Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পেগাছাছ ক্ৰয় কৰাৰ সন্দৰ্ভত নিমাত কেন্দ্ৰ

publisher by publisher
August 17, 2021
in News
Reading Time: 1 min read
0
পেগাছাছ ক্ৰয় কৰাৰ সন্দৰ্ভত নিমাত কেন্দ্ৰ
4
SHARES
37
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

পেগাছাছ-কাণ্ডত বিৰোধীসকলৰ প্রধান প্রশ্ন আছিল, নৰেন্দ্র মোদী চৰকাৰে ইজৰাইলৰ পৰা ফোনত দৃষ্টি ৰখা পেগাছাছ স্পাইৱেৰ ক্ৰয় কৰিছে নে নাই কৰা ? কেন্দ্রীয় চৰকাৰে পেগাছাছ সন্দৰ্ভত সংসদত বিবৃতি দিলেও প্রশ্নৰ উত্তৰ দিয়া নাই । আজি উচ্চতম ন্যায়ালয়ে পেগাছাছ সন্দৰ্ভত তিন পৃষ্ঠাৰ হলফনামা দিছে যদিও কেন্দ্র‌ই প্ৰকাশ কৰা নাই ।

ADVERTISEMENT

চৰকাৰে পেগাছাছ ক্ৰয় কৰিছে নে কৰা নাই, তাৰ উত্তৰ নাই দিয়া যদিও মোদী চৰকাৰে উচ্চতম ন্যায়ালয়ক জনায়, কিছু কাম্য স্বার্থত ভুল ধাৰণা সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে । সেয়া আঁতৰ কৰিবলৈ আৰু সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰিবৰ বাবে বিশেষজ্ঞসকলৰ কমিটী গঠন কৰা হ’ব ।

পেগাছাছ-কাণ্ডত নিৰপেক্ষ তদন্ত বিচাৰি উচ্চতম ন্যায়ালয়ত কে’বাটাও গোচৰ ৰুজু কৰা হৈছিল । কেন্দ্রেৰ হলফনামা দেখি গোচৰকাৰীসকলে প্রশ্ন উত্থাপন কৰিছিল, চৰকাৰে ইজৰাইলৰ এন‌এছ‌অ’ সংস্থাৰ পৰা পেগাছাছ ক্ৰয় কৰিছে নে নাই সেয়া কিয় স্পষ্ট নকৰে ?

আজি উচ্চতম ন্যায়ালয়ৰ শুনানিত প্রধান বিচাৰপতি এন ভি ৰমণা কেন্দ্রৰ ছলিছিটৰ জেনেৰেলে তুষাৰ মেহতাক কয়, ‘‘চৰকাৰে পেগাছাছ ব্যৱহাৰ কৰিছে নে কৰা নাই, সেই বিষয়ে হলফনামাই গোচৰকাৰীসকলক সন্তুষ্ট কৰিব পৰা নাই ।’’ মেহতাই উলোটাই প্রশ্ন কৰে, “এক পৃষ্ঠাৰ হলফনামাৰে চৰকাৰে, পেগাছাছ ব্যৱহাৰ কৰা নাই বুলি ক’লে, তেওঁলোকে গোচৰ প্ৰত্যাহাৰ কৰিব ? উত্তৰ হ’ল, নাই কৰা ।”

বিচাৰপতিসকলে কয়, ‘‘যি দেখিছো, আপোনালোকে কোনো অৱস্থান ল’ব বিচৰা নাই ।’’ বিচাৰপতিসকলে প্রশ্ন কৰে, ‘‘আপোনালোকে যি ক’ব বিচাৰে, হলফনামা দি নকয় কিয় ? আমাৰ বাবেও বিষয়টো স্পষ্ট হ’ব !’’

