Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

publisher by publisher
January 1, 2021
in Assam, India, News
Reading Time: 1 min read
0
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

মােৰ বিশ্বাস এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰিম

বিটি এছৰ জনপ্ৰিয়তা আৰু আমাৰ আশা

এখন ক’ভিড মুক্ত বিশ্ব বিচাৰো : অভিনেত্ৰী লিমা দাস

ADVERTISEMENT

‘নতুনত্ব আহিবলৈ হ’লে পৃথিৱীখনত নতুনত্ব আহিব লাগিব । আমি ক’ভিডৰ পৰা মুক্ত হ’ব লাগিব । সম্প্ৰতি ক’ভিড প্ৰতিষেধক ওলাইছে । উন্নতি হ’বলৈ হ’লে সকলোৱে সুস্থ থাকিব লাগিব । অতিমাৰিৰ বাবে আমাৰ বহুত ক্ষতি হৈছে । গতিকে আমি প্ৰথমে তাৰ সমাধান ওলিয়াব লাগিব । আমি অসমৰ লগতে বিশ্বৰ কথাও চিন্তা কৰিব লাগিব । প্ৰত্যেকেই  যদি নিজৰ কাম সুচাৰুৰূপে কৰি যাওঁ আসমে নিশ্চয় আগবাঢ়ি যাব । অসমৰ উন্নতি হ’লে ভাৰতৰো উন্নতি হ’ব । আমাৰ নৱ প্ৰজন্মৰ প্ৰচূৰ সম্ভাৱনা আছে । সকলোৱে নিষ্ঠাৰে কাম কৰে । ভাল ভাল কাম কৰি আহিছে । ব্যক্তিগতভাৱে আমি সকলোৱে ইজনে সিজনক সহায় কৰি যাম । বৰ্তমান পৰিস্থিতিত সকলোৱে সকলোকে সহায় কৰাটো খুবেই প্ৰয়োজন । এনেদৰে সহায়-সহযোগিতাৰে কাম কৰিলে অসমৰ উন্নতি হ’ব আৰু তাৰেই আশা কৰো ।

বৰ্তমান ক’বাটাও পৰিকল্পনা হাতত লৈছো, কিন্তু কাম আৰম্ভ হোৱা নাই । কিন্তু মই দেখিছো বহুত নতুন নতুন গল্পৰ সৃষ্টি হৈছে তলাবন্ধৰ সময়ত । লেখক সকলে লিখিবলৈ সময় পাইছে । বহুখিনি কাম হাতত তুলি লৈছে । আশা কৰো ২০২১ত আমি বহু নতুন নতুন কাম কৰি ৰাইজক আগবঢ়াব পাৰিম ।

