Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ

    Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

    Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

    Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দ্বিতীয় টৌত অসমৰ ১৮ৰ অনূর্ধ্বৰ সংক্রমণ বৃদ্ধি পালে ৯৬.৬৭ শতাংশ

publisher by publisher
June 30, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
দ্বিতীয় টৌত অসমৰ ১৮ৰ অনূর্ধ্বৰ সংক্রমণ বৃদ্ধি পালে ৯৬.৬৭ শতাংশ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

সমগ্র দেশজুৰি ক’ভিডৰ সংক্রমণ হ্রাস পাবলৈ ধৰাৰ সময়তে অসমত ভয়াৱহ তথ্য প্রকাশিত হৈছে। ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমে প্রকাশ কৰা তথ্য অনুসৰি ক’ভিডৰ দ্বিতীয় টৌত যােৱা এক এপ্রিলৰ পৰা ২৬ জুনলৈ ৰাজ্যত দুই লাখ ৮০ হেজাৰ ৫০৪জন আক্ৰান্ত হৈছে।

ADVERTISEMENT

ইয়াৰে ১৮ বছৰৰ তলৰ আক্ৰান্তৰ সংখ্যা ৩৪,৬০৬জন। উদ্বেগজনকভাৱে ক’ভিড অতিমাৰীৰ প্রথম ঢৌতকৈ দ্বিতীয় টৌত ৰাজ্যত ১৮ বছৰ অনূর্ধ্বৰ শিশু আৰু কিশােৰ-কিশােৰীৰ সংক্রমণ হাৰ ৯৬.৬৭ শতাংশ বৃদ্ধি পাইছে। অথচ ৰাজ্যত মুঠ সংক্রমণৰ হাৰৰ বৃদ্ধিৰ পৰিমাণ ২৭.৩১ শতাংশ।

ৰাজ্যখনত ১৮ বছৰ অনূর্ধ্বৰ মৃত্যুৰ সংখ্যাও তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত ৫৫ শতাংশই শূন্যৰ পৰা পাঁচ বছৰ বয়সৰ ভিতৰৰ কণমানি শিশু। কৰ’নাৰ ভয়াৱহ ডেল্টা প্লাছ প্রজাতিয়ে দেশত ইতিমধ্যে আতংক সৃষ্টি কৰাৰ সময়তে আৰু ইয়াৰ দ্বাৰা ক’ভিডৰ তৃতীয় ঢৌৰ সম্ভাব্য আগমনৰ আগমুহূর্তত এই তথ্যই ৰাজ্যলৈ শংকাৰ বতৰা কঢ়িয়াইছে।

বিশেষজ্ঞসকলৰ মতে, দ্বিতীয় ঢৌৰ ডেল্টা প্রজাতিতকৈ সম্ভাব্য তৃতীয় ঢৌৰ ডেল্টা প্লাছ প্রজাতিয়ে শিশু অধিক ৰূপত সংক্রমিত কৰিব পাৰে। মনকৰিবলগীয়া যে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে এপ্রিল আৰু মে’ত সংগ্রহ কৰা নমুনা পৰীক্ষাত ৬৭ শতাংশ ডেল্টা প্ৰজাতিৰ উপস্থিতিৰ তথ্য লাভ কৰা হৈছে।

ৰাষ্ট্রীয় স্বাস্থ্য মিছন অসমে প্রকাশ কৰা তথ্য অনুসৰি ৰাজ্যত প্রথম টৌত শূন্যৰ পৰা ১৮ বছৰ বয়সৰ সংক্রমিতৰ সংখ্যা আছিল ১৭,৪৫৭ আৰু দ্বিতীয় টৌত ৩৪,৩৩৩জনলৈ বৃদ্ধি পালে। ইয়াৰে ভিতৰত ৩,০১৪টা শিশু আৰু ১৪,৪৪৩টা ছয়ৰ পৰা ১৮ বছৰ বয়সৰ নাবালক তথা কিশােৰ-কিশােৰী।

২০২০ ৩১ মার্চত ক’ভিডৰ প্ৰথম ঢৌ আৰম্ভ হােৱাৰ পৰা ২০২১ মার্চলৈ প্রথম টৌৰ এই তথ্য প্রকাশ কৰা হৈছে। ইপিনে, দ্বিতীয় টৌত অর্থাৎ ২০২১ৰ এক এপ্রিলৰ পৰা ২৫ জুনলৈ উপলব্ধ তথ্য অনুসৰি দ্বিতীয় টৌত এই সংখ্যা বৃদ্ধি হৈ ৫,৭৭৮টা শিশু (০-৫) আৰু ১৮ বছৰৰ তলৰ বাকী ২৮,৫৫৫জন সংক্রমিত হৈছে।

