Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

মৰুভূমিৰ গুহাত উদ্ধাৰ ছয় হেজাৰ বছৰ পুৰণি কংকাল, মুদ্ৰা

publisher by publisher
March 21, 2021
in News
Reading Time: 1 min read
0
মৰুভূমিৰ গুহাত উদ্ধাৰ ছয় হেজাৰ বছৰ পুৰণি কংকাল, মুদ্ৰা
14
SHARES
140
VIEWS
ShareShareShareShare

RelatedPosts

সংঘর্ষবিৰতি লঙ্ঘন: লেবাননত পুনৰ ইজৰাইলী আক্ৰমণ, বহু নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

মৰুভূমিৰ মাজত এটা গুহা । গুহাটোৰ নাম ‘কেভ অৱ হৰ’ৰ’ অৰ্থাৎ আতংকৰ গুহা । জনশূণ্য এই গুহাৰ আছে এটা মৰ্মান্তিক ইতিহাস । মৰুভূমিৰ শুষ্ক বতাহত মমি হৈ সংৰক্ষিত হৈ আছে সেই ইতিহাসৰ কিছু অংশ ।

ADVERTISEMENT

6. Rappeling to the Skull cave. Photo Yoli Schwartz Israel Antiquities Authority 1024x640 1

এসময়ত ৰোমান সাম্ৰাজ্যৰ আগ্ৰাসনৰ বিৰুদ্ধে ইহুদীসকলে বিদ্ৰোহ ঘোষণা কৰিছিল । সেই বিদ্ৰোহত প্ৰাণ হেৰুৱাইছিল বহু ইহুদীয়ে । বহুসংখ্যক ইহুদীক গুহাৰ প্ৰৱেশ দ্বাৰ বন্ধ কৰি গুহাৰ ভিতৰত ৰখা হৈছিল মৃত্যুৰ বাবে ।

Screenshot JPost e1615897520815

অনাহাৰে থাকোঁতে থাকোঁতে এজন এজনকৈ সকলো বন্দী বিদ্ৰোহীৰ মৃত্যু হয় । ১৯৬০ত এই গুহাৰ পৰা ৪০টা নৰ কংকাল উদ্ধাৰ হয় । সেই কংকাল গৱেষণা কৰিয়ে ইহুদী বিদ্ৰোহীসকলৰ এই মৰ্মান্তিক পৰিণতিৰ কথা জনা যায় ।

NINTCHDBPICT000641901141

সেয়ে গুহাটোক ‘কেভ অৱ হৰ’ৰ’ নামকৰণ কৰা হয় । সেই যুদ্ধত পাঁচ লাখ ইহুদীয়ে প্ৰাণ হেৰুৱাইছিল । মৃত্যুৰ ভয়ত বহুতেই অঞ্চল ত্যাগ কৰিছিল ।

download 5

এই গুহাটো ইজৰাইলৰ জুডিয়ান মৰুভূমিত অৱস্থিত । ১৩২ আৰু ১৩৫ খ্ৰীষ্টাব্দৰ ভিতৰত এই মৰুভূমিতে যুদ্ধ হৈছিল । বিশেষজ্ঞসকলে অনুমান কৰে যে, গুহাৰ শিলৰ ভাঁজে ভাঁজে এনে বহু মৰ্মান্তিক ইতিহাসৰ চাপ আছে ।

117591981 75bd4546 7cdd 4966 8933 55caf4547da9

সম্প্ৰতি গুহাৰ পৰা এটি শিশুৰ কংকাল উদ্ধাৰ হৈছে । শিশুটিৰ বয়স ছয় হেজাৰ বছৰ । গুহাৰ ভিতৰত দুটা শিলৰ মাজত আছিল কংকালটো । গৱেষকৰ এটা দলে শিল আঁতৰাই কংকালটো উদ্ধাৰ কৰে । গৱেষণাত পোৱা গৈছে যে, এইটো এটি কন্যা শিশুৰ কংকাল । মৃত্যুৰ সময়ত যাৰ বয়স আছিল ছয়ৰ পৰা ১২ বছৰৰ ভিতৰত ।

117591985 rsz 1coins

শিশুটিৰ শৰীৰ চাদৰেৰে ঢাকি থোৱা আছিল । ইমান বৰ্ষ পূৰ্বে এই ধৰণৰ চাদৰৰ ব্যৱহাৰ দেখি গৱেষকসকল বিস্মিত হয় । লগতে গুহাটোত ১০ বছৰ পুৰণি টুকুৰি আৰু কিছুসংখ্যক মুদ্ৰাৰৰ লগতে কানি-কাপোৰো উদ্ধাৰ কৰা হৈছে ।

117591979 9ce333cc 4695 4ea6 b44f 265d2b1fe2ce

উদ্ধাৰ হোৱা ছয় হেজাৰ বছৰ পুৰণি শিশুৰ কংকাল আৰু ১০ হেজাৰ বছৰৰ পুৰণি টুকুৰি দেখি গৱেষকসকলে অনুমান কৰিছিল যে, এসময়ত গুহাত মানুহৰ বাস আছিল । গুহাত বন্দী হৈ থকা অৱস্থাতো নতুন জীৱনৰ আশা কৰিছিল তেওঁলোকে । হয়তো যুদ্ধত জয়ী হৈ নতুনকৈ জীৱন আৰম্ভ কৰিব বুলি আশা কৰিছিল । সেয়ে নিজৰ স’তে মুদ্ৰা, কাপোৰ ৰাখিছিল ।

32.the basket in situ3. Photo Yoli Schwartz Israel Antiquities Authority 1024x640 1 640x400 1

গুহাৰ পৰা উদ্ধাৰ হোৱা যাৱতীয় সম্পদসমূহৰ পৰা সেই সময়ৰ মানুহৰ জীৱনশৈলী সম্পৰ্কে বিশদ ধাৰণা পোৱা যাব বুলি মত পোষণ কৰে গৱেষকসকলে ।

Ebene Magazine New Dead Sea Scrolls fragments from Cave of Horror unveiled for the first time in 60 years

সম্প্ৰতি অনুসন্ধানৰ সময়ত গুহাৰ পৰা উদ্ধাৰ হৈছে বহু পৰিমাণৰ নথিৰ অংশও । সেই নথিত ইহুদী-ৰোমানসকলৰ যুদ্ধ সংক্ৰান্ত বিভিন্ন তথ্য আছে । ইয়াৰ আখৰবোৰো সমসাময়িক পাণ্ডুলিপিৰ পৰা বহুত পৃথক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cave Of HorrorIsrael
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d