●বিগত ২৪ ঘণ্টাত ভাৰতত ১৬ হেজাৰ ৫৭৭ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●ইতিমধ্যে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১০ লাখ ৬৩ হেজাৰ ৪৯১ জন ।
●ক’ভিড আক্ৰান্ত হৈ সুস্থ হোৱা লোকৰ সংখ্যা হৈছে এক কোটি সাত লাখ ৫০ হেজাৰ ৬৮০ জন ।
●বিগত ২৪ ঘণ্টাত ১২ হেজাৰ ১৭৯ জন লোক ক’ভিড মুক্ত হৈছে ।
●যোৱা ২৪ ঘণ্টাত ভাৰতত ১২০ জন ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছে ।
● ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৬ হেজাৰ ৮২৫ জন লোকে প্ৰাণ হেৰুৱাইছে ।
ADVERTISEMENT





























