Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰিত প্ৰাক্তন এনডিএফবিৰ সংবাদমেল, প্ৰকৃত কেডাৰসকল বঞ্চিত হ’লে পুনৰ জংঘললৈ যাবলৈ বাধ্য হ’ব

publisher by publisher
June 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
ওদালগুৰিত প্ৰাক্তন এনডিএফবিৰ সংবাদমেল, প্ৰকৃত কেডাৰসকল বঞ্চিত হ’লে পুনৰ জংঘললৈ যাবলৈ বাধ্য হ’ব
6
SHARES
59
VIEWS
ShareShareShareShare

RelatedPosts

এনডিএফবি (সঃ) নেতা ফেৰেংগাৰ নিৰ্দেশত হত্যা কৰিছিল বি বিদায়ে!

NDFB Leader:মুকলি আকাশলৈ অহাৰ পথ প্রশস্ত এম বাথাসহ ৩৫ কাৰাবন্দী এনডিএফবিৰ

৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ গোচৰৰ উচ্চ ন্যায়ালয়ৰ ৰায়দান

“চৰকাৰৰ হাতত থকা প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ নাম চৰকাৰখনে ৰাজহুৱা কৰক । জাতিৰ হকে সংগ্ৰাম কৰা প্ৰতিজন প্ৰাক্তন এনডিএফবি কেডাৰৰ নাম চৰকাৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ব লাগে । লগতে যদি অন্য কোনো লোকৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে, তেন্তে তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা যাওক । চৰকাৰৰ তালিকা তথা চৰকাৰী সা-সুবিধাৰ পৰা প্ৰকৃত কেডাৰসকল বঞ্চিত হ’লে পুনৰ জংঘললৈ যাবলৈ বাধ্য হ’ব তেওঁলোক। ইয়াৰ বাবে কোন দায়ী হব ?” এই মন্তব্য প্ৰাক্তন এনডিএফবিৰ সহকাৰী সাধাৰণ সম্পাদক বি. বৈহৈবৈথাৰ ।

ADVERTISEMENT

তৃতীয় বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ সময়তো চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ সংস্থাপনকে ধৰি আন আন প্ৰতিশ্ৰুতি পালন নকৰাত বৰ্তমান ভাগি পৰিছে সেইসকল কেডাৰ । আজি ওদালগুৰিৰ গৌমৈ হোটেলত প্ৰাক্তন এনডিএফবি কেডাৰসকলে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত উপস্থিত থাকি প্ৰাক্তন এনডিএফবি নেতা বি. বৈহৈবৈথাৰে কয়, “চলিত জুন মাহৰ সাত আৰু ১৪ তাৰিখে বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰীসকলৰ স’তে চৰকাৰে বৈঠকত মিলিত হৈছিল । কিন্তু আশ্বৰ্যজনকভাৱে উক্ত দুয়োখন বৈঠকৰ পৰা বঞ্চিত হ’বলগীয়া হয় চুক্তিখনৰ অন্যতম স্বাক্ষৰকাৰী ধীৰেণ বড়ো । চৰকাৰী কোনো এটা পক্ষৰ পৰাই চুক্তি স্বাক্ষৰকাৰী নেতাগৰাকীয়ে আমন্ত্ৰণ লাভ নকৰিলে । যাৰ বাবে বড়োৰ নেতৃত্বত থকা প্ৰায় পাঁচ শতাধিক প্ৰাক্তন এনডিএফবি কেডাৰসকল ক্ষোভিত হৈ পৰিছে ।”

