Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হিমবাহৰ ফলত উত্তৰাখণ্ডৰ চামোলি জিলাত ভয়ংকৰ পৰিস্থিতি

publisher by publisher
February 7, 2021
in India, News
Reading Time: 1 min read
0
হিমবাহৰ ফলত উত্তৰাখণ্ডৰ চামোলি জিলাত ভয়ংকৰ পৰিস্থিতি
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

দেওবাৰে পুৱা যোশীমঠৰ কাষত হোৱা বৰষুণৰ বাবে ধউলিগঙ্গাত পানীৰ স্তৰ যথেষ্ট বৃদ্ধি পাইছে। তীব্ৰ পানীৰ ফলত এখনৰ পিছত এখন গাওঁ ভঙাৰ আশংকা কৰা হৈছে ।

ADVERTISEMENT

ব্যাপক ভাবে ক্ষয় ক্ষতি হোৱাৰ আশংকা। প্ৰশাসনে ইতিমধ্যে ১০০ ৰ পৰা ১৫০ জন মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ।ঋষিগঙ্গা পাৱাৰ গ্ৰিড প্ৰকল্পৰ ঘটনাৰ সময়ত ১৫০ জন শ্ৰমিকে কাম কৰি আছিল আৰু তেওঁলোক সন্ধানহীন হৈ আছে। উত্তৰাখণ্ডৰ মুখ্য সচিব ওম প্ৰকাশে জানিবলৈ দিয়া মতে তেওঁলোকৰ বহুতো প্ৰবল পানীৰ ফলত উটি যোৱা বুলি ধাৰণা কৰা । অৱশ্যে, সংবাদ সংস্থাৰ মতে, নিহত আৰু আহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

कृपया सतर्क रहें सचेत रहें अलकनंदा नदी के किनारे जो भी घर हैं लोग हैं सब वहां से हट जाए ऋषिकेश तक नदी के किनारे जितने भी लोग हैं सब वहां से हट जाए जोशीमठ तपोवन डैम टूट गया है नदियों के किनारे भारी तबाही मच सकती है@PMOIndia जी pic.twitter.com/Iy1AmgtUE9

— Pradeep Raturi (मोदी का परिवार) (@pradeepraturig) February 7, 2021

চামোলি জিলাৰ টাপোৱন অঞ্চলৰ ৰাইনি গাঁৱত ঘটনাস্থলীৰ ভিডিঅ’ত দেখা গৈছে গঙ্গাৰ দুয়োফালে পানী আৰু ভঙা ঘৰসমূহ তীব্ৰ গতিত উটি গৈছে। তথ্য পোৱাৰ পিছত ২০০ জন ভাৰত-তিব্বতসীমান্ত ৰক্ষীৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈছিল। চামোলিৰ পৰা ঋষিকেশ যোৱাৰ পথত ইতিমধ্যে ৰেড এলাৰ্ট জাৰী কৰা হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি জনাইছে যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ স’তে তেওঁৰ কথা পাতিছে । তেওঁ সম্পূৰ্ণ ঘটনাটোৰ ওপৰত পৰ্যবেক্ষণ কৰিছে । মোদীয়ে লিখিছে, ‘গোটেই দেশখন উত্তৰাখণ্ডৰ কাষত আছে। দেশবাসীয়ে উত্তৰাখণ্ডৰ বিপন্ন লোকসকলৰ বাবে প্ৰাৰ্থনা কৰি আছে। মই স্বয়ং দুৰ্যোগ সঁহাৰি বাহিনীৰ স’তে কথা পাতিছিলো। মই উদ্ধাৰ অভিযানৰ প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিছো’।

उत्तराखंड में प्राकृतिक आपदा की सूचना के सम्बंध में मैंने मुख्यमंत्री @tsrawatbjp जी, DG ITBP व DG NDRF से बात की है। सभी सम्बंधित अधिकारी लोगों को सुरक्षित करने में युद्धस्तर पर काम कर रहे हैं। NDRF की टीमें बचाव कार्य के लिए निकल गयी हैं। देवभूमि को हर सम्भव मदद दी जाएगी।

— Amit Shah (Modi Ka Parivar) (@AmitShah) February 7, 2021

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে টুইট কৰি জনাইছে যে দুৰ্যোগ সঁহাৰি বাহিনীয়ে ইতিমধ্যে যোশী মঠৰ ঘটনাস্থলীলৈ ৰাওনা হৈছে । এই সংকটৰ সময়ত দেৱভূমিক সকলো সহায় দিয়া হ’ব। পিছত, আন এটা টুইটত শ্বাহে কয়, ‘আন কেইবাটাও দুৰ্যোগ বাহিনীৰ দল দিল্লীৰ পৰা ঘটনাস্থলীলৈ লৈ যোৱা হৈছে’।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবন্দ্ৰ সিং ৰাৱতে দেওবাৰে দুপৰীয়া এটা হেল্পলাইন মুকলি কৰি বিপৰ্যস্ত অঞ্চলবোৰৰ তথ্য জনাৰ বাবে মুকলি কৰিছে এই হেল্পলাইন । এক টুইটত মুখ্যমন্ত্ৰীয়ে কয়, “যদি কোনোলোক ঘটনাস্থলীত আৱদ্ধ হৈ থাকে, তেন্তে ১০৭০ বা ৯৫৫৭৪৪৪৪৮৬ ৰ স’তে যোগাযোগ কৰক”।

आप 1905 पर भी सम्पर्क कर सकते हैं https://t.co/WnpJRbcUek

— Trivendra Singh Rawat ( मोदी का परिवार) (@tsrawatbjp) February 7, 2021

ৰাৱতে তেওঁলোকক এটা পুৰণি ভিডিঅ’ৰ ছবি চাই উৰাবাতৰি প্ৰচাৰ কৰাৰ বিষয়ে সাৱধান হ’বলৈ কৈছিল। উত্তৰাখণ্ডৰ চামোলি আৰক্ষী থানাৰ আৰক্ষীয়ে জনাইছিল যে ক্ষতি পৰিহাৰ কৰিবলৈ অলাকানন্দ নদীৰ কাষৰ বসতিবোৰো খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। ভগীৰথী নদীৰ পথ অৱৰুদ্ধ কৰা হৈছে।

কেৱল উত্তৰাখণ্ডত নহয় উত্তৰ প্ৰদেশৰ গংগাৰ দুয়োফালে চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে। ঘটনাত বহুতো পৰ্যটকো আৱদ্ধ হৈ আছে।

ইয়াৰ আগতে ২০১৩ চনত, একে ধৰণৰ বৰষুণৰ ফলত আৰু হাৰ্পা বানৰ ফলত উত্তৰাখণ্ডত প্ৰায় ছয় হেজাৰ লোকৰ মৃত্যু হৈছিল। দেওবাৰে ৰাতিপুৱাৰ ঘটনাই সেই ভয়ংকৰ স্মৃতি ঘূৰাই আনিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahITBPNarendra ModiNDRFSDRFTrivendra Singh Rawat
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d