Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘দৈনিক অগ্ৰদূত’ৰ বাতৰিৰ প্ৰভাৱ, ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কল্পনা কলিতালৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫০ হেজাৰ টকাৰ চেক প্ৰদান নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ

publisher by publisher
June 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
‘দৈনিক অগ্ৰদূত’ৰ বাতৰিৰ প্ৰভাৱ, ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ কল্পনা কলিতালৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫০ হেজাৰ টকাৰ চেক প্ৰদান নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

“আৰ্থিক সমস্যাত জৰ্জৰিত পিতৃহীন কল্পনা কলিতা” শীৰ্ষক বাতৰিটো দুই জুনত বিস্তাৰিতভাৱে “দৈনিক অগ্ৰদূত” প্ৰকাশ পোৱাত ৰাজ্য চৰকাৰৰ মুখ‍্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ হৈছিল । লগে লগে মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা ৫০ হেজাৰ টকাৰ চেক এখন মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰে । আজি নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ কঞাকুছি গাঁৱৰ কল্পনা কলিতাৰ ঘৰত উপস্থিত হৈ একালীন সাহাৰ্যৰ চেকখন প্ৰদান কৰে ।

ADVERTISEMENT

উল্লেখ‍্য যে ক্ৰীড়াকে জীৱনৰ ব্ৰত বুলি ভবা, কল্পনা কলিতাৰ ঘৰ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঞাঁকুছি গাঁৱত । যিটো সময়ত গ্ৰাম্যাঞ্চলত মহিলাই খেল খেলাটো একপ্ৰকাৰ দুৰুহ কাম আছিল ঠিক সেই সময়তে নিজৰ সাহস আৰু একাগ্ৰতাৰ জড়িয়তে ভলীবল খেলি প্ৰতিস্থিত হ’ব পৰাটো কম ডাঙৰ কথা নহয় । কিন্তু ইয়াকে সহজ কৰি দেখাইছে কল্পনা কলিতাই ।

পূৱ নলবাৰী ক’চিং চেণ্টাৰৰ নিয়মীয়া ভলীবল খেলুৱৈ কল্পনাৰ জন্ম হৈছিল ১৯৯৫ত । দেউতাক প্ৰয়াত ধৰ্ম কলিতাই দিন-হাজিৰা কৰি ঘৰখন চলাই আছিল যদিও ২০২০ত হঠাৎ দেউতাকৰ মৃত্যু হোৱাত ঘৰখনৰ আলৈ-আঠানি নোহোৱা হয় । মাক যামিনী কলিতাই প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনী কাম কৰি পোৱা টকা কেইটাৰে ঘৰখনৰ জোৰা মাৰিবলৈ টান । সেয়ে কল্পনাই ভুঁই ৰোৱা, ধান কটা, গাখীৰ বিক্ৰী কৰা, হাঁহ কুকুৰা ইত্যাদি পালন কৰি আজিও ঘৰৰ দায়িত্ব পালন কৰি আহিছে ।

২০০৯ৰ পৰা ভলীবলৰ প্ৰশিক্ষণ আৰম্ভ কৰা কল্পনাই ২০১০ত সৰুসজাইত অনুষ্ঠিত হৈ যোৱা আন্তঃজিলা মিনি ভলীবল প্ৰতিযোগিতাত নলবাৰী জিলা দলক প্ৰতিনিধিত্ব কৰি ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰে । ইয়াৰ পাছত তেওঁ জিলা তথা ৰাজ্যিক দলৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ ৰূপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হয় ।

আন্তঃজিলা ভলীবল প্ৰতিযোগিতাত জুনিয়ৰত দুবাৰ আৰু চিনিয়ৰত এবাৰ চূড়ান্ত বিজয়ী হোৱা জিলা দলটোৰ অন্যতম সদস্য হৈ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল কল্পনা কলিতাই আৰু ইয়াৰ সুবাদতে ২০১০ত মধ্যপ্ৰদেশত অনুষ্ঠিত হৈ যোৱা মিনি নেচনেল, ২০১৪ৰ ৮-১৪ জানুৱাৰীলৈ দেহৰাডুনত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেল, ২০১৪ৰ ২৩-২৮ ডিচেম্বৰত চণ্ডিগঢ়ত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেল, ২০১৬ৰ ২৪-৩০ ডিচেম্বৰত চেন্নাইত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ নেচনেল আৰু ২০১৯ৰ ২৫ ডিচেম্বৰৰ পৰা দুই জানুৱাৰীলৈ ভূৱনেশ্বৰৰ উৰিষ্যাত অনুষ্ঠিত হৈ যোৱা চিনিয়ৰ নেচনেল ভলীবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে ।

