●বিগত ২৪ ঘণ্টাত ভাৰতত ১২ হেজাৰ ৫৯ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি আঠ লাখ ২৬ হেজাৰ ৭৬৬ জন ।
●ক’ভিড আক্ৰান্ত হৈ মুঠ এক লাখ ৫৪ হেজাৰ ৯৯৬ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৭৮ জন লোকৰ মৃত্যু হৈছে ।
●ইতিমধ্যে এক কোটি পাঁচ লাখ ২২ হেজাৰ ৬০১ জন লোক ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ।
●যোৱা ২৪ ঘণ্টাত ১১ হেজাৰ ৮০৫ জন লোক সুস্থ হৈছে ।





























