Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

পাঁচ লাখ ৬২ হেজাৰ ভাৰতীয়ৰ ফেচবুক তথ্য চুৰিৰ অভিযোগ কেমব্ৰিজ এনালিটিকাৰ বিৰুদ্ধে

publisher by publisher
January 22, 2021
in India, News, TechWorld
Reading Time: 1 min read
0
পাঁচ লাখ ৬২ হেজাৰ ভাৰতীয়ৰ ফেচবুক তথ্য চুৰিৰ অভিযোগ কেমব্ৰিজ এনালিটিকাৰ বিৰুদ্ধে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

পাঁচ লাখ ৬২ হেজাৰ ভাৰতীয়ৰ ফেচবুক তথ্য চুৰিক লৈ কেমব্ৰিজ এনালিটিকা আৰু গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰে কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)য়ে । ২০১৮ত অভিযোগ উত্থাপন হোৱাৰ পাছত এটা প্ৰাথমিক তদন্ত আৰম্ভ কৰিছিল চিবিআইয়ে । তাৰপাছতেই এই অভিযোগ দাখিল কৰা হয় ।

ADVERTISEMENT

অভিযোগৰ ভিত্তিত পূৰ্বেই ফেচবুক আৰু কেমব্ৰিজ এনালিটিকাৰ পৰা উত্তৰ বিচাৰিছিল চিবিআইয়ে । তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল, ভাৰতীয় ব্যৱহাৰকাৰীসকলৰ তথ্য ফাদিল কৰা আৰু কেমব্ৰিজ এনালিটিকাৰ দ্বাৰা তথ্যৰ অপব্যৱহাৰ কৰি ভাৰতৰ নিৰ্বাচনক প্ৰভাৱিত কৰা ।

এই সন্দৰ্ভত ফেচবুকে জনায় যে, ‘৫.৬২ লাখ ভাৰতীয়ৰ ফেচবুকৰ তথ্য বেআইনীভাৱে ব্যৱহাৰ কৰি থাকিব পাৰে ।’ কেমব্ৰিজ এনালিটিকাই জনায় যে, তেওঁলোকে কেৱল ব্ৰিটেইনৰ ব্যৱহাৰকাৰীসকলৰ তথ্য পাইছে গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডৰ তৰফৰ পৰা ।

চিবিআইৰ অভিযোগ অনুসৰি, গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডে এটা এপ্ নিৰ্মাণ কৰিছে সেইটোৰ নাম ‘দিছ ইজ য়’ৰ ডিজিটেল লাইফ’ । ফেচবুকৰ নিজস্ব নীতি অনুসৰি, এই এপ্ ব্যৱহাৰকাৰীসকলৰ কিছু নিৰ্দিষ্ট তথ্য সংগ্ৰহ কৰিব পাৰে । কিন্তু এই এপটোৱে বেআইনীভাৱে ব্যৱহাৰকাৰীৰ তথ্য সংগ্ৰহ কৰিছে ।

ফেচবুকে জনায় যে, ভাৰতত ৩৩৫ জনে এই এপটো ব্যৱহাৰ কৰিছে, কিন্তু সেই এপ্লিকেচনৰ মাধ্যমত ব্যৱহাৰকাৰীৰ ফ্ৰেণ্ডলিষ্টত থকা লোকসকলৰ ফেচবুকৰ তথ্যও চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে । সেয়ে চুৰি কাৰ্যৰ ভুক্তভোগী ব্যৱহাৰকাৰীৰ সংখ্যা হৈছে প্ৰায় পাঁচ লাখ ৬২ হেজাৰ । চিবিআইয়ে জনায় যে, তেওঁলোকৰ তাত ছজন ব্যৱহাৰকাৰীৰ তথ্য আছে । তেওঁলোকে জনাইছে এই এপ্লিকেচনৰ মাধ্যমত তেওঁলোকৰ বন্ধুৰ তালিকাত থকা ব্যৱহাৰকাৰীসকলৰ তথ্যও চুৰি কৰা হৈছে ।

অভিযোগ অনুসৰি, সকলো তথ্য সংগ্ৰহ কৰি ব্যৱসায়িক স্বাৰ্থত কেমব্ৰিজ এনালিটিকাক দিছে গ্ল’বেল ছাইন্স প্ৰাইভেট লিমিটেডে । সেয়ে অপৰাধমূলক ষড়যন্ত্ৰ আৰু তথ্য প্ৰযুক্তি আইনত অভিযোগ দাখিল কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: cambridge analyticaCBIFacebookindia
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d