২০২০টো তলাবন্ধতে গ’ল । ঘৰৰ ভিতৰতে থাকি যিখিনি কাম কৰিব পাৰিছো কৰিছো । অতিমাৰীৰ স’তে যুঁজ দিবলৈ পৰিৱেশৰ স’তে খাপ খাই চলিবলৈ চেষ্টা কৰিছো । মই যিহেতু দন্ত চিকিৎসক কাম চলিয়ে আছিল । চৰকাৰী চিকিৎসক বাবে অতিমাৰীৰ সময়তো ছুটী পোৱা নাছিলো । কিন্তু এই সময়ছোৱাত পৰিয়ালক বেছিকৈ সময় দিব পাৰিলো । তলাবন্ধ বুলি আমি একো নকৰাকে থকা নাই । আমাৰ নতুন প্ৰকল্প এটা শেহতীয়াকৈ মুকলি কৰিছো । এই সময়ছোৱাত চিন্তা-চৰ্চা কৰিবলৈ সময় পাইছো । অনলাইন আলোচনা কৰিছো । অক্টোবৰত আমি এখন চুটি ছবি ‘এৰেঞ্জ’ মুক্তি দিছো । সেই চুটি ছবিখনৰ সকলোবোৰ প্ৰস্তুতি আমি অনলাইনতে কৰিছো যেতিয়া জুন-জুলাইত তলাবন্ধ চলি আছিল । গতিকে এইটো নহয় যে তলাবন্ধৰ কাৰণে আমি একো কৰিব পৰা নাই । কম পৰিমাণে হ’লেও কৰিছো । তলাবন্ধৰ এটা ইতিবাচক প্ৰভাৱ হ’ল যে এজন শিল্পীৰূপে বহুখিনি নতুন চিন্তা-চৰ্চা কৰিবলৈ  সময় পোৱা যায় । গতিকে চলিত বৰ্ষত মই অভিনেত্ৰীৰূপত যিমানখিনি কাম কৰিম বুলি ভাবিছিলো সিমানখিনি কৰিব পৰা নাই কিন্তু তাৰ মাজতে চুটি ছবিখন হ’ল ৱেবচিৰিজ এখন হ’ল । চুটি ছবিখন কেনি বসুমতাৰীয়ে পৰিচালনা কৰিছে ৰিল ড্ৰামাই প্ৰযোজনা কৰিছে ‘তোমাৰ অপেক্ষাত’ । ছবিখন আগন্তুক বৰ্ষৰ জানুৱাৰীত মুক্তি দিয়াৰ পৰিকল্পনা কৰিছো । বহুখিনি কাম ৰৈও গ’ল কিন্তু ইয়াৰ মাজতে যিমানখিনি পাৰো কৰিছো । চুটি ছবিখনৰ অনুশীলন আমি অনলাইনৰে কৰিছো । হয়তো তলাবন্ধৰ বাবে আমি খুব কম সময়ৰ ভিতৰতে কামখিনি সমাপ্ত কৰিব পাৰিলো সাধাৰণ পৰিস্থিতিত হয়তো আৰু বেছি সময় লাগিলহেঁতেন ।

দন্ত চিকিৎসকৰূপে অতিমাৰীৰ সময়ত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছো । আমাৰ মুখৰ লগতে প্ৰত্যক্ষ সম্পৰ্ক থাকে গতিকে ইএনটি আৰু দন্ত চিকিৎসকৰে আটাইতকৈ বেছি ক্ষতি হৈছে । কাৰণ আমি বহুখিনি কাম কৰিব পৰা নাই ক’ভিড নিয়মৰ বাবে । বিশেষকৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বহুত ক্ষতি হৈছে, কাৰণ তেওঁলোকক প্ৰেক্টিকেল ক্লাছ কৰিব পৰা নাই । অনলাইনতে কৰিব লগা হৈছে । আমি পৰীক্ষাও লৈছো যাতে তেওঁলোকৰ বছৰটো ক্ষতি নহয় । এই অতিমাৰীৰ বাবে যিমানখিনি ক্ষতি হৈছে তাক পূৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছো । এগৰাকী শিক্ষয়িত্ৰী, অভিনেত্ৰী, মাতৃ হিচাপে যিমান পাৰো চেষ্টা কৰিছো । মোৰ ১১ বছৰীয়া ল’ৰা এজন আছে । গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে । আমি সকলোৱে নিজৰ নিজৰ কাম কৰি গৈছো । আশা কৰো এই বেয়া সময়খিনি পাৰ হৈ যাওক আৰু আগৰ দৰে পৰিস্থিতি হৈ পৰক ।

এখন ক’ভিড মুক্ত সুস্থ বিশ্ব বিচাৰো । চিকিৎসক হিচাপে বুজি পাইছো আমাৰ চিকিৎসক আৰু চিকিৎসাৰ স’তে জড়িত লোকসকলৰ কিমান কষ্ট হৈছে । তেওঁলোকে দিনে-ৰাতিয়ে কষ্ট কৰি আছে । কিমানে ক’ভিডৰ ফলত প্ৰাণ হেৰুৱাইছে । সেইকাৰণে এইটো এটা জৰুৰীকালীন পৰিস্থিতি । ক’ভিডৰ পৰা আমি শিকিলো যে জীৱনটো অতি মূল্যৱান সম্পদ । জীৱনৰ কোনো প্ৰত্যাভূতি নাই । প্ৰত্যেক দিনাই আমি আমাৰ জীৱনটো ফলপ্ৰসূ কৰিবলৈ চেষ্টা কৰিব লাগিব । এনেকুৱা পৰিস্থিতিৰ লগতে জীয়াই থাকিবলৈ শিকিব লাগিব ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assamese actresslima dasnew year wish
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d