●ভাৰতত বিগত ২৪ ঘণ্টাত ১১ হেজাৰ ৪২৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি সাত লাখ ৫৭ হেজাৰ ৬১০ জন ।
●ক’ভিডত আক্ৰান্ত হৈ মুঠ এক লাখ ৫৪ হেজাৰ ৩৯২ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●যোৱা ২৪ ঘণ্টাত ১১৮ জন লোকৰ মৃত্যু হৈছে ।
●ইতিমধ্যে সুস্থ হোৱা ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক কোটি চাৰি লাখ ৩৪ হেজাৰ ৯৮৩ জন ।
●বিগত ২৪ ঘণ্টাত ১১ হেজাৰ ৮৫৮ জন লোক ক’ভিড মুক্ত হৈছে ।
●সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৬৮ হেজাৰ ২৩৫ জন লোক ।
ADVERTISEMENT





























