Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পল্লা নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন

publisher by publisher
January 4, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
পল্লা নৈত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Silchar:শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্রাকক্ষণত কংগ্ৰেছত অথন্তৰ !

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

ছহিদসকলৰ আদৰ্শক মনত ৰাখিলেহে ছহিদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব

ADVERTISEMENT

অসমৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিবলৈ শান্তি সদ্ভাৱনা যাত্ৰা কৰি আজি গগৈৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে বাগছাৰ শালবাৰীৰ আনন্দ বজাৰত উপস্থিত হয় ৷ প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ তথা সাংসদ গৌৰৱ গগৈয়ে আজি দিনৰ ১১ বজাত ভৱানীপুৰৰ পৰা বাগছাৰ শালবাৰীৰ আনন্দ বজাৰলৈ গৈ বজাৰখনৰ মাজেৰে বৈ যোৱা পল্লা নৈত চিতাভষ্ম আনুষ্ঠানিকভাৱে বিসৰ্জন দিয়ে ।

কংগ্ৰেছ নেতাগৰাকীয়ে পিতৃৰ চিতাভষ্ম পল্লা নৈত বিসৰ্জন দি উঠি দিনৰ প্ৰায় এক বজাত অসম আন্দোলনৰ প্ৰথম ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্মভূমি উজান বৰবড়ীৰ সমাধিস্থলীত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেওঁ অসম আন্দোলনৰ প্ৰথম ছহিদগৰাকীক স্মৰণ কৰি ছহিদসকলৰ আদৰ্শক মনত ৰাখিলেহে ছহিদৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব বুলি কয়।

ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ সমাধিস্থলীৰ ছহিদ বেদীত পুষ্পাঞ্জলি অৰ্পন কৰি তেওঁ কয়, ‘অসমৰ ভাষা, সংস্কৃতি, অৰ্থনৈতিক বা সামাজিক ভবিষ্যতৰ বাবে যি চিন্তা কৰিছিল সেই চিন্তাৰ পৰা অনুপ্ৰাণিত হৈ আমি ৰাইজক সেৱা কৰিবলৈ চেষ্টা কৰিম। ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ আদৰ্শ নৱ প্ৰজন্মই জীয়াই ৰাখিব লাগিব ।’

এই অনুষ্ঠানতে সাংসদ গগৈয়ে আজি ব্যক্তিগতভাৱে ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰিয়াল আৰু ছহিদ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুলৰ উন্নয়নৰ বাবে চল্লিশ হেজাৰ টকা শ্ৰদ্ধাঞ্জলি হিচাপে আগবঢ়ায়।

বৰপেটা জিলা কংগ্ৰেছৰ সম্পাদক ধনজিৎ তালুকদাৰে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুস্থানত প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক দূৰ্গাদাস বড়োই ছহিদ খৰ্গেশ্বৰ তালুকদাৰক স্মৰণ কৰি কয়, ‘ছহিদসকলে যিটো বিষয়ক লৈ প্ৰাণ আহুতি দিছিল সেই বিষয়টো আজিও নিস্পত্তি নহ’ল ৷ ৰাজনৈতিক দল আৰু নেতাসকলে যিটো ঐকান্তিকতা দেখুৱাব লাগিছিল সেই ঐকান্তিকতাৰ অভাৱত ছহিদসকলৰ আশা পূৰণ হোৱা নাই। ভৱিষ্যতে ছহিদসকলৰ আশা পূৰণ হোৱাৰ মই আশাবাদী ।’

উক্ত অনুষ্ঠানত ছহিদ খৰ্গেশ্বৰ তালুকদাৰৰ ভাতৃ চন্দ্ৰকান্ত তালুকদাৰ, ছহিদ খৰ্গেশ্বৰ তালুকদাৰ হাইস্কুলৰ প্ৰধান শিক্ষক নাৰায়ণ কলিতা, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, সাধাৰণ সম্পাদক তাইজউদ্দিন আহমেদ, ত্ৰৈলোক্য পাঠক, নিতুল দাস, বাগছা জিলা কংগ্ৰেছৰ সভাপতি ভূপেন দৈমাৰী, প্রবীণ কংগ্রেছ নেতা বিৰাজ কুমাৰ চৌধুৰী, নিজ-ভৱানীপুৰ জিলা পৰিষদৰ সদস্যা ৰাসিনা সৰকাৰ, প্রদেশ যুৱ কংগ্ৰেছৰ সম্পাদক দীপাংকৰ দাস, প্রদেশ আৰ টি আই বিভাগৰ সম্পাদক আতাব আলী আহমেদ, ভৱানীপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ইছমাইল হুছেইনকে ধৰি ভালে সংখ্যক নেতা কৰ্মী উপস্থিত থাকে ৷

উল্লেখ্য যে আনন্দ বজাৰৰ পল্লা নৈৰ চিতাভষ্ম বিসৰ্জন ঘাটত উপস্থিত থাকি সাংসদ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে, জননেতা তৰুণ গগৈৰ হেঁপাহ আছিল অন্তিমবাৰৰ বাবে তেওঁ অসমত ভ্ৰমণ কৰিবলৈ বিচাৰে আৰু আজি আমি সকলোৱে মিলি তেওঁৰ হেঁপাহ পূৰণ কৰিব খুজিছোঁ ৷ ৰাইজৰ বুকুত তৰুণ গগৈ চিৰতৰুণ হৈ আছে ৷ তাতকৈ বেছি আৰু কি লাগে আমাক ৷ ৰাইজৰ আবেগ আজিও তৰুণ গগৈৰ লগত আছে, ৰাইজৰ আশীৰ্বাদ পৰিয়ালৰ বাবে প্ৰসাদ ৷

চিতাভষ্ম বিসৰ্জন কাৰ্যসূচী আজি নামনি অসমত অন্ত পৰাৰ পিছত ছয় জানুৱাৰীৰ পৰা বৰাক উপত্যকাত আৰম্ভ হৈ ১২ তাৰিখত অন্ত পৰিব ৷ উল্লেখ্য যে গৌৰৱ গগৈয়ে ১২ জানুৱাৰীৰ পূৰ্বে কোনোধৰণৰ ৰাজনৈতিক বিষয়ত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকিব বুলিও জানিবলৈ দিয়ে ৷

গৌৰৱ গগৈৰ লগত সংগ দি কংগ্ৰেছ নেতা দুৰ্গাদাস বড়োৱে কয়, ‘আমি মহাজোঁট কৰিবলৈ গৈ আছো । এই মহাজোঁট বন্ধনৰ জৰিয়তে আগন্তুক দিনত আমি কংগ্ৰেছ দলে ২০২১ৰ বাবে কে’বাটাও কৌশল অৱলম্বন কৰিছো ৷ বিজেপিয়ে চাৰিখন বাজেটৰ এখনতো ত্ৰিশ শতাংশতকৈ বেছি কাম নকৰলে ৷ তেওঁলোকে ৭০ শতাংশ মানুহক ফাঁকি দিছে ৷ বিজেপি দলক পৰাজিত কৰিবলৈ হ’লে সকলো ৰাজনৈতিক দল এক হ’ব লাগিব ৷’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: baksha assamCongressGaurav Gogoilate tarun gogoi
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d