Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গোসাঁইগাঁৱৰ গ্ৰামাঞ্চলত বিশুদ্ধ পানী যোগান আঁচনি আছে কিন্তু উপলদ্ধ নহয় বিশুদ্ধ পানী

ফুলদানী লৈ পৰিণত ২ নম্বৰ শ্ৰীৰামপুৰত বিশুদ্ধ খোৱাপানী যোগান আঁচনি

publisher by publisher
September 19, 2021
in Assam, India, News
Reading Time: 1 min read
0
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

Gossaigaon Visit Minister Ashok Singhal: গোসাইগাঁৱৰ ২ গুমা সমষ্টিত বিজেপিৰ বিশাল যোগদান কাৰ্য্যসূচী:উপস্থিত কেবিনেট মন্ত্ৰী অশোক সিংঘাল

Professor arrested in Gossaigaon:পাকিস্তানৰ সমৰ্থনত ছছিয়েল মিডিয়াত পোষ্ট কৰি ৰঙা ঘৰৰ আলহী হ’ল প্ৰবক্তা

12-year-old boy sets a record by typing 90 words per minute on a computer:কম্পিউটাৰত এক মিনিটত ৯০ টাকৈ শব্দ টাইপ কৰি ১২ বছৰীয়া কিশোৰৰ অভিলেখ

জনতাক বিশুদ্ধ খোৱা পানী যোগানৰ নামত চৰকাৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰি কোটি কোটি টকা খৰচ কৰি আহিছে যদিও বাস্তৱত গ্ৰাম্য অঞ্চলৰ জনতাই বিশুদ্ধ খোৱা পানী সেৱন কৰাৰ পৰা বঞ্চিত হৈ আহিছে । বিশুদ্ধ খোৱাপানী যোগান ধৰাত সম্পূৰ্ণৰূপে জনস্বাস্থ্য কাৰিকৰী বিভাগ ব্যৰ্থ হোৱাত গ্ৰাম্য অঞ্চলৰ জনসাধাৰণে বিশুদ্ধ পানীৰ বিপৰীতে দূষিত পানী সেৱন কৰি নানান ৰোগত আক্রান্ত হ’বলগীয়া হৈছে ।

ADVERTISEMENT

ৰাজ্যৰ আন প্ৰান্তৰ দৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ বহু অঞ্চলত তেনে ঘটনা সংঘটিত হোৱাৰ বাস্তৱ উদাহৰণ আছে ।
গোসাঁইগাঁও মহকুমাৰ অধীনস্থ পূৰ্বৰ আঁচনিসমূহ কাৰ্যক্ষম হৈ নথকাত আঁচনিসমূহ ইতিমধ্যে জহি-খহি বিধস্ত হোৱাৰ পাছত একেটা স্থানত পুনৰ নতুনকৈ জল জীৱন আঁচনি, মিছন-১০০, পাইপ পানী আঁচনি স্থাপন কৰিছে বিভাগে । কিন্তু পূৰ্বৰ একাধিক আঁচনিৰ দৰেই নতুনকৈ হাতত লোৱা আঁচনিবোৰো পূৰ্বৰ দৰেই ধ্বংসৰ দিশলৈ গতি কৰিছে ।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোসাঁইগাঁও স্থিত কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ অধীনস্থ ২ নম্বৰ শ্ৰীৰামপুৰত এখন পাইপ পানী যোগান আঁচনি আছে । বিগত সাত-আঠ বছৰ ধৰি ৰাইজে তেনে পাইপ পানী যোগান আঁচনিৰ পৰা পানী লাভ নকৰিলে । ফলত এখন উপযুক্ত আঁচনি থকাৰ পাছতো উক্ত আঁচনিখন বৰ্তমানে বগা হাতীত পৰিণত হৈছে । ৰঙচঙীয়া এখন আঁচনি থকাৰ পাছতো বিগত ৮-১০ বছৰে বিশুদ্ধ পানী লাভ নকৰিলে গাঁৱৰ ৰাইজে । যাৰ ফলত দূষিত পানীকে সেৱন কৰি বিভিন্ন ৰোগত ভুগিছে গঞা ৰাইজ ।

