Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস : নলবাৰীত মন্ত্ৰী পীযুষ হাজৰীকাৰ পতাকা উত্তোলন

publisher by publisher
August 16, 2021
in Assam, India, News
Reading Time: 1 min read
0
দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস : নলবাৰীত মন্ত্ৰী পীযুষ হাজৰীকাৰ পতাকা উত্তোলন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

উন্নত অসম, জাগ্ৰত অসম আৰু সৰ্বাংগসুন্দৰ অসমৰ বাবে চৰকাৰে অহৰহ কাম কৰিব : মন্ত্ৰী হাজৰীকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য, জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই দেওবাৰে নলবাৰীত জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । মন্ত্ৰীগৰাকীয়ে পুৱা ৮:৪৫ বজাত নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত অৱস্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰি জিলাখনত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে ।

ADVERTISEMENT

ইয়াৰ পাছতে মন্ত্ৰী হাজৰীকাই নলবাৰী আৰক্ষী চাউনিৰ বাকৰিত উপস্থিত হৈ জিলা আৰক্ষীৰ কুচ-কাৱাজ দলৰ অভিবাদন গ্ৰহণ কৰি পুৱা ন বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত দিয়া ভাষণৰ আৰম্ভণিতে মন্ত্ৰী হাজৰীকাই দেশৰ মহান মুক্তিসেনানীসকলৰ ত্যাগৰ কথা সোঁৱৰণ কৰে । সমসাময়িক সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে বিশ্বগুৰুৰ আসনত অধিস্থিত হ’বলৈ উদ্যত হোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । ভাৰত স্বাধীন হোৱাৰ সময়ত অসমৰ স্থান দেশৰ শীৰ্ষ চাৰিখন উন্নত ৰাজ্যৰ ভিতৰত আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰৱৰ্তী সময়ত অসমে পূৰ্বৰ গৰিমা হেৰুৱাই দেশৰ অনুন্নত ৰাজ্যবোৰৰ এখনত পৰিগণিত হৈছে ।

এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজ্যখনক দেশৰ অন্যতম শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ বজ্ৰকঠীন সংকল্প লোৱা বুলি প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই কয় যে, মুখ্যমন্ত্ৰীৰ এনে সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ দুৰ্নীতিৰ বিৰুদ্ধে সকলোয়ে সংগ্ৰাম কৰিব লাগিব । উন্নয়নৰ বাবে অহৰহ সংগ্ৰাম কৰিব লাগিব, যি কাম চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে আৰু এই ক্ষেত্ৰত দিনে-ৰাতিয়ে কামত অগ্ৰসৰ হৈছে । অসমক দেশৰ উন্নত পাঁচখন ৰাজ্যলৈকে পৰ্যবসিত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে বিগত ১০ মে’ত শপত গ্ৰহণ কৰাৰ দিন ধৰি নিতৌ অনেক জনকল্যাণমূলক সিদ্ধান্ত গ্ৰহণ কৰি স্বাস্থ্য, শিক্ষা, লোকনিৰ্মাণ, ক্ৰীড়া, সুৰক্ষা আদিকে ধৰি প্ৰায় প্ৰতিটো শিতানতে নতুন ৰূপেৰে কাম কৰিবলৈ আৰম্ভ কৰিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ অসম চৰকাৰে অসমীয়া ৰাইজৰ অন্যায় হ’ব পৰা, অসমীয়া জনসাধাৰণৰ অন্যায় হ’ব পৰা আৰু অসমৰ খিলঞ্জীয়া ৰাইজৰ অন্যায় হ’ব পৰা কোনো কাম নকৰে বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । দুৰ্নীতিৰ বিৰুদ্ধে অসম চৰকাৰে সকলো সময়তে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে আৰু ৰাজ্যখনৰ সকলো বিভাগৰ উন্নয়নৰ বাবে চৰকাৰে কাম কৰিব বুলি প্ৰকাশ কৰি মন্ত্ৰী হাজৰীকাই কয়, “এখন উন্নত অসম, জাগ্ৰত অসম আৰু সৰ্বাংগসুন্দৰ অসমৰ বাবে চৰকাৰে অহৰহ কাম কৰিব আৰু ভাৰতবৰ্ষক বিশ্বগুৰুৰ আসনত বহুৱাবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যি সপোন সেয়া বাস্তৱ ৰূপ দিবলৈ অসমে সকলো ধৰণৰ সহযোগিতা আগবঢ়াব ।”

পাছত মন্ত্ৰী হাজৰীকাই বিধায়ক তথা মাননীয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তথা জিলা প্ৰশাসনৰ আন বিষয়াসকলৰ লগত নলবাৰী জিলা কাৰাগাৰ পৰিদৰ্শন কৰি কয়দীসকলৰ মাজত ফল-মূল বিতৰণ কৰে আৰু কয়দীসকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়তো মন্ত্ৰীগৰাকীয়ে ৰোগীসকলৰ মাজত ফল-মূল বিতৰণ কৰে ।

মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনে আয়োজন কৰা স্বাধীনতা দিৱসৰ অংশস্বৰূপে ক’ভিডৰ বিৰুদ্ধে যুঁজাৰু অক্লান্ত সেনানী ডা: ৰমেশ ভট্টাচাৰ্য আৰু নাৰ্ছ অনিতা দেৱীক তেঁওলোকৰ নিজা বাসগৃহত সাক্ষাৎ কৰি সম্বৰ্ধণা জ্ঞাপন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa Sarmaindependence dayJayanta Malla BaruahNarendra ModiPijush HazarikaRamesh Bhattacharya
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d