Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দ্বিতীয় ঢৌত ডিব্ৰুগড়ত পঞ্চমটি শিশুৰ মৃত্যু, তেজপুৰত আক্ৰান্ত ২৫৯

ৰাজ্যত উদ্বেগজনকভাৱে কৰ'নাত আক্ৰান্ত শিশু

publisher by publisher
June 28, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
দ্বিতীয় ঢৌত ডিব্ৰুগড়ত পঞ্চমটি শিশুৰ মৃত্যু, তেজপুৰত আক্ৰান্ত ২৫৯
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

কৰ’নাৰ তৃতীয় ঢৌৱে শিশুসকলক অধিক আক্ৰান্ত কৰিব বুলি বাতৰি প্ৰকাশিত হৈ থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন জিলাত উদ্বেগজনকভাৱে বুজনসংখ্যক শিশু আক্ৰান্ত হৈছে । কে’বাটি শিশুৰ মৃত্যু‌ও হৈছে । ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ’নাত আক্ৰান্ত পঞ্চমটো শিশুৰ আজি মৃত্যু হয় । আনহাতে, শোণিতপুৰত দ্বিতীয় ঢৌত ২৫৯টা শিশু আক্ৰান্ত হোৱাৰ বিপৰীতে নগাঁৱত মাত্ৰ ১৩ দিনতে ২৭২টা শিশু আক্ৰান্ত হৈছে ।

ADVERTISEMENT

উল্লেখ্য যে ক’ভিডৰ দ্বিতীয় ঢৌত নগাঁও জিলাত প্ৰায় তিনিশ শিশু আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । জিলাখনত ক’ভিড আক্ৰান্ত হোৱা এই শিশুসকলৰ বয়স ছয় মাহৰ পৰা ১৩ বছৰ বয়সৰ ভিতৰৰ । জিলাখনত অতি উদ্বেগজনকভাৱে ক’ভিডত আক্ৰান্তৰ শিশুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰাত ৰাইজ শংকিত হৈছে । চিন্তিত হৈছে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ।

কালি নগাঁৱৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰে সাংবাদিকক কয়, ‘যোৱা ১৪ জুনৰ পৰা কালি পৰ্যন্ত জিলাখনত ২৭২টা শিশু ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ তথ্য আমাৰ হাতত আছে । ইয়াৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ক’ভিড কেয়াৰ চেণ্টাৰত ১৬টা শিশু আৰু নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসায়ৰ ক’ভিড-১৯ হাস্পতালত পাঁচটা শিশু চিকিৎসাধীন হৈ আছে । বাকী ২৫১টা আক্ৰান্ত শিশু ইতিমধ্যে সুস্থ হোৱাত তেওঁলোকক চিকিৎসালয় অথবা ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা অব্যাহতি দিয়া হৈছে । সুস্থ হৈ আটায়ে ঘৰলৈ উভতি গৈছে ।’

অধিকাংশ শিশুৱেই মাকৰ জৰিয়তে ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি সদৰী কৰি যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পাটৰে আৰু কয়, ‘আচলতে মাকসকলৰ পৰাই অধিকাংশ শিশুৱেই ক’ভিডত আক্ৰান্ত হৈছে । যিসকল মাক ক’ভিডত আক্ৰান্ত হৈছে তেওঁলোকৰ বেছিভাগৰেই গাখীৰ খাই থকা শিশু আছে । কেতিয়াবা মাকসকলৰ অসাৱধানতাৰ বাবেই, মাস্ক পৰিধান নকৰাকৈয়ে শিশুক গাখীৰ খুওৱাৰ ফলতেই হয়তো মাকৰ জৰিয়তে শিশুসকল সংক্ৰমিত হৈছে । তেনেকৈ সংক্ৰমণ হোৱাটো স্বাভাৱিক ।আমাৰ জিলাখনত ক’ভিডত আক্ৰান্ত শিশুসকলৰ বয়স ছমাহ-এবছৰৰ পৰা সাত, আঠ বছৰৰ পৰা ১২-১৩ বছৰ বয়সৰ । আমাৰ জিলাত শিশু বিশেষজ্ঞ আছে । তেওঁলোকে মাজে সময়ে আহি শিশুসকলক চোৱা-চিতা কৰিছে । এটাই ভাল কথা যে এই আক্ৰান্ত শিশুসকলৰ কোনো জটিলতাই দেখা দিয়া নাই । এই শিশুসকলৰ ক্ষেত্ৰত শ্বাস-প্ৰশ্বাসজনিত কোনো সমস্যা আমি দেখা পোৱা নাই । আক্ৰান্ত অধিকাংশ শিশুৱেই সুস্থ হৈ ঘৰলৈ উভতি গৈছে ।’ এই শিশুসকলৰ ক্ষেত্ৰতো ক’ভিডৰ লক্ষণ হিচাপে চৰ্দি, জ্বৰ, কাঁহ আদি হোৱা বুলিও ডাঃ পাটৰে কয় ।

