●বিগত ২৪ ঘণ্টাত ভাৰতত ১১ হেজাৰ ৮৩১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
ADVERTISEMENT
●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি আঠ লাখ ৩৮ হেজাৰ ১৯৪ জন ।
●ক’ভিড আক্ৰান্ত হৈ মুঠ এক লাখ ৫৫ হেজাৰ ৮০ জন লোকে প্ৰাণ হেৰুৱাইছে।
●বিগত ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৮৪ জন লোকৰ মৃত্যু হৈছে ।
●ইতিমধ্যে এক কোটি পাঁচ লাখ ৩৪ হেজাৰ ৫০৫ জন লোক ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈছে ।
●যোৱা ২৪ ঘণ্টাত কৰ’না আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা ১১ হেজাৰ ৯০৪ জন ।





























