●বিগত ২৪ ঘণ্টাত ১৩ হেজাৰ ৫২ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●ভাৰতত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি সাত লাখ ৪৬ হেজাৰ ১৮৩ জন ।
●ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৪ হেজাৰ ২৭৪ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●যোৱা ২৪ ঘণ্টাত ১২৭ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●সম্প্ৰতি ভাৰতত মুঠ সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে এক লাখ ৬৮ হেজাৰ ৭৮৪ জন ।
●মুঠ সুস্থতাৰ সংখ্যা হৈছে এক কোটি চাৰি লাখ ২৩ হেজাৰ ১২৫ জন ।
●যোৱা ২৪ ঘণ্টাত ১৩ হেজাৰ ৯৬৫ জন লোক সুস্থ হৈছে ।
ADVERTISEMENT





























