Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কাবুলত এইবাৰ ৰকেট আক্ৰমণ ! লক্ষ্য আমেৰিকাৰ নাগৰিকসকল

publisher by publisher
August 29, 2021
in News
Reading Time: 1 min read
0
কাবুলত এইবাৰ ৰকেট আক্ৰমণ ! লক্ষ্য আমেৰিকাৰ নাগৰিকসকল
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

পাকিস্তানৰ F-16 ধ্বংস কৰাৰ দাবী আফগানিস্তানৰ, ভিডিঅ’ক লৈ সন্দেহ

এয়াৰস্ট্ৰাইকক লৈ উত্তপ্ত পৰিস্থিতি, পাকিস্তানক কঠোৰ সতর্কবার্তা আফগানিস্তানৰ

তালিবানৰ আক্ৰমণত পুনৰ ৰক্তাক্ত পাকিস্তান!

আমেৰিকাৰ সন্দেহক সত্য প্ৰমাণিত কৰি পুনৰ বিস্ফোৰণ কাবুলত । বৃহস্পতিবাৰৰ যুটীয়া বোমা আক্ৰমণৰ পাছত শনিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে আগন্তুক ২৪-৩৬ ঘণ্টাৰ ভিতৰত কাবুল বিমানবন্দৰত বিস্ফোৰণ ঘটাৰ আশংকা প্রকাশ কৰিছিল । তাৰ ঠিক কিছু ঘণ্টাৰ পাছতে পুনৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হ’ল । এই পর্যন্ত এটি শিশুসহ দুজনৰ মৃত্যু আৰু তিনজন আহত হোৱাৰ খবৰ পোৱা গৈছে বিভিন্ন সূত্রে ।

ADVERTISEMENT

আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম সূত্রে খবৰ, হামিদ কাৰ্জাই বিমানবন্দৰৰ নিকটৱৰ্তী খাৱাজা বুঘ্ৰা অঞ্চলত ৰকেট আক্ৰমণ চলোৱা হৈছে । এই অঞ্চলতে কিছুসংখ্যক গৃহত আমেৰিকাৰ নাগৰিক আছিল । তেওঁলোকক লক্ষ্য কৰিয়েই এই আক্ৰমণ চলোৱা হয় ।

Blast in #Kabul.

Video via @MuslimShirzad #Kabul #Kabul_Airport #KabulAttack #Afghanistan #America #USA #KabulAirportBlast #AfghanistanBurning #Taliban #Talibans pic.twitter.com/G2cdUvPXcX

— Hamza Azhar Salam (@HamzaAzhrSalam) August 29, 2021

চাৰিদিন আগতেই সন্ধিয়া কাবুল বিমানবন্দৰৰ বাহিৰত প্রথমে এবি গেটৰ কাষত এটি আত্মঘাতী বোমা বিস্ফোৰণ, তাৰ পাছত পুনৰ এটি বোমা আক্ৰমণ কিছু দূৰত্বত বেৰন হোটেলৰ কাষত । এই ঘটনত শতাধিক লোক নিহত হয় । ঘটনাৰ দিনাই গভীৰ নিশা আক্ৰমণ সংঘটিত কৰিছে বুলি স্বীকাৰ কৰে আফগানিস্তানৰ আইএছৰ ‘খোৰাছান’ শাখা সংগঠনে ।

https://twitter.com/MuslimShirzad/status/1431959535514800129?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1431959535514800129%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fafghainstan-crisis-another-blast-near-kabul-airport-after-america-gave-hints-another-attack-dgtl%2Fcid%2F1300949

আমেৰিকাৰ সংবাদমাধ্যম সূত্রে খবৰ, আফগানিস্তানত এতিয়াও প্রায় ৩৫০ জন আমেৰিকাৰ নাগৰিক আছে, যিসকলে দেশত উভতিব বিচাৰে । তেওঁলোকক সতর্ক কৰি শনিবাৰে দুপৰীয়া বাইডেনে কৈছিল, ‘‘পৰিস্থিতি এতিয়াও বিপজ্জনক । আগন্তুক ২৪-৩৬ ঘণ্টাৰ ভিতৰত পুনৰ আক্ৰমণ হ’ব পাৰে । সতর্ক থাকক । প্ৰয়োজনত সেনাবাহিনীৰ সাহায় ল‌ওক ।’’ বাইডেনৰ এই ঘোষণাৰ কিছু ঘণ্টাৰ পাছতে কাবুলত আমেৰিকাৰ দূতাবাসেও জনায় বিমানবন্দৰ সংলগ্ন বিস্তৃত অঞ্চলত ৰঙা সতর্কতা জাৰি কৰিব লাগে । হামিদ কাৰ্জাই বিমানবন্দৰ সংলগ্ন অঞ্চলৰ লগতে বিমানবন্দৰৰ দক্ষিণ প্রান্তৰ এয়াৰপ’র্ট চার্কল গেট আৰু উত্ত-পূৱ দিশৰ পানশ্বিৰ পেট্র’ল ষ্টেচন সংলগ্ন অঞ্চলত অবিলম্বে তহলদাৰী বঢ়াব লাগে বুলিও কোৱা হৈছিল বিবৃতিত ।

https://twitter.com/disclosetv/status/1431966031820562434?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1431966031820562434%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fworld%2Fafghainstan-crisis-another-blast-near-kabul-airport-after-america-gave-hints-another-attack-dgtl%2Fcid%2F1300949

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AfghanistanJoe BidenTaliban
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d