ৰাহুল গান্ধী, অভিষেক বন্দ্যোপাধ্যায়ৰ পৰা আৰম্ভ কৰি কেন্দ্রীয় মন্ত্রী, সাংবাদিক, সমাজকর্মী, উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি, অধিবক্তা, নির্বাচন কমিচনাৰ, চিবিআই-কর্তাসহ একাধিক ব্যক্তিৰ ম’বাইল হেক্ কৰি দৃষ্টি ৰখাৰ অভিযোগ উত্থাপিত কৰি, বিগত প্রায় চাৰি সপ্তাহ সংসদৰ অধিবেশন অচল হৈ পৰিছিল।

মোদী চৰকাৰে সকলোৰে ফোনত দৃষ্টি ৰাখিছে বুলি অভিযোগৰ সন্মুখীন হোৱা তথ্যপ্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে কৈছিল, ‘‘বেআইনিভাৱে কাৰো ফোনত দৃষ্টি ৰখা নাই ।’’ তেওঁৰ মন্ত্রণালয়ৰ অতিৰিক্ত সচিবেই হলফনামা দি সকলো অভিযোগ অস্বীকাৰ কৰিছে ।

চৰকাৰৰ দাবী, অনুমান, আন্দাজ আৰু সংবাদ মাধ্যমৰ ভিত্তিহীন ৰিপ’র্টৰ ওপৰত নিৰ্ভৰ কৰি গোচৰ ৰুজু কৰা হৈছে । সংসদৰ অধিবেশনৰ ঠিক আগ মুহূৰ্তত কেনেকৈ সংবাদমাধ্যমত ৰিপ’র্ট প্রকাশ হ’ল, মেহতাই এই প্রশ্নও দাঙি ধৰে ।

গোচৰকাৰীসকলৰ হৈ অধিবক্তা কপিল ছিব্বলে প্রশ্ন কৰে, ২০১৯ত প্রথম হোৱাটছেপৰ মাধ্যমত পেগাছাছ স্পাইৱেৰ দি
দৃষ্টি ৰখাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছত কেন্দ্র‌ই নিজেই সংসদত এই কথা স্বীকাৰ কৰিছিল । এতিয়া চৰকাৰে কেনেকৈ ক’ব পাৰে, তেওঁলোকে একো নাজানে ? চৰকাৰে নিজে কোনো তথ্য দিয়া নাই । অথচ অনুমানৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছে বুলি দাবী কৰিছে । যদি চৰকাৰে পেগাছাছ ক্ৰয় কৰা নাই, তেনেহ’লে কমিটীৰ প্ৰয়োজন নাই। যদি চৰকাৰে পেগাছাছ ক্ৰয় কৰিছে, তেন্তে কমিটীয়ে কি কৰিব ?

ছিব্বলে কয়, ‘‘গণতন্ত্রৰ দুই স্তম্ভ, বিচা বিভাগ আৰু সংবাদমাধ্যমক লৈ আমি উদ্বিগ্ন । এই দুই প্রতিষ্ঠান মানুহৰ অধিকাৰ ৰক্ষা কৰা । সেয়ে ইয়াত মাত নমতাকৈ থাকিব নোৱাৰি ।’’ ছিব্বলৰ দাবী, ‘‘গৃহমন্ত্ৰীৰ অনুমতিতে দৃষ্টি ৰখা হৈছে । ইয়াৰ পৰিৱৰ্তে তথ্যপ্রযুক্তি মন্ত্রণালয়ৰ অতিৰিক্ত সচিবে হলফনামা দিছে । কেবিনেট সচিবক হলফনামা দিবলৈ ক‌ওক ।’’

ছলিছিটৰ জেনেৰেলে উলোটাই যুক্তি দিয়ে, ইয়াত দেশৰ নিৰাপত্তাৰ প্রশ্ন জড়িত হৈ আছে । স্পর্শকাতৰ বিষয়ক লৈ উত্তেজনা সৃষ্টিৰ চেষ্টা কৰা হৈছে । ছিব্বলে উলোটাই যুক্তি দিয়ে, চৰকাৰে পেগাছাছ ক্ৰয় কৰিছিল নে নাই, সেয়া কোৱাৰ লগত দেশৰ নিৰাপত্তাৰ কোনো সম্পৰ্ক নাই । অহা কালিও শুনানি হ’ব । কেন্দ্র‌ই এই বিষয়ত আৰু হলফনামা দিব নে নাই, তাক লৈ বিচাৰপতিসকলে চৰকাৰক অহা কালিৰ ভিতৰত মনস্থ কৰিব কৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Narendra ModiPegasus
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d