Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বান্দৰক বিস্কুট দি বন্য চৰিত্ৰ নোহোৱা নকৰিবলৈ আহ্বান সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ

তেজপুৰত ৫৪ টা বন্যপ্ৰাণী উদ্ধাৰ

publisher by publisher
June 3, 2021
in Assam, India, News
Reading Time: 1 min read
0
বান্দৰক বিস্কুট দি বন্য চৰিত্ৰ নোহোৱা নকৰিবলৈ আহ্বান সৰ্পবান্ধৱ সৌৰভ বৰকটকীৰ
10
SHARES
97
VIEWS
ShareShareShareShare

RelatedPosts

Terrible road accident in Sonitpur:শোণিতপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল ৫ যুৱকৰ

18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

নদুৱাৰত সমষ্টিত ভোটগ্ৰহণৰ মাজতে দুঃখজনক ঘটনা

কেৱল অৰণ্যৰ সংকোচনেই নহয়, চহৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চলত বাসোপযোগী পৰিৱেশ দ্ৰুতগতিত ধ্বংস হোৱাৰ সময়ত বিগত সময়চোৱাত তেজপুৰ আৰু পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত বিভিন্ন প্ৰজাতিৰ সাপ তথা অন্যান্য বন্য জীৱ মানুহৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছে ৷

ADVERTISEMENT

উল্লেখযোগ্য যে, মানুহৰ ঘৰৰ ভিতৰত থকা নিগনি আৰু এন্দুৰ আদি খাদ্যৰ বাবেই এনেদৰে সাপে প্ৰৱেশ কৰাৰ লগতে খাদ্যৰ শংকটত পৰা বান্দৰে তেজপুৰ চহৰৰ লগতে বিভিন্ন অঞ্চলত সৰ্বসাধাৰণক অতিষ্ঠ কৰিছে ৷

যোৱা ছয় এপ্ৰিলৰ পৰা বৰ্তমানলৈকে তেজপুৰ আৰু কাষৰীয়া অঞ্চলত সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়েই তেওঁৰ সৰ্পবান্ধৱ হিচাপে খ্যাত সহযোগীৰ সহায়ত উদ্ধাৰ কৰিছে ৫৪টা বন্যজীৱ ৷

উল্লেখযোগ্য যে, তেজপুৰ আৱৰ্তভৱন, কেতেকীবাৰী, বামপৰ্বতীয়া, কটনৰ’ড, গাভৰু শিৱমন্দিৰ, বাৰহলীয়া, সদৰ আৰক্ষী থানাৰ আৱাস, গাৰোৱানপট্টী, আই টি আই শিৱ মন্দিৰ, গেৰেকী, আৰক্ষী নাৱেশ, পিথাখোৱা, মাজগাঁও, মুঢ়াতেতেলী, ডেকাৰগাঁও আদি অঞ্চলৰ পৰা উদ্ধাৰ হোৱা এই বন্যজীৱ সমূহৰ ভিতৰত আছে বিষাক্ত ফেটী সাপ ১২ডাল, অজগৰ ১০ডাল, মোচোৰাগোম চাৰিডাল, বাকৰাজ ১০ডাল, তথা ধোৰাসাপ আৰু ইণ্ডো চাইনিজ মোছোৰাগোম আৰু মেকুৰী চকুৱা সাপ সহ আন ১০ডাল সাপ ৷

তদুপৰি এই সময়চোৱাতে উদ্ধাৰ কৰা হৈছে একোটা ফেঁচা,জহামাল,ঈগল আৰু পাঁচটা কেকোঁ৷উল্লেখযোগ্য যে,ইয়াৰে ভিতৰত একাধিক অজগৰৰ দৈৰ্ঘ ন ফুটৰ অধিক৷তদুপৰি,বিহগুৰি কলিতাগাঁৱৰ মনোজ কলিতাৰ কুকুৰা ফাৰ্মত উদ্ধাৰ হোৱা এটা অজগৰে ৫০টাৰ অধিক মুৰ্গী ভক্ষণ কৰিছিল ৷

এনেদৰে সাপ আৰু অজগৰ মানুহৰ ঘৰত উদ্ধাৰ হোৱা সন্দৰ্ভত অঞ্চল সমূহৰ ৰাইজে কয় যে সাপ আৰু অজগৰ তেজপুৰত পূৰ্বৰে পৰা বহু সংখ্যক আছে যদিওঁ আগতে ঘৰৰ বাৰীত তথা প্ৰাকৃতিক ক্ষেত্ৰত মাজে সময়ে দেখিবলৈ পোৱা গৈছিল ৷

ৰাইজে লগতে কয় যে,বৰ্তমান হোলা তথা পিতনি আদি নিঃশেষ হোৱাৰ লগতে একোখন মুক্ত বাৰীও নোহোৱা হোৱাত সাপে মানুহৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ লৈছে আশ্ৰয় আৰু খাদ্যৰ সন্ধানত৷বৰকটকীয়ে উদ্ধাৰ কৰা এইবোৰ জীৱ পাছত সমীপৰ নিৰাপদ প্ৰাকৃতিক আৱাস ক্ষেত্ৰ আৰু তেজপুৰৰ ভোমোৰাগুৰি সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে ৷

আনহাতে,যোৱা দীঘলীয়া সময় ধৰি বালিপৰা ভালুকপুং সংযোগী পথত বিশেষকৈ চাৰিদুৱাৰ অঞ্চলত এজাক বান্দৰক বহু সংখ্যক পথচাৰীয়ে বিভিন্ন খাদ্য দি আহিছে৷ক্ৰমশ মানুহৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা এই বান্দৰ জাকে বালিপৰা,চাকিদুৱাৰৰ লগতে কাষৰীয়া বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে ৷

এনে অৱস্থাত কৰ’নাকেন্দ্ৰীক পৰিস্হিতিৰ সময়ত পুৱাৰ পৰাই বহু লোকে বান্দৰ জাকক ফলমূলকে ধৰি বিভিন্ন বিস্কুট চানা আদি দিয়াৰ বিষয়ে প্ৰকাশ কৰি বৰকটকীয়ে কয় যে এনে অৱস্থাত কোনোবাই এই বান্দৰজাকক কিছু পৰিমানে ফলমূল দিছে য’দিও বিস্কুট আদি দিয়াটো একেবাৰে অনুচিত ৷

তদুপৰি,এনে কাৰ্যই বান্দৰ জাকৰ বন্য চৰিত্ৰ নোহোৱা কৰি মানুহৰ সমস্যাহে বৃদ্ধি কৰিব বুলি উল্লেখ কৰি বৰকটকীয়ে লগতে কয় যে বনাঞ্চলৰ সংৰক্ষণ আৰু খাদ্যৰ তথা ফলমূলৰ গছ বৃদ্ধিত বন বিভাগে গুৰুত্ব নিদিলে সমস্যাৰ সমাধান নহয়৷বৰকটকীয়ে চাৰিদুৱাৰ আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ বান্দৰক বিস্কুট আদি দিয়াটো বন্ধ কৰি তথা সৰ্বসাধাৰণক সজাগ কৰিবলৈ ইয়াত বনবিভাগে ফলক আৰিব লাগে বুলিও কয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Saurabh BarkatakiTEZPUR
publisher

publisher

Related Posts

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d