● বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ন হেজাৰ ১১০ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি আঠ লাখ ৪৭ হেজাৰ ৩০৪ জন ।
● ইতিমধ্যে এক লাখ ৫৫ হেজাৰ ১৫৮ জন লোকে ক’ভিড আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● যোৱা ২৪ ঘণ্টাত ৭৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।
● ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি পাঁচ লাখ ৪৮ হেজাৰ ৫২১ জন ।
● যোৱা ২৪ ঘণ্টাত ১৪ হেজাৰ ১৬ জন লোক ক’ভিড মুক্ত হৈছে ।
● সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৪৩ হেজাৰ ৬২৫ জন ।
ADVERTISEMENT





























