Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

২০২১ ত বজাৰ কঁপাবলৈ আহি আছে পাঁচখন এছইউভি

publisher by publisher
January 10, 2021
in India, News, TechWorld
Reading Time: 1 min read
0
২০২১ ত বজাৰ কঁপাবলৈ আহি আছে পাঁচখন এছইউভি
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

টাটা গ্রেভিটাছ

ADVERTISEMENT

তালিকাৰ প্ৰথমতেই আছে টাটাৰ গ্রেভিটাছ শীর্ষক মডেলখন।বিগত বছৰৰ আৰম্ভণিতে গ্রেটাৰ নয়ােত অনুষ্ঠিত অট’ এক্সপ’ত পােনপ্ৰথমবাৰৰ বাবে সাতখন আসনযুক্ত নতুন এই এছইউভিখন টাটাৰ তৰফৰ পৰা প্রদর্শিত হৈছিল। গ্রেভিটাছত আছে। শক্তিশালী বিএছ VI মানৰ দুই লিটাৰৰ ক্ৰায়টেক ডিজেল ইঞ্জিন যাৰ সর্বোচ্চ শক্তি উৎপাদন ক্ষমতা আৰু টর্ক ক্রমে ১৭০ বিপিএছ আৰু ৩৫০ এনএম। অহা ২৬ জানুৱাৰীত টাটা মটৰছে বজাৰত এই নতুন এছইউভিখন মুকলি কৰিব।

মহিন্দ্রা এক্সইউভি ৫০০

চলিত বছৰত গ্ৰাহকৰ মন জয় কৰি বজাৰ দখলৰ পৰিকল্পনা কৰিছে দেশীয় গাড়ী নির্মাতা সংস্থা মহিন্দ্রা এণ্ড মহিন্দ্রাই। সংস্থাটোৱে ইতিমধ্যে এক্সইউভি ৫০০ৰ। মাধ্যমেদি ভাৰতৰ। গাড়ীপ্রেমী গ্রাহকৰ মন জয় কৰি পেলাইছে। এই নতুন বাহনখনত আছে। অটোমেটিক গীয়েৰ বক্স। ইয়াৰ বিএছ- VI ডিজেল ইঞ্জিনযুক্ত স্বয়ংক্রিয় ভেৰিয়েন্টসমূহত আছে ২.২ লিটাৰৰ ইঞ্জিন যাৰ সর্বোচ্চ শক্তি উৎপাদন ক্ষমতা আৰু টর্ক ক্রমে ১৫৩ বিপিএছ আৰু ৩৬০ এনএম। অহা এপ্রিলৰ মাজভাগতে সংস্থাটোৱে এই বাহনখনৰ ছেকেণ্ড জেনেছেন অর্থাৎ দ্বিতীয় প্রজন্মৰ মহিন্দ্রা এক্সইউভি ৫০০ মুকলি কৰাৰ যাে-জা চলাইছে। নতুন বাহনখনত পূর্বৰ তুলনাত থাকিব একাধিক নতুন বৈশিষ্ট্য যেনে– টাচ্ছ স্ক্রীণ ইনফোটেইনমেন্ট স্ক্রীণ, ফ্লেট বটম ষ্টীয়াৰিং, ডিজিটেল মাল্টি-ইনফো ডিছপ্লে ইত্যাদি।

টাটা হর্ণবিল

গ্রেভিটাছৰ সমান্তৰালভাৱে টাটা মটছে এই বছৰ হৰ্ণবিল নামেৰে আৰু এখন। নতুন এছইউভি মুকলি কৰাৰ সম্ভাৱনা আছে।অহা মে’ত আনুষ্ঠানিকভাৱে এই মাইক্র’ এছইউভিখন বজাৰলৈ আনিব পাৰে সংস্থাটোৱে। মূলতঃ উচ্চ মধ্যবিত্ত গ্রাহকসকলৰ পছন্দলৈ লক্ষ্য ৰাখি বাহনখনৰ বৈশিষ্ট্য আৰু সাজ-সজ্জা প্রস্তুত কৰিছে। স্বভদেশী গাড়ী নির্মাতা সংস্থাটোৱে।

স্কোদা ভিজন ইন

বিগত ২০১৯ৰ অট’ এক্সপ’তে স্কোদাৰ প্ৰথমখন কমপেক্ট এছইউভি কনচেপ্ট গাড়ী ভিজন ইনৰ আঁৰ কাপােৰ আঁতৰােৱা হৈছিল। চলিত বছৰত এই বাহনখনেই বজাৰত উপলব্ধ কৰাৰ পৰিকল্পনা সংস্থাটোৰ। এই মডেলখন দুই ভিন্ন পাৱাৰষ্ট্ৰেইনত বজাৰত উপলব্ধ হােৱাৰ সম্ভাৱনা আছে। ইয়াৰে এখন থাকিব পাৰে ১.০ লিটাৰৰ তিনিটা চিলিণ্ডাৰযুক্ত টিএছআই টার্বো-পেট্রল ইঞ্জিন যাৰ সর্বোচ্চ শক্তি উৎপাদন ক্ষমতা আৰু টর্ক ক্রমে ১১০ বিপিএছ আৰু ১৭৫ এমএম। আনখনত থাকিব পাৰে ১.৫ লিটাৰৰ চাৰিটা চিলিণ্ডাৰযুক্ত টিএছআই টার্বো-পেট্রল ইঞ্জিন যাৰ সর্বোচ্চ শক্তি উৎপাদন ক্ষমতা আৰু টর্ক ক্রমে ১৫০ বিপিএছ আৰু ২৫০ এনএম।

ফক্সৱেগন টাইগুন

২০২০ৰ। অট’ এক্সপত প্রথমবাৰৰ বাবে আত্মপ্রকাশ ঘটিছিল ফক্সৱেগনৰ নতুন এছইউভি টাইগুনৰ। নতুন বছৰ পৰাৰ লগে লগে এই বাহনখন মুকলি কৰাৰ প্রস্তুতি আৰম্ভ কৰিছে এতিয়া জার্মানীৰ প্রসিদ্ধ গাড়ী নির্মাতা সংস্থাটোৱে। ইতিমধ্যে ফক্সৱেগন টাইগুনৰ টিজাৰ ইমেজো শ্বেয়াৰ কৰা হৈছে। বর্তমান দেশৰ মিড-ছাইজ এছইউভিৰ বজাৰখন দখল দুই কোৰিয়ান সংস্থা কিয়া আৰু হুণ্ডাইৰ হাততে আছে যদিও টাইগুনৰ মাধ্যমদিয়ে চলিত বছৰৰ ভিতৰত ইয়াৰ অংশ পাব বুলি প্ৰচুৰ আশাবাদী ফক্সৱেগন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiasuv cars
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d