Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ইউপিপিএল ৰাইজৰ বাবে কাম কৰা দল নহয়ঃ প্ৰমিলা ৰাণী ব্ৰহ্ম

publisher by publisher
March 21, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ইউপিপিএল ৰাইজৰ বাবে কাম কৰা দল নহয়ঃ প্ৰমিলা ৰাণী ব্ৰহ্ম
9
SHARES
88
VIEWS
ShareShareShareShare

RelatedPosts

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

Guwahati:মিত্ৰতাত আবদ্ধ বিজেপি- বিপিএফ ! এনডিএত এন্টি হাগ্ৰামাৰ দল বিপিএফৰ

অসম বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহ ।এই ক্ষেত্রত পিছ পৰি ৰোৱা নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দল । সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত ৩০ নং পূৱ কোকৰাঝাৰ জনজাতি সমষ্টিৰ বিধায়িকা প্ৰমিলা ৰাণী ব্ৰহ্মই কয়, ‘যোৱা ৩০ বছৰে এইটো সমষ্টি ময়ে দখল দি আছো, মই কাৰো অন্যায় কৰা নাই বিপদে আপদে মই ৰাইজৰ লগত আছো । এইটো মোৰ চৰিত্ৰ সেয়ে ৰাইজে মোক আকৌ কাম কৰাৰ সুযোগ দিব ইয়াত কোনো সন্দেহ নাই । বিপিএফ নিজেই এটা শক্তিশালী দল । ৰাইজৰ মাজত বিপিএফ দলৰ ভেটি কোনেও হিলাব নোৱাৰে।‌ ৰাইজে ইতিমধ্যে গ’ম পাইছে যে বিপিএফৰ বাহিৰে কোনো দলে ৰাইজৰ বাবে কাম কৰা দল নহয়।’

ADVERTISEMENT

তেওঁ লগতে কয়, ‘এইবাৰ অসমত কংগ্রেছ, এআইইউডিএফ, বিপিএফ আদিৰ মহাজোঁটৰ চৰকাৰ হ’বলৈ গৈ আছে ইয়াত কোনো সন্দেহ নাই। অসমৰ পৰা বিজেপি দলক উৎখাত কৰাৰ লগতে বিটিআৰৰ পৰা বিজেপি, ইউপিপিএল, জিএসপি আদিৰ মিত্রজোঁটৰ চৰকাৰখন উৎখাত কৰিবলৈ ৰাইজ এতিয়াও বিপিএফ দলৰ লগতে আছে। কংগ্রেছ, এআইইউডিএফৰ লগত মিত্রতা কৰাত এতিয়া আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয়ী হোৱাটো নিশ্চিত হৈ গ’ল।ইউপিপিএল দলে কোনো বেলেগ সম্প্ৰদায়ৰ ভোট নাপাব। যিমানে শক্তিশালী প্ৰাৰ্থী নাহক কিয় বা যিমানে ধনী ব্যক্তি নাহক কিয় আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে। আমাৰ বিপিএফ দলৰ প্ৰাৰ্থীয়ে অসম বিধানসভা নির্বাচনত বিটিআৰ অঞ্চলৰ প্ৰতিটো সমষ্টিতে জয়ী হ’ব আৰু আমি দিছপুৰত চৰকাৰ গঠন কৰিম।’

শান্তিচুক্তিত থকা এনডিএফবি সদস্যসকলক নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো। বাধ্য কৰোৱা হৈছে পুনৰ জংঘললৈ ঘুৰি যোৱাৰ বাবে। বাথা জংঘললৈ যোৱাৰ বাবে যিসকলে বিপিএফক জগৰীয়া কৰিছে সেইসকলেই প্ৰকৃততে জগৰীয়া বুলি উল্লেখ কৰে প্ৰমিলা ৰানী ব্ৰহ্মই।

ইউপিপিএল চৰকাৰে দূৰ্নীতিমুক্ত চৰকাৰৰ কথা কৈ এতিয়া নিজে দূৰ্নীতিত লিপ্ত হৈছে। ইউপিপিএলৰ নেতা মন্ত্রীসকলে কমিচন লৈ কম দিনৰ ভিতৰতে সম্পত্তিৰ পাহাৰ গঢ়িলে বুলি অভিযোগ উত্থাপন কৰে ব্ৰহ্মই।
শ্রীৰামপুৰ গেটত আমাৰ চৰকাৰৰ দিনত ইমান ছিণ্ডিকেট হোৱা নাছিল যিমান ইউপিপিএল চৰকাৰৰ দিনত হৈ আছে মই নিজ চকুৰে দেখা পাইছো বুলিও দাবী কৰে ব্ৰহ্মই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFPramila Rani Brahma
publisher

publisher

Related Posts

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d