি দাবী কৰা হৈছিল যদিও এতিয়া হিমালয়ৰ পাদদেশলৈ বাঘৰ বিচৰণ আৰম্ভ হােৱাত উদ্বেগৰ সৃষ্টি হৈছে। উষ্ণতা বৃদ্ধিৰ ফলত বাঘৰ বিচৰণ ইমান উচ্চতাতাে আৰম্ভ হােৱা বুলি ক’ব বিচাৰিছে পৰিৱেশবিদসকলে।

ADVERTISEMENT

তলাবন্ধৰ ফলত মুক্ত পৰিৱেশৰ বাবে সমাদৃত নেপালত এতিয়া শীতৰ পৰিৱর্তে উষ্ণতা বৃদ্ধি পােৱা পৰিলক্ষিত হৈছে। নেপালৰ দুটাকৈ মন্ত্রণালয়ে দেশখনৰ উচ্চ অঞ্চলত বাঘৰ উপস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে এক প্ৰেছ বিবৃতিও প্রকাশ কৰিছে।

প্ৰেছ বিবৃতিত উল্লেখ কৰা হৈছে যে নেপালৰ পূব অংশৰ ইলাম জিলাৰ জংঘলত ৩১৬৫ মিটাৰ উচ্চতাত যােৱা ১৩ৰ পৰা ২১ নৱেম্বৰৰ মাজৰ সময়ছােৱাত ৰয়েল বেংগল টাইগাৰ প্ৰজাতিৰ এটা বাঘ দেখিবলৈ পােৱা যায়। শাৰীৰিকভাৱে সমগ্র এছিয়াৰ ভিতৰতে বৃহৎ এই প্রজাতিৰ বাঘক প্রথমবাৰৰ বাবে নেপালৰ উক্ত বন ভূমিত দেখিবলৈ পােৱাৰ কথাও বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে।

বিশ্বত উষ্ণতা বৃদ্ধি পােৱাৰ ফলতে বাঘটো ইমান সুউচ্চ স্থানলৈ যােৱা বুলিও অনুমান কৰা হৈছে। নেপালৰ বন আৰু ভূমি সংৰক্ষণ তথা ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্রাণী সংৰক্ষণ মন্ত্রণালয়ৰ তৰফৰ পৰা এই বিবৃতি জাৰি কৰা হৈছিল। ইলাম জিলাৰ উক্ত জংঘলত বন্যপ্রাণীৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰাখিব পৰাকৈ কেমেৰা সংলগ্ন কৰা আছিল।

যােৱা ১৩ৰ পৰা ২১ নৱেম্বৰৰ ভিতৰত এই কেমেৰাত একাধিকবাৰ আবদ্ধ হৈছিল বাঘটোৰ গতিবিধিৰ ছবি। হিমালয়ৰ উক্ত অঞ্চলত বাঘৰ গতিবিধি ধৰা পৰাৰ পৰা প্রশাসন অধিক সতর্ক হৈ পৰিছে। বাঘটোৰ প্রতিটো গতিবিধিৰ ওপৰত দৃষ্টি ৰখাৰাে চেষ্টা কৰা হৈছে।

কাঞ্চনজংঘাৰ পাদদেশৰ পৰা ভাৰতৰ উত্তৰ ছিকিমৰ ছিংগিলা ৰাষ্ট্ৰীয় উদ্যান তথা উত্তৰংগৰ ডুৱাৰ্ছ পর্যন্ত বিস্তৃত উক্ত অঞ্চলত আৰু অধিক টেকীয়াপতীয়া বাঘ থাকিব পাৰে বুলিও অনুমান কৰা হৈছে। অঞ্চলটোৰ স্থানীয় লােকসকলে এই ঘটনাক লৈ আনন্দিত যদিও চিন্তিত হৈ পৰিছে পৰিৱেশবিদসকল। এই ঘটনাই ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে বুলিও ক’ব বিচাৰিছে পৰিৱেশবিদসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nepaltiger
publisher

publisher

Related Posts

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ
Entertainment

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

September 25, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন
India

অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক
India

অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

September 25, 2026
J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
দেশত্যাগী যুৱতীৰ বাবেই এছিয়াডত পদক পালে আফগানিস্তানে
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d