Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মৰিগাঁও ভ্ৰমণ

publisher by publisher
June 11, 2021
in Assam, India, News
Reading Time: 1 min read
0
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মৰিগাঁও ভ্ৰমণ
4
SHARES
38
VIEWS
ShareShareShareShare

জিলা অভিভাৱক মন্ত্ৰী ৰূপে উপায়ুক্ত কাৰ্যালয়ত জিলা প্ৰশাসনেৰে বৈঠক, খতিয়ান ল’লে উন্নয়নমূলক কামকাজ-ক’ভিড পৰিস্থিতিৰ, মৰিগাঁও অসামৰিক চিকিৎসালয়-ঝাৰগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন

ADVERTISEMENT

ৰাজ্যৰ কেবিনেটে অৰ্পণ কৰা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত আজি প্ৰথমবাৰলৈ মৰিগাঁৱত উপস্থিত হৈ জিলাখনৰ উন্নয়নমূলক কাম-কাজসমূহৰ খতিয়ান লয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

RelatedPosts

Amit Shah Election Rally in Missa:কলিয়াবৰৰ মিছাত ৰাহুল গান্ধীক তীব্ৰ কটাক্ষগৃহমন্ত্ৰী অমিত শ্বাহৰ 

AGP 40th Foundation Day Spl Programe in Dibrugarh Jeraigaon: ৰাজ্যজুৰি অগপৰ ৪০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

স্বাস্থ্যমন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে জলসম্পদ তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীক লগত লৈ দুপৰীয়া মৰিগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ মৰিগাঁও জিলা প্ৰশাসনৰ বিষয়াবৰ্গ আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলৰ স’তে এখন বৈঠকত মিলিত হৈ মৰিগাঁও জিলাৰ সামগ্ৰিক উন্নয়নৰে জৰিত বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে।

WhatsApp Image 2021 06 11 at 7.41.40 PM

বৈঠকত জিলাখনৰ বান আৰু খহনীয়া সমস্যাৰ বিষয়ে বিতং আলোচনা কৰাৰ লগতে আসন্ন বাৰিষাৰ সময়ছোৱাৰ মুখামুখি হ’বলৈ জিলা প্ৰশাসনে চলোৱা প্ৰস্তুতিৰো বুজ লয় জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে।

জিলাখনত চলি থকা উন্নয়নমূলক আৰু জনকল্যাণমূলক আঁচনিসমূহৰ সঠিক ৰূপায়ণ সুনিশ্চিত কৰিবলৈ বৈঠকত উপায়ুক্তৰ লগতে বিভাগীয় মূৰব্বীসকলক মন্ত্ৰী মহন্তই নিৰ্দেশ দিয়ে। তদুপৰি, এই বৈঠকতে মৰিগাঁও জিলাৰ সামগ্ৰিক কভিড পৰিস্থিতি পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে আক্ৰান্তসকলৰ হোম আইছলেছন ব্যৱস্থা হ্ৰাস কৰিবলৈ দিহা দিয়ে।

জিলাখনত দৈনিক ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ লগতে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈও তেওঁ জিলাৰ উপায়ুক্ত আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকক নিৰ্দেশ দিয়ে। ইফালে, আগবেলা মৰিগাঁৱত উপস্থিত হোৱাৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰথমে সতীৰ্থ মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু বিধায়ক ৰমাকান্ত দেউৰীৰ স’তে মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ ক’ভিড ৱাৰ্ড পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ আন্তঃগাঠনি পৰ্যবেক্ষণ কৰাৰ লগতে ক’ভিড আক্রান্তসকলৰ স্বাস্থ্যৰ বুজ লয়।

WhatsApp Image 2021 06 11 at 7.41.40 PM 1

চিকিৎসালয়খনত নিৰ্মাণ হৈ থকা আই চি ইউ ৱাৰ্ডো মন্ত্ৰী মহন্তই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে। অসামৰিক চিকিৎসালয়খনত চিকিৎসাধীন ক’ভিড আক্ৰান্তসকলৰ লগত মত বিনিময় কৰি খাদ্য আৰু চিকিৎসা সেৱা লাভ কৰাৰ বিষয়েও তেওঁ খবৰ কৰে। পৰিদৰ্শনকালত ক’ভিড আক্ৰান্ত আৰু আন ৰোগী সকলে যাতে জৰুৰীকালীন চিকিৎসা সঠিক ৰূপত পায়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চিকিৎসকসকলক স্বাস্থ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

আজিৰ পৰিদৰ্শন কালত ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক, জিলাৰ উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ বিষয়াসকলো উপস্থিত আছিল। বিয়লি স্বাস্থ্যমন্ত্ৰী মহন্তই জিলাখনৰ ঝাৰগাওঁ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোও পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে একেদিনাই মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত খলনী বিল গাঁৱৰ পথালী পাহাৰ চুবুৰীৰ কণ্টেইনমেণ্ট জ’নো পৰিদৰ্শন কৰি আবদ্ধ লোক সকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰী মহন্তই ক’ণ্টেইনমেণ্ট জ’নৰ বাসিন্দাসকলে খাদ্য সামগ্ৰীকে ধৰি অন্যান্য সুবিধাসমূহ সঠিক ভাৱে লাভ কৰিছে নে নাই, সেই বিষয়ে খবৰ লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Keshab Mahanta
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d