নগাঁও জিলাত ক’ভিডৰ তৃতীয় লহৰ আৰম্ভ হৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ডাঃ পাটৰে কয়, ‘এয়া ক’ভিডৰ তৃতীয় ঢৌ বুলি এতিয়ালৈকে আমি কোৱা নাই । এতিয়ালৈকে তৃতীয় ঢৌ অহা বুলি আমি ক’ব পৰা হোৱা নাই । আমি তেনে আশাও কৰা নাই । দ্বিতীয় ঢৌৱেই জিলাখন ক্ষতিগ্ৰস্ত কৰিছে । দ্বিতীয় ঢৌৰ পৰাই আমি নগাঁও জিলা এতিয়াও মুক্ত হ’ব পৰা নাই । ইয়াৰ ভিতৰত তৃতীয় ঢৌৰ কথা ভাবিবলৈ গ’লে সাংঘাতিক হ’ব । জিলাখনত ক’ভিডৰ দ্বিতীয় ঢৌতে বহুলোক আক্ৰান্ত হৈছে । এতিয়াও প্ৰতিদিনে শতাধিক লোক ক’ভিডত আক্ৰান্ত হৈয়েই আছে । সেইটোৱেই আমাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ আছে । তথাপি আমি স্বাস্থ্য বিভাগ সাজু হৈ আছো ।’

দিব্যাংগ শিশুৰ বাবে বিশেষ সমিতি ও শােণিতপুৰত দ্বিতীয়টো টৌত আক্রান্ত ২৫৯ শিশু

ইপিনে, শােণিতপুৰক কৰ’না সংক্ৰমণৰ ক্ষেত্ৰত ব্লু জ’ন হিচাপে চিহ্নিত কৰিলেও জিলাখনত এই পর্যন্ত বহুসংখ্যক শিশু আৰু কিশােৰ কৰ’নাত আক্ৰান্ত হৈছে। কৰ’নাৰ দ্বিতীয় টৌত শােণিতপুৰত এই পর্যন্ত মুঠ ২৫৯ টা শিশু আৰু কিশােৰ আক্ৰান্ত হৈছে। শােণিতপুৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ জে আহমেদে প্রকাশ কৰা তথ্য অনুসৰি, এই আক্রান্ত শিশুসকলৰ ভিতৰত দুমহীয়া শিশুও আছে। অৱশ্যে আক্রান্ত শিশুসকলৰ ভিতৰত যােৱা ১৫ জুনত তেজপুৰৰ নিকটৱর্তী গুডামঘাটৰ তাইজুল ইছলাম নামৰ দুমাহ নদিন বয়সৰ শিশুটিৰ মৃত্যু ঘটাৰ বাহিৰে বর্তমান একাংশৰ চিকিৎসা অব্যাহত আছে। বাকীসকল সুস্থ হৈ উঠিছে।