পাঁচবাৰকৈ অসম দলক প্ৰতিনিধিত্ব কৰা কল্পনাৰ জীৱনলৈ এতিয়া নামি আহিছে চৰম বিপৰ্যয় । খোৱা-লোৱাকে আদি কৰি বিভিন্ন সমস্যাত ভুগিছে কল্পনাই । তেওঁৰ মনৰ ভিতৰত থকা খেলুৱৈৰ যুঁজাৰু মনটোৱে কিন্তু কেতিয়াও হাৰ মনা নাই । সকলো কাম-কাজ কৰিও সময় মতে খেলপথাৰত উপস্থিত হোৱাটো কল্পনাই নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলিয়েই বিবেচনা কৰি আহিছে । ইয়াৰ বাবে পূৱ নলবাৰী ক’চিং চেণ্টাৰৰ সভাপতি দীপক কুমাৰ দাস, সম্পাদক হিতেশ দাস মুখ্য প্ৰশিক্ষক গনেশ শৰ্মাৰ নাম তেওঁ অকপটে স্বীকাৰ কৰে ।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈগৰাকীৰ এনে হোৱাটো সঁচাকৈয়ে দূৰ্ভাগ্যজনক । ৰাজ্যপালে মহিলা ভলীবলৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে আঁচনি প্ৰস্তুত কৰি জিলাই জিলাই ক্ৰীড়া সামগ্ৰী বিতৰণ কৰিছে । ই এক শুভ লক্ষণ । ইয়াৰ লগে লগে প্ৰতিভাৱান মহিলা খেলুৱৈৰ বাবে জীৱন-জীৱিকাৰ পথটো বিবেচনা কৰাৰ বাবে ৰাজ্যপাল তথা অসম চৰকাৰক ক্ৰীড়াপ্ৰেমী ৰাইজে বিনম্ৰতাৰে অনুৰোধ জনাইছে । তেতিয়াহে অসমত মহিলা ভলীবলৰ উত্তৰণ হোৱাৰ লগতে খেলুৱৈসকলে সন্মান সহকাৰে জীয়াই থাকিব । অন্যথা বৰ্তমান সময়ত খেলুৱৈসকলে চাহ দোকান, পান দোকান বা দিন-হাজিৰাৰে জীৱন-নিৰ্বাহ কৰাৰ দৰে হ’ব খেলুৱৈৰ অৱস্থা ।

সংশ্লিষ্ট বাতৰিটো ‘দৈনিক অগ্ৰদূত’ কাকতত প্ৰকাশ হোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে অতি গুৰুত্ব সহাকাৰে লৈ মুখ্য সাহাৰ্য পুঁজিৰ জৰিয়তে ৫০ টকা চে’ক এখন নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱা হাতত দিয়ে । বিধায়ক জয়ন্ত মল্ল বৰুৱাই আজি কল্পনা কলিতাক চে’ক প্ৰদান কৰি সংবাদ মাধ্যমৰ আগত কয় যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰু সৰু সংবাদৰ ওপৰতো গুৰুত্ব দিয়ে । সেয়ে আজি কল্পনা কলিতাই এই সাহাৰ্য পাবলৈ সক্ষম হ’ল বুলি সদৰী কৰে । লগতে বিধায়কগৰাকীয়ে আগন্তুক দিনত ক্ৰীড়া ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাসকলক আৰক্ষীত নিয়ুক্তি দিব বুলি মন্তব্য কৰে ।

বিধায়কগৰাকীৰ আজি এই চেক প্ৰদান অনুষ্ঠানত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, মহিলা মৰ্চা সভানেত্ৰী মনিকা ভৰালী, বিজেপি নেতা বুবুল দাস, নন্দলাল চৰকাৰ, অঞ্জন ডেকা, কুলদ্বীপ কলিতা, ক্ৰীড়া সংগঠক দীপক কুমাৰ দাস আদিয়ে উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaJayanta Malla BaruahKalpana Kalita
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d