Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

বেআইনীভাৱে ক’ভিড প্ৰতিৰোধী দৰৱ সঞ্চয় কৰি বিতৰ্কৰ আৱৰ্তত বিজেপি সাংসদ

publisher by publisher
April 22, 2021
in COVID-19, India, News, Politics
Reading Time: 1 min read
0
বেআইনীভাৱে ক’ভিড প্ৰতিৰোধী দৰৱ সঞ্চয় কৰি বিতৰ্কৰ আৱৰ্তত বিজেপি সাংসদ
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

সৰ্বোচ্চ ন্যায়ালয়ত মুখথেকেঁচা পৱন খেড়াৰ

পৱন খেড়াৰ আগাম জামিন আবেদনত শুনানি স্থগিত

ৰাজধানী দিল্লীত অক্সিজেন আৰু প্ৰতিষেধকৰ নাটনিৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জলাকলা খাইছে ৰাজ্য চৰকাৰে । এনে পৰিস্থিতিত বিজেপি সাংসদ তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ বিৰুদ্ধে বেআইনীভাৱে ফ্লু প্ৰতিৰোধী ‘ফেবিফ্লু’ দৰৱ সঞ্চয় কৰি ৰখাৰ অভিযোগ উত্থাপন হয় । নিজৰ নিৰ্বাচনী কেন্দ্ৰত সেই দৰৱ বিনামূল্যে বিতৰণ কৰাৰ কথা ঘোষণা কৰিছে গম্ভীৰে । ফলত বিতৰ্কৰ আৰম্ভণি হয় ।

ADVERTISEMENT

ৰাজধানীৰ হাস্পতালসমূহত অক্সিজেন, প্ৰতিষেধকৰ নাটনি হৈ থকাৰ সময়তে তেওঁ বিপুল পৰিমাণৰ ফেবিফ্লু ক’ৰ পৰা লাভ কৰিলে, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে । চিকিৎসকৰ প্ৰেছক্ৰিপছন অবিহনে ফেবিফ্লু বিক্ৰীৰ অনুমতি নাই দোকানসমূহৰ । সেয়ে বেআইনীভাৱেই গম্ভীৰে দৰৱ সঞ্চয় কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীসকলে ।

বিগত ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ২৪ হেজাৰ ৬৩৮ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ২৪৯ জন লোকৰ মৃত্যু হৈছে । কালি বিনামূল্যে ফেবিফ্লু বিতৰণ কৰিব বুলি টুইট কৰি বিতৰ্কৰ সন্মুখীন হৈছে গম্ভীৰ । তেওঁ টুইটত লিখে, ‘পূৱ দিল্লীৰ বাসিন্দাসকলে পুৱা ১০ বজাৰ পৰা সন্ধিয়া পাঁচ বজাৰ ভিতৰত সাংসদৰ কাৰ্যালয়ত বিনামূল্যে ফেবিফ্লু গ্ৰহণ কৰিব পাৰিব । কেৱল আধাৰ কাৰ্ড আৰু প্ৰেছক্ৰিপছন দেখুৱালেই হ’ব ।’

People of East Delhi can get ‘Fabiflu’ from MP office (2, Jagriti Enclave) for FREE between 10-5. Kindly get Aadhar & prescription

पूर्वी दिल्ली के लोग “Fabiflu” मेरे कार्यालय (2, जाग्रति एन्क्लेव) से 10 से 5 के बीच मुफ़्त में ले सकते हैं. अपना आधार और डॉक्टर की पर्ची ले आएं

— Gautam Gambhir (Modi Ka Parivar) (@GautamGambhir) April 21, 2021

২০১৯ত গেৰুৱা শিবিৰৰ হৈ পূৱ দিল্লী কেন্দ্ৰৰ পৰা জয়ী হৈয়ে সাংসদ হয় গম্ভীৰ । পূৱ দিল্লীৰ মুঠ জনসংখ্যা ১৭ লাখ । এই বিপুল সংখ্যক লোকক প্ৰদান কৰিব পৰাকৈ দৰৱ তেওঁৰ হাতত কেনেকৈ আহিল সেই বিষয়ে অৱশ্যে জনোৱা নাই গম্ভীৰে ।

সাংসদগৰাকীৰ টুইটৰ কটাক্ষ কৰি বিৰোধী দল আম আদমি পাৰ্টীৰ নেতা দুৰ্গেশ পাঠকে টুইট কৰে, ‘গুজৰাটত বিজেপিৰ সভাপতিয়ে জীৱনদায়ী প্ৰতিষেধক সঞ্চয় কৰি ৰাখিছে, মহাৰাষ্ট্ৰত বিজেপিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফড়নবিছে ৰেমডেচিবিৰ সঞ্চয় কৰি ৰাখিছে আৰু দিল্লীৰ অংশিক সময়ৰ বিজেপি সাংসদ আৰু পূৰ্ণ সময়ৰ ক্ৰিকেটাৰে জীৱনদায়ী দৰৱ সঞ্চয় কৰি ৰাখিছে । এওঁলোক জনপ্ৰতিনিধি নে অপৰাধী ? আপোনালোকেই বিবেচনা কৰক ।’

Is this not criminal? An MP hoarding medicines and giving it as per his wishes. Why should he not give them to the hospital? .@LtGovDelhi .@CMODelhi https://t.co/QzpTeZkr1G

— Adv. Somnath Bharti: इंसानियत से बड़ा कुछ नहीं! (@attorneybharti) April 21, 2021

জীৱনদায়ী দৰৱ গম্ভীৰে কেনেকৈ লাভ কৰিলে বুলি প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ নেতা পৱন খেৰাই টুইট কৰে, ‘১) গৌতম গম্ভীৰ, সঠিকতে কিমান পৰিমাণৰ ফেবিফ্লু সঞ্চয় কৰি ৰাখিছে আপুনি ? ২) এই বিপুল পৰিমাণৰ ফেবিফ্লু কেনেকৈ লাভ কৰিলে ? অৰবিন্দ কেজৰিৱাল আপুনি ক‌ওক: ১) এইটো বৈধ নে ? ২) বেআইনীভাৱে দৰৱ সঞ্চয় আৰু বিতৰণ কৰাৰ বাবেই দৰৱৰ দোকানবোৰত ফেবিফ্লুৰ নাটনি হৈছে নেকি ?’

https://twitter.com/Pawankhera/status/1384810366870253573?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1384810366870253573%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Findia%2Fcoronavirus-in-india-gautam-gambhir-accused-of-hoarding-anti-covid-fabiflu-illegally-in-delhi-dgtl%2Fcid%2F1277214

নিজৰ টুইটৰ বিবৰণি দি গম্ভীৰে পুনৰ টুইট কৰে, ‘দিল্লী মোৰ বাসস্থান । শেষ মূহুৰ্ত পৰ্যন্ত মানুহৰ সেৱা কৰিম । বিছনা, অক্সিজেন আৰু দৰৱৰ চাহিদা পূৰণ কৰিবলৈ যথাসম্ভৱ চেষ্টা কৰিছো ।’

Delhi is my home & I will keep serving the people till my last breath. With many requests for beds, oxygen & medicines, we are helping as many as we can!

— Gautam Gambhir (Modi Ka Parivar) (@GautamGambhir) April 21, 2021

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Durgesh PathakGautam GambhirPawan Khera
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d