Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চুক্তি সম্পন্নঃ এইবাৰ নাবাৰ্ডৰ পৰা ২৫ হেজাৰ কোটিৰ ঋণ ল’ব অসমে

আন্তঃগাথঁনি নিৰ্মাণৰ বাবে সক্ষমতাৰ আধাৰত এই ঋণ : মুখ্যমন্ত্ৰী

publisher by publisher
August 5, 2021
in Assam, India, News
Reading Time: 1 min read
0
চুক্তি সম্পন্নঃ এইবাৰ নাবাৰ্ডৰ পৰা ২৫ হেজাৰ কোটিৰ ঋণ ল’ব অসমে
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

গড়ল বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত ভোটদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আগন্তুক তিনি বছৰত অসম চৰকাৰে ৰাজ্যৰ আন্তঃগাথঁনি নিৰ্মাণৰ বাবে নাবাৰ্ডৰ পৰা ২০ৰ পৰা ২৫ হেজাৰ কোটি টকাৰ ঋণ ল’ব । ইয়াৰে চলিত বৰ্ষত ল’বলগীয়া ঋণৰ পৰিমাণ চাৰি হেজাৰ কোটি টকা হ’ব বুলি আজি ইয়াত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ৰাজ্য চৰকাৰে আন্তঃগাথঁনি উন্নয়নৰ বাবে বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা ল’বলগীয়া ঋণৰ বাবে আজি এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ।

ADVERTISEMENT

প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অসম চৰকাৰ, নাবাৰ্ড আৰু আছাম ইনফ্ৰাষ্ট্ৰাকছাৰ ফাইনেন্সিং অথ’ৰিটি (এআইএফ‌এ)ৰ মাজত সম্পন্ন হোৱা এই চুক্তিৰ সময়তে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে অসমে অগ্ৰাধিকাৰ ভিত্তিত নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনিবোৰ ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছে । কাৰণ, অসমক ভাৰতৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে কাম কৰিছে ।

মুখ্যমন্ত্ৰীয়ে কয় যে, নাবাৰ্ডৰ আৰ আই ডি এফ, এন আই ডি এ আৰু আৰ আই এ এছ আঁচনি তিনিখনৰ অধীনত এই ঋণ লৈ আন্তঃগাথঁনি নিৰ্মাণৰ কামবোৰ কৰা হ’ব । তেনে একাংশ আঁচনিৰ নামো মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

সেইবোৰৰ ভিতৰত আছে ২০৭ কোটি টকাৰে নখন আদৰ্শ বিদ্যালয় স্থাপন, ৬২৭ কোটি টকাৰে ৭৫,১,২৫০ কোটি টকাৰে প্ৰথম পৰ্যায়ত ২০০৫খন প্ৰাথমিক বিদ্যালয় আধুনিক সা-সুবিধাৰে নিৰ্মাণ, ৫০ কোটি টকাৰে নতুনকৈ স্থাপিত ৰাজ্যিক বিশ্ববিদ্যালয়বোৰৰ উন্নয়ন, ২২৫ কোটি টকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীৰ বাবে নখন মহাবিদ্যালয় স্থাপন, ৩,৬২১ কোটি টকাৰে সাতখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ, ৫০ কোটি টকাৰে আজাৰত বিদেশলৈ ৰপ্তানি কৰিবলগীয়া কৃষি সামগ্ৰী মজুত কৰিব পৰাকৈ শীতল গৃহ নিৰ্মাণ, ১২ কোটি টকাৰে ৰিজ’নেল মিল্ক প্ৰচেছিং ইউনিট স্থাপন, ১২ কোটি টকাৰে ষ্টেডিয়াম নথকা ৪০টা বিধানসভা সমষ্টিত ষ্টেডিয়াম নিৰ্মাণ, ১২০ কোটি টকাৰে চন্দ্ৰপুৰত বৃহৎ ষ্টেডিয়াম নিৰ্মাণ, ৫০ কোটি টকাৰে জোঙাল বলহু গড়ক পৰ্যটন ক্ষেত্ৰলৈ উন্নীতকৰণ, পাঁচশ কোটি টকাৰে নৱগঠিত জিলাৰ উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ, ২০ কোটি টকাৰে তিতাবৰৰ ৰেছম মহাবিদ্যালয় উন্নীতকৰণ, পাঁচশ কোটি টকাৰে দুহেজাৰটা অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ, দুশ কোটি টকাৰে ১২৫ খন চিকিৎসালয় নিৰ্মাণ আৰু এশ কোটি টকাৰে বকোত শিশু আৰু বৃদ্ধৰ বাবে এটি আৱাসিক কেন্দ্ৰ স্থাপন ।

তদুপৰি ১৫শ কোটি টকাৰে গড়কাপ্টানী বিভাগৰ বিভিন্ন নিৰ্মাণ কাৰ্য কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠানত নাবাৰ্ডৰ মুম্বাইস্থ মুখ্য কাৰ্যালয়ত উপ-মহাপ্ৰৱন্ধক পি ভি এছ সূৰ্যকুমাৰ, ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত থাকে । বিত্তমন্ত্ৰী নেওগে কয় যে, শক্তিশালী আন্তঃগাথঁনিয়ে ৰাজ্যখনৰ প্ৰগতিৰ গতি ত্বৰান্বিত কৰে । অসমে নিজৰ সক্ষমতাৰ আধাৰত নাবাৰ্ডৰ লগত চুক্তি কৰি ৰাজ্যৰ আন্তঃগাথঁনি শক্তিশালী কৰাৰ দিশে আগবাঢ়িছে । সূৰ্যকুমাৰে অসমৰ লগত এনে এখন চুক্তি কৰি ঞাবাৰ্ড যথেষ্ট সুখি বুলি মন্তব্য কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIFAajanta neogHimanta Biswa SarmaJishnu BaruaNABARDP.V. S. Suryakumar
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d