ইফালে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ বাবে চৰকৰে গ্ৰহণ কৰা আচনি সন্দৰ্ভতো আজিৰ সংবাদমেলত উল্লেখ কৰি নেতাগৰাকীয়ে কয়, “চৰকাৰখনে ৪০৩৬ গৰাকী প্ৰাক্তন এনডিএফবি কেডাৰৰ বাবে ১৬০ কোটি টকীয়া যি এক আঁচনি হাতত লৈছে, তাত বহুতো খেলি-মেলি দেখা গৈছে । কিয়নো প্ৰকৃততে ৪০৩৬ গৰাকী কেডাৰৰ তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে বা কৰ্তন হৈছে সেয়া চৰকাৰখনে ৰাজহুৱা কৰা নাই । যিহেতু এনডিএফবি সংগঠন ভংগ হোৱাৰ পূৰ্বে সংগঠনটো চাৰিটা গোটত বিভক্ত আছিল, সেয়েহে প্ৰতিটো গোটৰ নেতৃত্বৰ হাতত প্ৰাক্তন কেডাৰসকলৰ নাম থকাটো বাঞ্চনীয় । গতিকে আমাৰ গোটৰ নেতা ধীৰেণ বড়োৱে চৰকাৰৰ স’তে হোৱা আলোচনাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে, সেয়েহে চৰকাৰে কি ধৰণৰ আঁচনি লৈছে বা ১৬০ কোটি টকাটো কেনেদৰে ব্যয় কৰিব সেই বিষয়ে আমি এতিয়াও জ্ঞাত নহয় । আনহাতে আগন্তুক ২০ জুনৰ পৰা প্ৰাক্তন কেডাৰসকলক দক্ষতা বিকাশ সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ চিন্তা চৰ্চা চলিছে যদিও কেনে প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰশিক্ষণ অনুষ্ঠিত হ’ব সেই বিষয়ে আমি কোনো তথ্য লাভ কৰা নাই । অৱশ্যে পূৰ্বেও আমি যুদ্ধবিৰতি শিৱিৰত থকা সময়ছোৱাতো এনেধৰণৰ বহু প্ৰশিক্ষণ লৈছো । গতিকে বৰ্তমান প্ৰাক্তন কেডাৰসকলৰ বাবে পুনৰ ব্যয়বহুল প্ৰশিক্ষণৰ প্ৰয়োজন নাই ।”

ইফালে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, পূৰ্বে চৰকাৰৰ হাতত এনডিএফবিৰ চাৰিওটা গোটৰ মুঠ সদস্যৰ সংখ্যা চাৰি হেজাৰতকৈ কম আছিল । কিন্তু সংগঠন ভংগৰ পাছত চাৰিওটা গোটে পৃথকে পৃথকে দিয়া সদস্যৰ তালিকাত এই সংখ্যা চাৰি হেজাৰ অতিক্ৰম হৈছিল । কিন্তু চৰকাৰে কি তথ্যৰ ভিত্তিত কোন কেডাৰৰ নাম অন্তৰ্ভুক্ত কৰিছে অথবা কাৰ নাম কৰ্তন কৰিছে সেয়া বৰ্তমানলৈ জানিব পৰা নাই । বৰ্তমান বিটিআৰ চৰকাৰ চলাই থকা চুক্তি স্বাক্ষৰকাৰী নেতাসকলৰ এই বিষয়টোৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব থকা বাবেই ধীৰেণ বড়োৰ দৰে চুক্তি স্বাক্ষৰকাৰী নেতাএগৰাকীক এনে প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে ।

লগতে তেওঁ কয় যে, যদিহে আগন্তুক দিনত চৰকাৰৰ এনে সুবিধা তথা আঁচনিৰ পৰা প্ৰকৃত এনডিএফবি কেডাৰৰ নাম বাদ পৰে তেন্তে তেওঁলোক পুনৰ পূৰ্বৰ দৰে জংঘললৈ যোৱাৰ সম্ভাৱনা দেখা দিছে । গতিকে বিটিআৰ চুক্তি ৰূপায়ন তথা প্ৰাক্তন এনডিএফবিসকলৰ সংস্থাপনৰ ক্ষেত্ৰত যাতে কোনেও ৰাজনীতি নকৰে । সকলো চুক্তি স্বাক্ষৰকাৰীসকলক লগত লৈ যাতে ৰূপায়ন কৰে তাকেই আজিৰ সংবাদমেলযোগে সকলো পক্ষকে সঁকীয়াই দি প্ৰতিগৰাকী প্ৰাক্তন এনডিএফবিৰ নাম ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে প্ৰাক্তন এনডিএফবি নেতা-কৰ্মীসকলে‌ ।

আজিৰ সংবাদমেলত উপস্থিত থাকে মধ্য জ’নৰ ডেপুটী আৰ্মী চীফ বি. বিজাব, শোণিতপুৰ জিলা সমিতিৰ সভাপতি বি. বৈথুনৰ লগতে বহু কেইগৰাকী প্ৰাক্তন এনডিএফবি কৰ্মী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: NDFB
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d