১০-১২ বছৰ পূৰ্বে পাইপ পানী যোগান আঁচনি স্থাপন কৰি ৰাইজক পানী যোগান ধৰাত ব্যৰ্থ হোৱা একেখন আঁচনিত ২০১৮ত মিছন-১০০ আঁচনি পুনৰ সংযোগ কৰি চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে লাখ লাখ টকা খৰচ কৰাৰ পাছতো ৰাইজে এটোপাল বিশুদ্ধ পানী খাবলৈ লাভ কৰা নাই ।‌ দীৰ্ঘদিন ধৰি এই আঁচনিখন অচল হৈ থকাৰ ফলত আঁচনিখনত সংযোগ কৰা পাইপ, টেপ বিধস্ত হোৱাৰ লগতে পানীৰ ফিল্টাৰ, যন্ত্ৰপাতি আদি হাবি জংঘলে আগুৰি ধৰিছে ।

আঁচনিখনত মজুত কৰা লাখ লাখ টকাৰ সামগ্ৰী ৰদ বৰষুণত নষ্ট হৈ আছে অথচ বিভাগটোৰ কোনো ভ্ৰুক্ষেপ নাই । মিছন-১০০ আঁচনি সম্পূৰ্ণৰূপে বিফল হোৱাৰ পাছত এইখন ঠাইতে পুনৰ জলজীৱন আঁচনিৰ কাম নতুনকৈ কৰাৰ বাবে কামৰ ঠিকা দিয়া হৈছে । ঠিকাদাৰে ক্ষীৰতি গাই হিচাপে ব্যৱহাৰ কৰা এইবোৰ আঁচনি ৰূপায়ন কৰাৰ বাবে হেতাওপোৰা লগায় । এইখন আঁচনি ৰূপায়ন কৰাৰ বাবে দায়িত্ব লাভ কৰা ঠিকাদাৰজনে জল জীৱন আঁচনিৰ কামৰ ঠিকা লাভ কৰাৰ পাছত গাঁওখনৰ ঘৰে ঘৰে পানী সৰবৰাহ কৰাৰ বাবে পাইপৰ সংযোগ দিছে যদিও পাইপবোৰেদি পানী নিৰ্গত হোৱাৰ পূৰ্বেই পাইপসমূহ ভাঙি-ছিঙি যোৱা বুলি ৰাইজে অভিযোগ কৰিছে ।

পূৰ্বৰ একাধিক আঁচনিবোৰৰ দৰেই জল জীৱন আঁচনিটোৱে যে পানী যোগানত ব্যৰ্থ হ’ব সেয়া এইখন আঁচনিৰ নিন্মমানৰ কাম-কাজে প্ৰতীয়মান কৰিছে । উল্লেখ্য যে কেৱল এইখন আঁচনিয়ে নহয় গোসাঁইগাঁও মহকুমাৰ সকলোবোৰ আঁচনিত এনে দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰি আছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰসকলে । বিভাগীয় অভিযন্তা-বিষয়া তথা শাসক দলৰ আশীৰ্বাদপুষ্ট ঠিকাদাৰসকলে ৰাইজৰ ওজৰ আপত্তি তথা সংবাদমাধ্যমকো কেৰেপ নকৰি নিজৰ লাভালাভৰ অংকত কামবোৰ কৰি আছে যাৰ ফলত সৰহভাগ কাম প্ৰাককলণ মতে হোৱা নাই বুলি প্ৰত্যক্ষ হৈছে । বিভাগীয় দুৰ্নীতিগ্ৰস্ত অভিযন্তা আৰু ঠিকাদাৰৰ গোপন বুজাবুজিৰ অন্ত নপৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কোনো এখন আঁচনি সফলভাৱে ৰূপায়িত নহ’ব বুলি সচেতন ৰাইজে অভিমত প্ৰকাশ কৰিছে ।

ঠিকাদাৰৰ হৈ ওকালতি কৰা অভিযন্তাসকলক বদলি কৰি সততাৰে কাম কৰাৰ মানসিকতা থকা অভিযন্তাক নিযুক্তি দিবলৈ গোসাঁইগাঁওবাসী ৰাইজে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM AssamGossaigaonWater supply schemeপানী যোগান আঁচনি
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d