Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

থাইলেণ্ডৰ ৰজাৰ সংগীনিৰ আপত্তিজনক ছবি ভাইৰেল হ’ল

publisher by publisher
December 28, 2020
in News
Reading Time: 1 min read
0
থাইলেণ্ডৰ ৰজাৰ সংগীনিৰ আপত্তিজনক ছবি ভাইৰেল হ’ল
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Thailand Spl Marriage:একেখন ৰভাতে দুই বৃদ্ধক বিয়া কৰালে থাই মহিলাই

সোমবাৰে ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা গোৱাৰ নাইট ক্লাবৰ দুই কুখ্যাত মালিক

তিনি কোটিৰে সৰ্বোচ্চ স্থানত বেংকক, ভাৰতৰ নাই এখনো মহানগৰ

থাইলেণ্ডৰ ৰাজ পৰিয়ালৰ মাজত সৃষ্টি হােৱা সংঘাত তথা বিদ্বেষৰ ছবিখন পুনৰ বিশ্ববাসীৰ সন্মুখত প্রকাশ্য হ’ল।এই সংঘাতৰ পৰিণতিত দেশৰ ৰজাৰ সংগীনিৰ সহস্রাধিক আপত্তিজনক ছবি এতিয়া সহজলভ্য হৈ পৰিছে। এই ছবিবিলাকৰ অধিকাংশতে সম্পূর্ণ বিবস্ত্র অৱস্থাত দেখিবলৈ পােৱা গৈছে সংগীনিগৰাকীক। অনুমান কৰা মতে ৰজাৰ কোনাে এগৰাকী প্রাক্তন পত্নীয়ে কৰা ষড়যন্ত্র ফলতে এই ছবিবিলাক ৰাজহুৱা হৈছে। ঘটনাটোক লৈ এতিয়া ৰাজপ্রাসাদৰ অন্দৰমহলত তােলপাৰ লাগিছে।

ADVERTISEMENT

থাইলেণ্ডৰ ৰজা মহা ভজিলংকনৰ ইয়াৰ পূর্বে তিনিগৰাকী পত্নী আছিল; কিন্তু পাছত আটাইকেইগৰাকীৰে বিবাহ বিচ্ছেদ ঘটে ৰজাৰ। এই তিনি পত্নীৰ ফালৰ পৰা মুঠতে সাতটা সন্তান আছে ৰজাৰ। বর্তমান ৰজাই উল্লিখিত সংগীনিগৰাকীৰ স’তে থাকে। যি গৰাকীৰ নাম চিনিনাত বাংজিৰাপাকডি। এই যুৱতীগৰাকীৰেই আপত্তিজনক ছবি বিবাহ বিচ্ছেদিত কোনাে এগৰাকী পত্নীয়ে প্রতিহিংসাবশতঃ ফাদিল কৰা বুলি সন্দেহ কৰা হৈছে।

ব্রিটিছ সাংবাদিক এডু মেকগ্রেগৰ মার্চেলৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল ছবি বিলাক। উল্লেখ্য যে থাই প্রশাসনৰ বিৰুদ্ধে অতিকৈ সক্রিয় ৰূপে পৰিচিত এইজন সাংবাদিক। নিজৰ ফেচবুক’ পেজতে ইয়াৰ আভাস দি থৈছে সাংবাদিকজনে। মার্চেলে জনােৱা অনুসৰি তিনিমাহ পূর্বে তেওঁৰ ঠিকনাত এখন চিঠি আহে। তাত এখন ‘এছ ডি’ কার্ড আছিল। তাৰ মাজত আছিল ১,৪৪৩ খন ছবি। সাংবাদিকজনে দাবী কৰা অনুসৰি ছ বিবিলাক সম্ভৱতঃ চিনিনাতে তিনিটা পৃথক ‘আইফোন’ৰ দ্বাৰা তুলিছিল। পাছত তাৰ পৰাই ছবিবিলাক ‘হেক’ কৰা হয়।

অৱশ্যে সকলােবিলাক ছবি নতুন নহয়। ২০১২ৰ পৰা ২০১৪ৰ মাজৰ সময়ছােৱাত তােলা হৈছিল ইয়াৰ অধিক সংখ্যক ছবি। বিবাহ নকৰালেও যােৱা বছৰৰ আগষ্ট যুৱতীগৰাকীক ৰজাই নিজৰ সংগীনি ৰূপে স্বীকৃতি দিয়ে। সম্প্রতি ৰজাৰ বয়স ৬৮ বছৰ। আনহাতে, চিনিনাতৰ বর্তমান বয়স হ’ল ৩৫ বছৰ। ৰজাই নিজৰ বিবাহ বহির্ভূত সম্পর্ক স্বীকৃতি দিলেও থাইলেণ্ডৰ ইতিহাসক ইয়াৰ পূর্বে এনে ঘটনাৰ নিদর্শন পাবলৈ নাই। চিনিনাতৰ আপত্তিজনক ছবি বিলাকক লৈ সম্প্রতি থাইলেণ্ডত আলােড়ন সৃষ্টি হৈছে। বৃত্তিগতভাৱে চিনিনাত পূর্বে এগৰাকী নাৰ্ছ আছিল। ৰজাৰ দেহৰক্ষীৰ দায়িত্বও পালন কৰিছিল তেওঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KingThailand
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d