Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙৰ বেংতল বন বিভাগৰ বিট কাৰ্য্যালয়ত ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ বিটিআৰ প্ৰশাসনৰ ওচৰত

publisher by publisher
October 2, 2021
in Assam, India, News
Reading Time: 1 min read
0
চিৰাঙৰ বেংতল বন বিভাগৰ বিট কাৰ্য্যালয়ত ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ বিটিআৰ প্ৰশাসনৰ ওচৰত
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

আজি দুই অক্টোবৰ অহিংসাৰ পূজাৰী তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী দিনাই চিৰাঙৰ বেংতলত বিটিআৰ বনবিভাগৰ উদ্যোগত বৃহৎ সংখ্যক চোৰাং চিকাৰীৰ আত্মসমৰ্পণ কৰে ।

ADVERTISEMENT

বিটিআৰ প্ৰশাসনৰ বনবিভাগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিটিআৰ এলেকাত বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণী হত্যাৰ দৰে হিংসাৰ পথ পৰিহাৰ কৰি পাঁচ শতাধিক চোৰাং চিকাৰীয়ে অস্ৰশস্ৰ জমা দি আত্মসমৰ্পণ কৰে ।

বিগত সময়চোৱাত চিৰাং-বাকসা জিলাৰ সীমান্তবৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যান, কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, উল্টাপানী, লুংচুং সংৰক্ষিত বনাঞ্চলৰ উপৰি চিৰাঙৰ ভাৰত-ভুটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত অবাদে গছ গছনি কাটি ধ্বংস কৰাৰ উপৰি হাতসজা আগ্নেয়াস্ৰ ব্যৱহাৰ কৰি বন্যপ্ৰাণী হত্যা কৰিছিল ।

এই অবাদ বনধ্বংশৰ কাৰণেই শেহতীয়াকৈ বন্যহস্তী মানুহৰ সংঘাত বৃদ্ধি পাইছে । আজি এই বনধ্বংশ আৰু বন্যপ্ৰাণী হত্যাৰ স’তে পোনপটীয়াকৈ জড়িত থকা এই বৃহৎ সংখ্যক চোৰাং চিকাৰীৰ আত্মসমৰ্পণে বিটিআৰ অঞ্চলত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক যোগাত্মক দিশ হিচাপে বিবেচিত হৈছে ।

আজি বিটিআৰৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, সমাজকল্যান বিভাগৰ কাৰ্য্যবাহী সদস্য গৌতম দাস, হস্ততাঁত আৰু বস্ৰশিল্প বিভাগৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডঃ এল, আৰ বিষ্ণয়, চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, বনবিভাগৰ মুখ্য বিষয়া অনুৰাগ সিং, আদি কৰি অন্যান্য বিষয়ববীয়া সকলৰ উপস্থিতিত কোকৰাঝাৰ, চিৰাং আৰু বাকসা জিলাৰ পাচঁ শতাধিক চোৰাং চিকাৰী আৰু চোৰাং কাঠ ব্যবসায়ীয়ে ২৫৪ টা হস্তনিৰ্মিত বন্দুক, বুজন পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী, ৭০ টা যন্ত্ৰচালিত গছকটা কৰত, ১২ টা পহুৰ শিং, চোৰাং কাঠ কঢ়িয়াই কাৰ্য্যত ব্যৱহৃত মটৰচাইকেল, চাইকেল আৰু অন্যান্য সা সামগ্ৰী জমা দিয়ে ।

আজিৰ এই চোৰাং চিকাৰীৰ আত্মসমৰ্পণ সন্দৰ্ভত বিটিআৰ ৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান ডঃ এল, আৰ, বিষ্ণয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আৰু খুব কম সময়ৰ ভিতৰতে সংৰক্ষিত বনাঞ্চল সমূহ বেদখলমুক্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰা হ’ব কিন্তু তাৰ আগতে বনাঞ্চল দখল কৰা লোক সকলক অইন ঠাইত বিকল্প সংস্থাপনৰ ব্যবস্থা কৰা হব বুলি কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে সদৰি কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamBTRCHIRANG
publisher

publisher

Related Posts

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট
India

দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

October 14, 2026
কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’
India

কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

October 14, 2026
কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!
India

কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d