অর্থাৎ শূন্যৰ পৰা পাঁচ বছৰলৈ শিশুৰ ক্ষেত্ৰত প্রথম ঢৌৰ পৰা দ্বিতীয় টৌলৈ সংক্রমণ বৃদ্ধিৰ হাৰ ৯১.৭০ শতাংশ আৰু ছয়ৰ পৰা ১৮ বছৰ বয়সকালৰ ভিতৰত সংক্ৰমণৰ বৃদ্ধিৰ হাৰ ৯৭.৭১ শতাংশ। একে সময়তে শিশুৰ মৃত্যুৰ তথ্যও অত্যন্ত উদ্বেগজনক। প্রথমটো ঢৌ মাত্র তিনিটা শিশুৰ মৃত্যু হােৱাৰ বিপৰীতে দ্বিতীয় টৌত এই পৰিসংখ্যা ছগুণ বৃদ্ধি হৈছে।

দ্বিতীয় ঢৌৱে ১৯টা শিশুৰ জীৱন কাঢ়ি নিলে। ইপিনে, ছয়ৰ পৰা ১৮ বছৰ বয়সকালৰ ভিতৰত প্ৰথম টৌত মৃত্যুৰ সংখ্যা আছিল ছটা আৰু দ্বিতীয় টৌত এই সংখ্যা এই পর্যন্ত ১৫টা হৈছে অর্থাৎ দুগুণ বৃদ্ধি পাইছে। মনকৰিবলগীয়া যে এতিয়ালৈ দ্বিতীয় টৌ অব্যাহত আছে।

১৮ বছৰ তলৰ শিশু-কিশােৰ সংক্রমিত হােৱাৰ ক্ষেত্ৰত হটস্পটৰূপে চিহ্নিত হােৱা জিলাকেইখন হৈছে কামৰূপ মহানগৰ, ডিব্ৰুগড়, নগাঁও, কামৰূপ গ্রাম্য আৰু শােণিতপুৰ জিলা। এই মর্মে কামৰূপ মহানগৰত সর্বাধিক ৫,৩৪৬টা শিশু আক্রান্ত হৈছে।

জিলাখনত মুঠ আক্রান্তৰ সংখ্যা হৈছে ৫৩,২৫১জন। অর্থাৎ ইয়াৰে ১০.০৪ শতাংশ ১৮ বছৰ বয়সৰ তলৰ। দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা। জিলাখনত মুঠ ১৯,৯৩৭জন আক্রান্ত হােৱাৰ বিপৰীতে ইয়াৰে ভিতৰত ১২.১৯ শতাংশ অর্থাৎ ২,৪৩০টা শিশু-কিশােৰ।

তৃতীয় স্থানৰ নগাঁও জিলাত মুঠ ১৫,৯১০জন আক্রান্তৰ ভিতৰত ১৪.৩৮ শতাংশ অর্থাৎ ২,২৮৮টা শিশু-কিশােৰ। কামৰূপ গ্রাম্য জিলাত শিশুৰ আক্ৰান্তৰ সংখ্যা ২,০২৩টা। জিলাখনৰ মুঠ ১৭,২১৬জন ক’ভিড সংক্ৰমণৰ ১১.৭৫ শতাংশ। শােণিতপুৰত মুঠ ১,৮৩৯টা ক’ভিড আক্রান্ত শিশুৰ তথ্য প্রকাশিত হৈছে।

জিলাখনৰ মুঠ ১৩,২৩৯জন আক্রান্তৰ ভিতৰত ১৩.৮৯ শতাংশ শিশু-কিশােৰ। এক এপ্রিলৰ পৰা ২৬ জুনলৈ চলিত বৰ্ষত দ্বিতীয় টৌত শূন্যৰ পৰা ১৮ বছৰৰ ভিতৰৰ আক্ৰান্তৰ মৃত্যুৰ সংখ্যা ৩৪টা। ইয়াৰ অধিকাংশই ৰােগ যেনে হৃদপিণ্ড, যকৃত আদিৰ দৰে জটিল ৰােগত আক্রান্ত আছিল।

