Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

৬৫ উর্ধ্বৰ তুলনাত ৫০ অনূর্ধ্বৰ মাজত ক’ভিডত মৃত্যুৰ হাৰ অধিক

publisher by publisher
June 29, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
৬৫ উর্ধ্বৰ তুলনাত ৫০ অনূর্ধ্বৰ মাজত ক’ভিডত মৃত্যুৰ হাৰ অধিক
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীৰ চিকিৎসালয়ত হঠাতে বাঢ়িছে ৰোগীৰ সংখ্যাঃ এইম্‌ৰ চিকিৎসকে কি ক’লে?

ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ, দিল্লী এইমছত অগ্নিকাণ্ড!

50 crore dowry demanded from bride: কইনাক ৫০ কোটিৰ যৌতুক দাবী এইম্‌ৰ শীৰ্ষ স্থানপ্রাপ্তৰ

বহুতে ধাৰণা কৰাৰ দৰে ক’ভিড-১৯ত ভাৰতত বয়ােজ্যেষ্ঠ নাগৰিকৰ অধিক প্রাণহানি ঘটা নাই। বঞ্চ তুলনামূলকভাৱে তৰুণ প্রজন্মৰ মাজতহে কৰ’নাত মৃত্যুৰ হাৰ অধিক হৈছে। এই তথ্য প্রকাশ পালে অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ) দিল্লীৰ চিকিৎসক-গৱেষকে চলােৱা এক সমীক্ষামূলক অধ্যয়নত।

ADVERTISEMENT

এই অধ্যয়নৰ তথ্য অনুসৰি, ৬৫ বছৰ ঊর্ধ্বৰ বয়সৰ লােকৰ তুলনাত ভাৰতত ৫০ অনুর্ধ্ব বয়সৰ ক’ভিড ৰােগীৰ মাজত মৃত্যুৰ হাৰ অধিক হৈছে। এইমছ দিল্লীৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়া, এইছ ট্রমা চেণ্টাৰৰ মুৰব্বী ডাঃ ৰাজেশ মালহােত্রা আৰু আন কে’বাজনাে বিশেষজ্ঞই চলােৱা এই সমীক্ষামূলক অধ্যয়নৰ প্রতিবেদন ইণ্ডিয়ান জাৰ্ণেল অৱ ক্রিটিকেল কেয়াৰ মেডিচিনত প্ৰকাশ পাইছে।

২০২০ৰ চাৰি এপ্রিলৰ পৰা ২৪ জুলাইৰ সময়ছােৱাত চিকিৎসাধীন হােৱা প্রাপ্তবয়স্ক ক’ভিড ৰােগীৰ মৃত্যুৰ তথ্য বিশ্লেষণ কৰি এইছৰ গৱেষকৰ দলটোৱে অধ্যয়নটো চলাইছিল। ভাৰতৰ ক’ভিড চেণ্টাৰসমূহত চিকিৎসাধীন ক’ভিড ৰােগীৰ মৃত্যুৰ কাৰণ বিশ্লেষণ কৰাৰ লক্ষ্যৰে ডাঃ গুলেৰিয়াৰ নেতৃত্বত অধ্যয়নটো সম্পন্ন কৰা হৈছিল।

এই সময়ছােৱাত মুঠ ৬৫৪ জন প্রাপ্তবয়স্ক ক’ভিড ৰােগীক আই চি ইউত ভর্তি কৰােৱা হৈছিল আৰু এইসকল ৰােগীৰ ২৪৭ জনৰ মৃত্যু হৈছিল। আই চি ইউত মৃত্যু হােৱা ৰােগীৰ মৃত্যুৰ হাৰ আছিল ৩৭.৭ শতাংশ। এইদৰে মৃত্যুমুখত পৰা ক’ভিড ৰােগীসকলক বয়স অনুসৰি, তিনিটা ভাগত ক্রমে ১৮-৫০ বছৰ, ৫১-৬৫ বছৰ আৰু ৬৫ ঊর্ধ্বৰ শ্ৰেণীত বিভক্ত কৰা হৈছিল।

ক’ভিডত উক্ত সময়ছােৱাত দেশত মৃত্যু হােৱা ৰােগীসকলৰ ৪২.১ শতাংশৰ বয়স আছিল ১৮-৫০ বছৰৰ ভিতৰত। আনহাতে, ৩৪.৮ শতাংশ মৃতকৰ বয়স ৫১-৬৫ বছৰৰ ভিতৰত আছিল। আনহাতে, ২৩.১ শতাংশ ক’ভিডত মৃত্যু হােৱা লােকৰ বয়সহে ৬৫ৰ ঊর্ধ্বৰ আছিল।

ক’ভিডত মৃত্যু ঘটা লােকসকলৰ সৰহসংখ্যকৰে উচ্চ ৰক্তচাপ, মধুমেহ, বৃক্ক ৰােগৰ লগতে জ্বৰ, কাহ আৰু শ্বাসকষ্টৰ সমস্যা আছিল। আই চি ইউত মৃত্যু হােৱা ৰােগীৰ সন্দৰ্ভত সকলাে তথ্যপাতি এই অধ্যয়নত বিশেষজ্ঞৰ দলটোৱে বৈদ্যুতিন সংবাদ মাধ্যমৰ প্রতিবেদন, ৰােগীৰ দৈনিক স্বাস্থ্যৰ প্রতিবেদন আৰু নাৰ্ছৰ টোকাৰ পৰা সংগ্রহ কৰিছিল।

একেটা প্রতিবেদনতে উল্লেখ কৰা মতে, ২০২০ৰ চাৰি এপ্রিলৰ পৰা ২৪ জুলাইৰ সময়ছােৱাত দেশত মুঠ ৪৬ জন শিশু আই চি ইউত ক’ভিড সংক্ৰমণৰ কাৰণত ভর্তি কৰােৱা হৈছিল আৰু এইসকল শিশু ক’ভিড ৰােগীৰ ছজনৰ মৃত্যু হৈছিল। শিশুসকলৰ মাজত ক’ভিডত দেশত আই চি ইউত হােৱা মৃত্যুৰ হাৰ আছিল ১৩ শতাংশ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIIMSCORONAVIRUSRajesh Malhotra
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d