Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মুম্বাইৰ অন্ধেৰি পশ্চিম নতুন ক’ভিড হটস্পট

ফাকু খেলাত নিষেধাজ্ঞা জাৰি

publisher by publisher
March 24, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
মুম্বাইৰ অন্ধেৰি পশ্চিম নতুন ক’ভিড হটস্পট
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ভাৰতত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না সংক্ৰমণ । সকলো ৰাজ্যৰে শীৰ্ষ স্থানত আছে মহাৰাষ্ট্ৰ । দেশৰ মুঠ দৈনিক আক্ৰান্তৰ প্ৰায় ৬০ শতাংশই মহাৰাষ্ট্ৰৰ । ইতিমধ্যে মহাৰাষ্ট্ৰৰ আটাইতকৈ বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে বাণিজ্যি নগৰী মুম্বাইত ।

ADVERTISEMENT

বৃহনমুম্বাই মিউনিচিপাল ক’ৰপ’ৰেছন (বিএমচি)য়ে জনায় যে, চহৰৰ ২৪ টা ৱাৰ্ডৰ ভিতৰত সৰ্বাধিক সংক্ৰমণ হৈছে অন্ধেৰি পশ্চিমত । সংক্ৰমণ ৰোধ কৰিবৰ বাবে জুহু সমুদ্ৰ ভ্ৰমণত নিষেধাজ্ঞা জাৰি কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে ।

মুম্বাইৰ সহকাৰী মিউনিচিপাল কমিছনাৰ বিশ্বাস মোতে সংবাদ মাধ্যমক জনায়, ‘সোমবাৰে অন্ধেৰি পশ্চিমৰ প্ৰায় তিনিশজন লোক কৰ’না আক্ৰান্ত হৈছে । আমি ইতিমধ্যে জুহু সমুদ্ৰৰ পাৰত কৰ্মচাৰী নিয়োগ কৰিছো । কোনোৱে মাস্ক পৰিধান নকৰিলে জৰিমনা লোৱা হ’ব । সোমবাৰৰ পৰা সমুদ্ৰৰ পাৰতেই এণ্টিজেন টেষ্ট আৰম্ভ কৰা হৈছে । পৰিস্থিতিৰ স’তে যুঁজ দিবলৈ আমি আৰক্ষী নিৰীক্ষণৰো ব্যৱস্থা কৰিছো ।

বিগত ২৪ ঘণ্টাত মুম্বাইত নতুনকৈ তিনি হেজাৰ ৫১২ জন লোক ক’ভিড আক্ৰান্ত হৈছে । ফলত মুম্বাইত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে, তিনি লাখ ৬৯ হেজাৰ ৪২৬ জন । যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ আঠজন লোকে প্ৰাণ হেৰুৱাইছে । ইতিমধ্যে মুম্বাইত ১১ হেজাৰ ছয়শজন লোকৰ মৃত্যু হৈছে । সম্প্ৰতি মুম্বাইৰ মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা ২৭ হেজাৰ ৬৭২ জন ।

সংক্ৰমিতৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে বিএমচি-য়ে আগন্তুক ২৮ আৰু ২৯ মাৰ্চত মুম্বাইত ফাকু খেলাত নিষেধাজ্ঞা জাৰি কৰিছে । নিৰ্দেশনাৱলীত কোৱা হৈছে যে, ৰাস্তা-ঘাট বা ব্যক্তিগত পৰিসীমাতো ৰং খেলাত নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই নিয়ম উলংঘা কৰিলে ১৮৯৭ৰ মহামাৰী আইন নাইবা ২০০৫ৰ বিপৰ্যয় যুঁজ আইনৰ অধীনত অভিযুক্ত কৰা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Brihanmumbai Municipal CorporationCovid-19india
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d