●বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৪০ হেজাৰ ৯৫৩ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১৫ লাখ ৫৫ হেজাৰ ২৮৪ জন ।
●ক’ভিড আক্ৰান্ত হৈ এক লাখ ৫৯ হেজাৰ ৫৫৮ জন লোকে প্ৰাণ হেৰুৱাইছে ।
●যোৱা ২৪ ঘণ্টাত ১৮৮ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।
ADVERTISEMENT





























