Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

    Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

    Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

    বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

    Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাঁটা তাঁৰৰ ওপৰেদি শিশুক দলিয়াইছে বিমানকোঠলৈ

দয়া কৰি আমাৰ সন্তানক ৰক্ষা কৰক ? কাতৰ আহ্বান মাতৃৰ : হিয়া ভৰা দৃশ্যই কন্দুৱালে কঠিন মানসিকতাৰ আমেৰিকান-ব্রিটিছ সেনাক

publisher by publisher
August 22, 2021
in News
Reading Time: 1 min read
0
কাঁটা তাঁৰৰ ওপৰেদি শিশুক দলিয়াইছে বিমানকোঠলৈ
1
SHARES
11
VIEWS
ShareShareShareShare

শিশু সন্তানক বুকুত সাৱটি ধৰাৰ পৰিৱর্তে কাঁটাতাঁৰৰ ওপৰেদি বিমানকোঠৰ ভিতৰলৈ দলিয়াই দিছে বহু মাতৃয়ে। যাতে কোনাে অচিন দেশলৈ গুচি গ’লেও, ভৱিষ্যতে কোনাে দিনে দেখা নাপালেও তেওঁলােকৰ সন্তানৰ প্ৰাণৰক্ষা পৰে। আর্তনাদ কৰি তেওঁলােকে আহ্বান জনাইছে, ‘মােৰ সন্তানক অন্ততঃ আপােনালােকে ৰক্ষা কৰক। ‘কাবুল বিমানকোঠৰ এনে মর্মান্তিক তথা অকল্পনীয় দৃশ্যই আনকি কঠিন মানসিকতাৰ বাবে পৰিচিত আমেৰিকান আৰু ব্রিটিছ সেনাৰ দুচকুও সজল কৰি তুলিছে।

ADVERTISEMENT

অৱশ্যে এইদৰে কাঁটাতাঁৰ পাৰ কৰি দিয়া এটি সাতমহীয়া শিশুক সম্প্রতি পিতৃৰ হাতত তুলি দিয়া হৈছে। উল্লেখ্য যে কাবুল বিমানকোঠৰ একাংশ সম্প্রতি নিৰাপত্তাৰ দায়িত্বত থকা আমেৰিকা আৰু ব্রিটেইনৰ সেনাই কাঁটাতাঁৰেৰে ঘেৰি ৰাখিছে। সেই তাঁৰৰ বেৰাৰ সিপাৰে দিনে-নিশাই ভিৰ কৰি আছে শ শ সাধাৰণ মানুহ। তালিবানে দখল কৰা আফগানিস্তানৰ পৰা পলায়নৰ বাবে তেওঁলােকে বিমানকোঠত প্রৱেশ কৰিবলৈ আপ্রাণ চেষ্টা চলাই আছে।

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

অনাত্মীয় নাৰীক পুৰুষে স্পৰ্শ কৰিব নোৱৰাকৈ ফতোৱা তালিবানৰ

নিজে বিমানকোঠত প্ৰৱেশ কৰিব নােৱাৰি অন্ততঃ নিজৰ শিশু সন্তানকে বিমানকোঠত প্ৰৱেশ কৰিবলৈ দিয়াৰ বাবে সেনাবাহিনীৰ জোৱানসকলক প্রার্থনা জনাইছে একাংশ মহিলাই। ভিৰৰ মাজৰ পৰাই কাঁটাতাঁৰৰ ওপৰেদি সেনাৰ ফালে দলিয়াই দিছে নিজৰ সন্তানক। লগতে চিৎকাৰ কৰি আহ্বান জনাইছে যাতে নিজৰ সন্তানকে অন্ততঃ কোনােবাই নিৰাপদে নি আন দেশত ৰাখেগৈ।

এই হৃদয়বিদাৰক দৃশ্য দেখি আনকি আমেৰিকান আৰু ব্রিটিছ সেনাৰ বিষয়া-জোৱানসকলকে নিজৰ চকুপানী ধৰি ৰাখিব নােৱাৰিলে। এই শিহৰণকাৰী তথা হিয়া ভগা ঘটনা বর্ণনা দিবলৈ গৈ সংবাদ মাধ্যমৰ সন্মুখতে কান্দোনত ভাঙি পৰে এজন ব্রিটিছ সেনা বিষয়া। এক আন্তর্জাতিক সংবাদ মাধ্যমক সমগ্ৰ পৰিস্থিতিৰ বর্ণনা দিয়াৰ সময়ত সেনা বিষয়াজন বাৰে বাৰে ভাঙি পৰা পৰিলক্ষিত হয়। কান্দি কান্দি সেনা বিষয়াজনে কয়, ‘পুৱা দায়িত্বত থকা অৱস্থাত কাঁটাতাঁৰৰ সিপাৰৰ পৰা শিশুসকলক দলিয়াই দিয়া দেখিছাে।

