Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

    সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সলনি হ’ব শ্রম আইন, সপ্তাহত চাৰিদিন হ’ব লাগিব কৰ্মৰত, তিনিদিন ছুটী

publisher by publisher
February 10, 2021
in India, News
Reading Time: 1 min read
0
সলনি হ’ব শ্রম আইন, সপ্তাহত চাৰিদিন হ’ব লাগিব কৰ্মৰত, তিনিদিন ছুটী
7
SHARES
74
VIEWS
ShareShareShareShare

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ফ্ৰান্স–ভাৰত সাংস্কৃতিক বন্ধনত নতুন মাইলষ্টন

কেন্দ্রীয় চৰকাৰে চাকৰিয়ালসকলক অচিৰে সুখবৰ দিব পাৰে। চৰকাৰে কোম্পানীসমূহত কৰ্মৰত শ্রমিক-কর্মচাৰীক অধিক পাৰদৰ্শিতাৰে কৰ্মৰত হােৱাৰ বাবে সপ্তাহত চাৰিদিন কর্মদিন আৰু তিনিদিন ছুটী প্ৰদানৰ এক নিয়ম প্ৰৱর্তনৰ যাে-জা চলাইছে। অৱশ্যে ইয়াৰ ফলত কোম্পানীৰ কৰ্মচাৰীসকলে দীঘলীয়া ‘শ্বিফট’ত কৰ্মৰত হ’ব লাগিব পাৰে।

ADVERTISEMENT

কেন্দ্রীয় শ্রম সচিব অপূর্ব চন্দ্ৰই প্ৰকাশ কৰা মতে, সপ্তাহত ৪৮ ঘণ্টা কৰ্মৰত হােৱাৰ নিয়ম অব্যাহত থাকিব যদিও কোম্পানীসমূহে তিনিটা শ্বিফটত কৰ্মচাৰীক নিয়ােগ কৰিব পাৰিব। ১২ ঘণ্টাৰ শ্বিফটত কাম কৰা কৰ্মচাৰীয়ে সপ্তাহত চাৰিদিন, ১০ ঘণ্টা শিফটত কাম কৰা ব্যক্তিয়ে সপ্তাহত পাঁচদিন আৰু আঠঘণ্টাৰ শ্বিফটত কৰ্মৰত ব্যক্তিয়ে সপ্তাহত ছদিন কাম কৰিব লাগিব।

অৱশ্যে তিনিটা শ্বিফটত কৰ্মচাৰীক নিয়ােগৰ ক্ষেত্ৰত কোম্পানীসমূহৰ ওপৰত কোনাে বাধ্যবাধকতা নাথাকিব। পৰিৱৰ্তিত কর্মসংস্কৃতিৰ প্রতি লক্ষ্য ৰাখি দেশৰ কোম্পানীসমূহত কাম-কাজৰ নিয়ম-নীতি সলনি কৰাৰ সিদ্ধান্ত লােৱা হৈছে বুলি শ্রম সচিবে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে। এই নিয়ম প্ৰৱর্তিত হলে কোম্পানীসমূহে চাৰি বা পাঁচদিনৰ কৰ্মৰত সপ্তাহ’ৰ বাবে চৰকাৰৰ পৰা অনুমতি লােৱাৰ প্ৰয়ােজন নাথাকিব।

যদিহে কোনাে কোম্পানীয়ে কর্মচাৰীক সপ্তাহত চাৰিদিন নিয়ােগ কৰিব বিচাৰে, তেন্তে উক্ত কর্মচাৰীক সপ্তাহত তিনিদিন ছুটী দিব লাগিব। একেদৰে পাঁচদিন কৰ্মচাৰীক নিয়ােগ কৰিলে দুদিন ছুটী দিব লাগিব। নতুন শ্রম আইন বলৱৎ কৰাৰ পাছত কোম্পানীসমূহে আঠৰ পৰা ১২ ঘণ্টাৰ কর্মদিন নির্বাচনৰ স্বাধীনতা লাভ কৰিব।

কোম্পানীসমূহে নিজৰ চাহিদা, উদ্যোগৰ ধৰণ আৰু অরস্থান অনুসৰি কর্মদিন স্থিৰ কৰিব পাৰিব। নতুন শ্রম আইন প্রৱর্তন হলে ব্যক্তিগত খণ্ডত কৰ্মৰত শ্রমিক-কর্মচাৰীসকলে মানসিক হেঁচাৰ পৰা মুক্ত হৈ কাম কৰাৰ সুযােগ লাভ কৰিব। বিশেষকৈ এই আইনে দেশৰ তথ্য প্রযুক্তি খণ্ডত কৰ্মৰত লােকসকলক উপকৃত কৰাৰ সম্ভাৱনা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apurva ChandraindiaNew Labour CodesNew Labour Laws
publisher

publisher

Related Posts

আইফোনৰ আসক্তিয়ে ধাৰত পুতিছে ভাৰতৰ কোটি কোটি পৰিয়ালক
India

August 23, 2026
অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য
Assam

অস্থিৰতাৰ পৰা স্বাভাৱিকলৈ দুই ৰাজ্য

August 23, 2026
শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল
Assam

শ্বিলং-চেৰাপুঞ্জী-ডাউকিৰ হোটেলৰ ৮০-৯০ শতাংশ বুকিং বাতিল

August 23, 2026
সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!
India

সাৱধান! ২০২৭ইতিহাসতে সবাতোকৈ গৰম বছৰ হ’ব!

August 23, 2026
গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d