●বিগত ২৪ ঘণ্টাত ভাৰতত ১১ হেজাৰ ৬১০ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ন লাখ ৩৭ হেজাৰ ৩২০ জন ।
●ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি ছয় লাখ ৪৪ হেজাৰ ৮৫৮ জন ।
●বিগত ২৪ ঘণ্টাত ১১ হেজাৰ ৮৩৩ জন লোক ক’ভিড মুক্ত হৈছে ।
●যোৱা ২৪ ঘণ্টাত ভাৰতত ১০০ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
●সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৩৬ হেজাৰ ৫৪৯ জন ।
ADVERTISEMENT





























