Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

ছুইছ আল্পছত হিম গলনৰ ফলত সৃষ্টি হ’ল ১২০০টা জলাশয়

publisher by publisher
July 20, 2021
in News
Reading Time: 1 min read
0
ছুইছ আল্পছত হিম গলনৰ ফলত সৃষ্টি হ’ল ১২০০টা জলাশয়
4
SHARES
44
VIEWS
ShareShareShareShare

RelatedPosts

Global warming:বগা বৰফ হেৰুৱাই অন্ধকাৰ হৈছে পৃথিৱী !

জাৰৰ দিনতে পৰিৱেশ উষ্ণ হোৱাৰ পৰিণতি

Global warming:বাঢ়িছে দিন, হো-হোৱাই গলিছে বৰফ

গোলকীয় উষ্ণতাৰ প্ৰভাৱ পৰিছে ছুইছ আল্পছত ! সদ্য প্ৰকাশিত এক গৱেষণাত পোৱা গৈছে যে, ১৮৫০ৰ পৰা ২০১৬ পৰ্যন্ত হিমবাহৰ দ্ৰুত গলনৰ ফলত ছুইছ আল্পছৰ কাষত ১২০০টা জলাশয়ৰ সৃষ্টি হৈছে । ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ একোৱাটিক ছায়েন্স এণ্ড টেকন’লজিৰ গৱেষণা আজি প্ৰকাশিত হৈছে ।

ADVERTISEMENT

আৰম্ভণিতে গৱেষকসকলে ধাৰণা কৰিছিল যে, হিমবাহ গলনৰ ফলত উদ্ভূত জলাশয়ৰ সংখ্যা হয়তো শতকৰ ঘৰতে সীমাবদ্ধ থাকিব । কিন্তু এই সংখ্যাই হেজাৰো অতিক্ৰম কৰাত তেওঁলোক হতভম্ব হৈছে । গৱেষক দলটোৰ প্ৰধান ডেনিয়েৰ ওদাৰমেটে জনায়, বিগত এক দশকতে ১৮০টা জলাশয়ৰ সৃষ্টি হৈছে ।

ধাৰাবাহিকভাৱে ছুইছ আল্পছৰ হিমবাহ গলনৰ বিষয়টো দাঙি ধৰিছে ছুইছ একাডেমিক্স অৱ ছায়েন্সেও । তেওঁলোকৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক সমীক্ষাৰ ফলাফলত দেখা গৈছে, বিগত এবছৰতে হিমবাহৰ আয়তন দুই শতাংশ সংকুচিত হৈছে । এনেদৰেই হিমবাহ গলি থাকিলে পৰিস্থিতি যে কিমান ভয়ানক হ’ব তাকে ভাবি উদ্বিগ্ন হৈ পৰিছে পৰিৱেশবিদসকল । কাৰণ, হিমবাহ গলনৰ ফলত সমুদ্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে বহু উপকূলৱৰ্তী অঞ্চল আৰু দ্বীপ সমুদ্ৰত ডুব যাব ।

জুৰিখৰ ইটিএইচ টেকনিকেল ইউনিভাৰ্ছিটীৰ ২০১৯ৰ সমীক্ষাত পোৱা গৈছে, ২০১৫ৰ পেৰিছ চুক্তি মানি যদি উষ্ণতা বৃদ্ধিৰ হাৰ নিয়ন্ত্ৰণ কৰা হয়, তেতিয়াও অদূৰ ভবিষ্যতত আল্পাইন হিমবাহৰ দুই-তৃতীয়াংশ গলিব পাৰে ।

ছুইছ ফেডাৰেল ইনষ্টিটিউট অৱ একোৱাটিক ছায়েন্স এণ্ড টেকন’লজিৰ মূল্যায়ন অনুসৰি, ছুইছ আল্পছত হিমবাহ গলনৰ ফলত উদ্ভূত জলাশয়ৰ বিষয়টো ১৯৪৬ৰ পৰা ১৯৭৩ৰ ভিতৰত ব্যাপক বৃদ্ধি পাইছিল । সেই সময়ত প্ৰতি বছৰে গড়ে আঠটাকৈ জলাশয়ৰ সৃষ্টি হৈছিল । ইয়াৰ পাছত কিছু হ্ৰাস পায় । কিন্তু ২০০৬ৰ পৰা ২০১৬ৰ ভিতৰত গড়ে ১৮টাকৈ জলাশয় সৃষ্টি ‌হয় । এই সময়ছোৱাত অঞ্চলটোত বাৰ্ষিক জলস্তৰ বৃদ্ধি পাইছে চাৰিশ বৰ্গমিটাৰ ।

গৱেষক সংস্থাটোৱে সতৰ্ক কৰে যে, এনেদৰে এটাৰ পাছত এটা জলাশয় সৃষ্টি হৈ থাকিলে অনাগত দিনত অঞ্চলত বিপুল বন্যা হ’ব পাৰে । এনে হ’লে জনসাধাৰণ বিপদাপন্ন হ’ব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Global WarmingSwiss AlpsSwiss Federal Institute of Aquatic Science and Technology
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d