● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৬ হেজাৰ ৮৩৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১১ লাখ ৭৩ হেজাৰ ৭৬১ জন ।
● ইতিমধ্যে এক লাখ ৫৭ হেজাৰ ৫৪৮ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ১১৩ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
● সম্প্ৰতি সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে এক লাখ ৭৬ হেজাৰ ।
ADVERTISEMENT





























