Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

ছ’চিয়েল মিডিয়াত ভাইৰেল এজনী ভাটৌ চৰাই

publisher by publisher
February 15, 2021
in Entertainment, India, News
Reading Time: 1 min read
0
ছ’চিয়েল মিডিয়াত ভাইৰেল এজনী ভাটৌ চৰাই
22
SHARES
220
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

আজি কালি ছ’চিয়েল মিডিয়াত ক’ত যে কি ভাইৰেল নহয়। ছ’চিয়েল মিডিয়া অহাৰ পৰা, মনোৰঞ্জনৰ এক বেলেগ পৃথিৱী মুকলি হৈছে। সমগ্ৰ লকডাউনত মানুহে মুক্তি বা যোগাযোগ কৰাৰ একমাত্ৰ উপায় আছিল ছচিয়েল মিডিয়া।ইয়াত আমি এনে বস্তু দেখোঁ যিয়ে আমাৰ মন ভাল কৰি দিয়ে।

ADVERTISEMENT

এটা ৰাতিৰ ভিতৰতে কাৰোবাক বনায় দিয়ে চেলিব্ৰেতি।তাৰ ভিতৰত আছে ষ্টেচনত গান গাই থকা এগৰাকী ভীক্ষাৰি মহিলা ,ৰানু মণ্ডল ।সদায় তেওঁ ষ্টেচনত গীত গাই ভিক্ষা খোজে আৰু এদিন তেওঁৰ জীৱন সলনি হ’ল।এদিন এজন ব্যক্তিয়ে ৰাণুৰ গানটো ৰেকৰ্ড কৰিছিল আৰু ইয়াক সামাজিক মাধ্যমত প’ষ্ট কৰিছিল।

ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল মহিলাগৰাকী। তাৰ পিছতে তেওঁ পোনপটীয়াকৈ মুম্বাইলৈ গৈ হিন্দী চিনেমাৰ গীত গাবলৈ সুবিধা পায়।ঠিক তেনেদৰে আকৌ, দিল্লীৰ সেই বাবা কা ধাবাৰ দৰিদ্ৰ পুৰণি দোকানীজন। লকডাউনত তেওঁৰ খাদ্য বিক্ৰী হোৱা নাই। তেওঁ কান্দি আছিল আৰু এজন ইউটিওবাৰে ভিডিঅ’ কৰি ইয়াক সামাজিক মাধ্যমত দি দিছিল।তাৰ পিছতে বাবা কা ধাবাত হাজাৰ হাজাৰ লোক একত্ৰিত হয়।

এনেধৰণৰ ঘটনা এই ছচিয়েল মিডিয়াত ঘটি আহিছে। কেৱল মানুহে নহয় বিভিন্ন সময়ত বিভিন্ন জীৱ জন্তুৰো ভিডি’অ ভাইৰেল হৈছে ।কেতিয়াবা যদি চৰাইয়ে গান গাই আছে। কেতিয়াবা আকৌ বাঘে বিভিন্ন কাৰ্য কৰি মনোৰঞ্জনৰ সৃষ্টি কৰিছে । ঠিক সেইদৰেই শেহতীয়াকৈ পুনৰ এটা ভিডি’অ ছ’চিয়েল মিডিয়াত দ্ৰুত গতিত ভাইৰেল হৈছে।ভিডি’অটোত দেখা গৈছে এটা চৰাইয়ে এটা অট্টালিকাৰ খিৰিকীৰ জালনাত বহি মামি মামি চিঞঁৰি আছে ।

তথ্য অনুসৰি পোহনীয়া টিয়া নামৰ চৰাইটো কেইদিনমান আগতে ঘৰৰ পৰা ওলাই গৈছিল। পুনৰ তেওঁ কেইদিনমানৰ পিছত, অট্টালিকাটোৰ মালিকৰ ফ্লেটটো চিনাক্ত কৰি খিৰিকীত আহি টয়াই মাত দিয়ে মামি, মামি। চৰাইটোৱে খিৰিকীত থকা জালনা খন খুলি দিবলৈ অনুৰোধ জনায়। তাৰ কিছু সময়ৰ পিছত, কোনো নহা টিয়া নিজেই খিৰিকীৰ সিপাৰে থকা কোঠাটোত প্ৰৱেশ কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIparrotViral Video
publisher

publisher

Related Posts

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d