নিশা উভতি আহােতে মােৰ পৰিয়াললৈ মনত পৰিছিল। সন্তানৰ কথা মনত পৰিছিল। বিশ্বাস নকৰিব, মই দেখিছিলাে এনেকৈ দলিয়াই দিওঁতে কাৰােবাৰ সন্তান সেই কাঁটাতাঁৰত লাগি উলমি আছিল। এই দৃশ্য কোনােদিনেই পাহৰিব নােৱাৰিম।’ এইদৰে কৈয়েই তেওঁ ক্রন্দনত ভাঙি পৰে। সেনা বিষয়াজনে লগতে কয় যে মহিলাসকলে নিজৰ সন্তানক দলিয়াই দি ভিতৰত থকা সেনাৰ জোৱানসকলক ধৰিবলৈ কৈছিল। লগতে কৈছিল আন বিমানত তুলি দিবলৈ। যাতেকোনাে মতে যদি সন্তানৰ প্ৰাণৰক্ষা পৰে বুলিও তেওঁ কয়।

অৱশ্যে শিশুসকলক উদ্ধাৰৰ ক্ষেত্ৰত আৰু সাহায্য কৰা সম্ভৱ নহয় বুলি জনাইছে আমেৰিকাই। উল্লেখ্য যে তালিবানে কাবুল দখল কৰাৰ পাছৰে পৰা কাবুলৰ বিমানকোঠৰ চৌহদত অসংখ্য লােকে জীৱন ৰক্ষাৰ বাবে আপ্রাণ চেষ্টা কৰা দেখা গৈছে। দিনে-নিশাই কেৱল আর্ত মানুহৰ চিকাৰ, হাহাকাৰ আৰু ক্রন্দনৰ শব্দ। সেই শব্দই ঢাকি ৰাখিছে আন সকলাে শব্দকে। প্রতিদিনে পুৱাৰ পৰাই মানুহে কাবুল বিমানকোঠলৈ দৌৰি যায়। বিমানকোঠৰ সন্মুখত ভিৰ কৰে। অৱশেষত বিমানকোঠত প্ৰৱেশ কৰিব নােৱাৰি নিশা পুনৰ উভতি আহে।

নিশা ৰাস্তাতেই কটায় প্রাণটো হাতত লৈ। পাছদিনা পুৱাই আকৌ আৰম্ভ হয় বিমানকোঠত প্রৱেশৰ আপ্রাণ চেষ্টা। উল্লেখ্য যে এইদৰে এটি কণমানি শিশুক মাতৃৰ আহ্বানত আমেৰিকাৰ সেনা জোৱান এজনে এখন হাতেৰে দাঙি নিজৰ জিম্মত লােৱাৰ এক ভিডিঅ’ও ভাইৰেল হৈছিল। সম্প্রতি আমেৰিকান সেনাৰ তৰফৰ পৰা সাতমহীয়া শিশুটিক প্রয়ােজনীয় চিকিৎসা কৰােৱাৰ পাছত পিতৃৰ হাতত তুলি দিয়া হৈছে।

শনিবাৰে এই কথা সদৰী কৰে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র জন কিৰবিয়ে। মুখপাত্ৰজনে কয়, ‘সেনাৰ হাতত তুলি দিয়াৰ সময়ত শিশুটি বৰ অসুস্থ বুলি পিতৃ-মাতৃয়ে জনাইছিল। শিশুটিৰ যাতে পৰিচর্যা কৰা হয়। ইয়াৰ পাছতে বিমানকোঠৰ ভিতৰতে থকা চিকিৎসালয়ত শিশুটিৰ চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সুস্থ হােৱাৰ লগে লগে শিশুটিক তাৰ পিতৃৰ হাতত তুলি দিয়া হৈছে। ‘এই ঘটনাত সেনা জোৱানসকলৰ সহানুভূতি আৰু মানৱীয়তাৰ প্রশংসা কৰি কিৰবিয়ে লগতে কয় যে শিশুচি সম্প্রতি ক’ত আছে, সেই বিষয়ত তেওঁ অৱগত নহয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AfghanistanJohn Kirby
publisher

publisher

Related Posts

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ
India

কেৰালাত তীব্ৰ তাপপ্ৰবাহ: ১১ বজাৰ পৰা তিনি বজালৈ

April 24, 2026
Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড
News

Brutal murder in Digboi:ডিগবৈৰ পানধোৱা গাঁৱত নৃশংস হত্যাকাণ্ড

April 24, 2026
Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু
News

Keralam:বহিঃৰাজ্যত পুনৰ অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু

April 24, 2026
বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য
News

বান-শিলাবৃষ্টিত এটা বর্ষতে অসমত বিনষ্ট ২০ হেজাৰ একৰ ভূমিৰ শস্য

April 24, 2026
Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা
News

Moral policing incident in Dergaon:দেৰগাঁৱত ম’ৰেল পুলিচিঙৰ ঘটনা

April 24, 2026
Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d