মৃতসকলৰ ভিতৰত পাঁচ বছৰৰ তলৰ শিশুসকল বিশেষকৈ জটিল ৰােগত আক্রান্ত আছিল। দ্বিতীয় টৌত অধিক পৰিমাণে শিশু আক্রান্ত হােৱাৰ কাৰণ ব্যাখ্যা কৰি ৰাষ্ট্রীয় স্বাস্থ্য মিছনে কয় যে এইসকলে হােম আইছ’লেছনত থকা পিতৃ- মাতৃ অথবা পৰিয়ালৰ অন্যান্য সদস্যৰ দ্বাৰা সংক্রমিত হৈছে।

স্কুল-কলেজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত আন কোনাে মাধ্যমৰ জৰিয়তে শিশু-কিশােৰ আক্রান্ত হােৱাৰ সম্ভাৱনা তেনেই ক্ষীণ বুলি স্বাস্থ্য মিছনে কয়। ৰাষ্ট্রীয় স্বাস্থ্য মিছনে কয় যে তৃতীয় পর্যায়ৰ অব্যাহত থকা অসম সমূহীয়া নিৰীক্ষণ কার্যসূচীত দেখা গৈছে যে হােম আইছ’লেছনত থকা ক’ভিড পজিটিভ পিতৃ-মাতৃ, অভিভাৱকৰ সন্তান পৰৱর্তী পর্যায়ত ক’ভিড পজিটিভৰূপে চিনাক্ত হৈছে।

সেয়েহে এনে পিতৃ-মাতৃ তথা অভিভাৱক প্রতিষ্ঠানিক কোৱাৰেণ্টাইন ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ জৰিয়তে শিশুৰ মাজত ক’ভিড-১৯ৰ প্ৰসাৰ ৰােধ কৰিব পাৰে বুলি কোৱা হৈছে। প্রকাশিত তথ্য অনুসৰি ৰাজ্যৰ বিভিন্ন জিলাত কম-বেছি পৰিমাণে ১৮ৰ অনূর্ধ্বৰ শিশু-কিশােৰ ক’ভিড আক্রান্ত হৈছে।

ইপিনে, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ মুৰব্বী লক্ষ্মণনে কয়, “আমি যিটো সংখ্যা এতিয়া দেখিছাে সেয়া এদিনত বৃদ্ধি হােৱা নাই, প্রায় তিনিমাহৰ তথ্যৰ ভিত্তিত প্রকাশিত সংখ্যা। সাম্প্রতিক সময়ত দৈনিক সংক্রমণৰ ঘটনাৰ ভিতৰত ১০ৰ পৰা ১২ শতাংশ শিশু। ইয়াৰে সকলাে সংক্রমিত শিশু লক্ষণযুক্ত নহয়।

আমি ইতিমধ্যে উপলব্ধি কৰিছাে যে বহু শিশু নিজ গৃহত আছুতীয়াকৈ থকা ক’ভিড আক্রান্ত পিতৃ-মাতৃ অথবা অভিভাৱকৰ দ্বাৰা সংক্রমিত হৈছে। বর্তমান পৰিস্থিতিত আমি এই পৰামর্শ দিব বিচাৰাে যে যিসকল আক্রান্ত লােকৰ শিশু আছে তেওঁলােকে কেতিয়াও হােম আইছ’লেছনত থকা উচিত নহয়। যােৱা এক এপ্রিলৰ পৰা এই পর্যন্ত ৰাজ্যত দ্বিতীয় টৌ মুঠ আক্রান্তৰ ১২ শতাংশ শিশু বুলি তেওঁ দোহাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19
publisher

publisher

Related Posts

Middle east war:ইৰানৰ পৰা ‘অলৌকিক’ উপায়েৰে প্ৰাণৰক্ষা আমেৰিকান সেনা বিষয়াৰ
Crime

September 15, 2026
Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য
Assam

Jorhat Red Court Building:প্রথম দিন: আজি ৰঙা কোর্ট শূন্য

September 15, 2026
Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী
Assam

Yunuj Tamuli:নগাঁও লোকসভা উপ-নিৰ্বাচনৰ নিৰ্দলীয় প্ৰাৰ্থী হ’ব বিতৰ্কিত সংখ্যালঘু নেতা ইউনুছ তামুলী

September 15, 2026
Assam

September 15, 2026
Assam

September 15, 2026
Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ
Assam

Vegetable Wholesale Market in Kaliabar Chulung:আজিও নাই শীতল ভঁৰাল, প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল চুলুঙৰ পাইকাৰী বজাৰ

September 15, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d