কৰ’নাৰ দ্বিতীয়টো ঢৌত জিলাখনত বহুসংখ্যক শিশু সংক্রমিত হােৱাক লৈ চর্চা অব্যাহত থকাৰ সময়তে শনিবাৰে তেজপুৰৰ বনােৱা নগৰত থকা মিছনেৰী এফ ছেৰিটীৰ কৰুণালয় শিশু ভৱনত ১১ জন দিব্যাংগ শিশু তথা কিশােৰ আক্রান্ত হয় কৰ’নাত। এইসকলৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে কৰ’নাত আক্রান্ত পৰিচৰ্যাকাৰীসকলকো তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা প্রদান কৰি থকা হৈছে। ইপিনে, শােণিতপুৰ জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক আহমেদে এই সন্দৰ্ভত আৰু কয় যে ইতিমধ্যে কৰ’নাত আক্রান্ত কৰুণালয় শিশু ভৱনৰ কৰ্মচাৰীৰ পৰাই দিব্যাংগসকললৈ সংক্ৰমণৰ আশংকা কৰা হৈছে।

আনহাতে, তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ কৰুণা হাজৰিকাই চিকিৎসাধীন ১১ গৰাকী দিব্যাংগৰ চিকিৎসাৰ বাবে ক’ভিড ৱাৰ্ডত নিয়ােজিত চিকিৎসকৰ উপৰি এগৰাকী শিশু বিশেষজ্ঞ, এগৰাকী অস্থি ৰােগ বিশেষজ্ঞ আৰু এগৰাকী ঔষধ বিশেষজ্ঞক লৈ এখন বিশেষ চিকিৎসা সমিতি গঠন কৰি দিছে বুলি জনাইছে। আনহাতে, শােণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্র দাসে কৰনাত আক্রান্ত দিব্যাংগ শিশুসকলৰ প্ৰয়ােজনীয় চিকিৎসা ব্যৱস্থা তদাৰকৰ বাবে শােণিতপুৰৰ স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালকক নিদের্শ দিছে বুলি উপায়ুক্তই সদৰী কৰিছে।

অসম চিকিৎসা মহাবিদ্যালয়ত পঞ্চমটো শিশুৰ মৃত্যু কৰ’নাত

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিডত পুনৰ শিশুৰ মৃত্যু হয়। ক’ভিড আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা ১১ মহীয়া শিশুটিৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ শিশুটি অধিক জুৰত আক্রান্ত হােৱাৰ লগতে উশাহ-নিশাহ লােৱাত অসুবিধা হােৱাৰ বাবে শনিবাৰে চিকিৎসালয়লৈ আনিছিল। আনহাতে, অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড় পৰীক্ষাত কৰ’নাত আক্রান্ত হােৱাৰ কথা পােহৰলৈ আহে। শিশুটিক লগে লগে চিকিৎসা কৰা হৈছিল যদিও এদিনৰ পাছতে অর্থাৎ আজি মৃত্যু হয় শিশুটিৰ। ইতিমধ্যে যােৱা দুই জুনৰ পৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে পাঁচটিকৈ শিশুৰ।

যােৱা দুই জুনত মৃত্যু হৈছিল মাত্র ৩৭ দিনীয়া এটি কন্যা শিশুৰ। পুনৰ যােৱা ন জুনত ৩৪ দিনীয়া এটি কন্যা শিশুৰ মৃত্যু হয়। আনহাতে, ১৭ জুনত এটি আঠ বছৰীয়া শিশুৰ মৃত্যু হােৱাৰ লগতে ১৯ জুনত পুনৰ চিকিৎসাধীন অৱস্থাত পাঁচ মহীয়া এটি শিশুৰ মৃত্যু হৈছিল। সমগ্র দেশতে ক’ভিডৰ তৃতীয়টো টৌত বিশেষকৈ শিশুসকল অধিক আক্রান্ত হ’ব বুলি আশংকা কৰি অহাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ত ইটোৰ পাছত সিটো শিশু ক’ভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ঘটনাই চিকিৎসা মহাবিদ্যালয় কর্তৃপক্ষক জোকাৰি গৈছে। আনহাতে, বর্তমানেও চিকিৎসা মহাবিদ্যালয়ত কে’বাটাও শিশু চিকিৎসাধীন হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamAtul PatarCovid-19
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d